INDIA GEOGRAPHY QUIZ IN ASSAMESE LANGUAGE – ভাৰতৰ ভূগোল কুইজ

INDIA GEOGRAPHY QUIZ IN ASSAMESE LANGUAGE – ভাৰতৰ ভূগোল কুইজ

তলৰ ভূগোল কুইজ সমূহ আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এই সাম্প্ৰতিক বিষয়বোৰে দৈনিক বিশ্লেষণ আৰু সম্পৰ্কিত ভাৰত, বিশ্ব, প্ৰযুক্তি আৰু INDIA GEOGRAPHY QUIZ IN ASSAMESE সকলো চৰকাৰী বাতৰি প্ৰস্তুত কৰে। নিতৌ এনেধৰণৰ কুইজ পাই থাকিবলৈ তলত দিয়া আমাৰ Telegram Channel ত আজিয়েই যোগ হৈ লওঁক

প্ৰশ্ন ১। মাটিকালিৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কিমান?

উত্তৰ:- সপ্তম স্হান।

প্ৰশ্ন ২। জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কিমান?
উত্তৰ:- দ্বিতীয় স্হান।

প্ৰশ্ন ৩। ভাৰতৰ উত্তৰ সীমাত কোনবোৰ দেশ আছে?
উত্তৰ:- চীন, নেপাল আৰু ভূটান।

প্ৰশ্ন ৪। ভাৰতৰ পূৰ্বে কোনখন দেশ আছে?
উত্তৰ:- বাংলাদেশ।

প্ৰশ্ন ৫। ভাৰতৰ পশ্চিমে কোনখন দেশ আছে?
উত্তৰ:- পাকিস্তান।

প্ৰশ্ন ৬। কোনখন সাগৰ ভাৰতৰ দক্ষিণ-পশ্চিমত আছে?
উত্তৰ:- আৰৱ সাগৰ।

প্ৰশ্ন ৭। ভাৰতৰ দক্ষিণ-পূৰ্বত কোনটো উপসাগৰ আছে?
উত্তৰ:- বংগোপ সাগৰ।

প্ৰশ্ন ৮। ভাৰতৰ দক্ষিণে কোনখন মহাসাগৰ আছে?
উত্তৰ:- ভাৰত মহাসাগৰ।

প্ৰশ্ন ৯। পূৰ্বাঞ্চল পাহাৰে ভাৰতক কোন খন দেশৰ পৰা পৃথক কৰিছে?
উত্তৰ:- ম্যানমাৰ দেশৰ পৰা।

প্ৰশ্ন ১০। মান্নাৰ উপসাগৰ আৰু পাক জলপ্ৰণালীয়ে ভাৰতক কোন দেশৰ পৰা পৃথক কৰিছে?
উত্তৰ:- শ্ৰীলংকাৰ পৰা।

প্ৰশ্ন ১১। সমগ্ৰ ভাৰতৰ আংশিক সম্প্ৰসাৰণ কিমান?
উত্তৰ:- ৮°৪’ ৰ পৰা ৩৭°৬’ উত্তৰ অক্ষাংশলৈ। India Geography Quiz in Assamese language

প্ৰশ্ন ১২। কোনটো ৰেখা ভাৰতৰ মাজভাগৰ মাজেৰে পাৰ হৈ গৈছে?
উত্তৰ:- কৰ্কট ক্ৰান্তীয় ৰেখা।

প্ৰশ্ন ১৩। ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ সম্প্ৰসাৰণ কিমান কিঃমিঃ
উত্তৰ:- ৩২১৪ কিঃমিঃ।

প্ৰশ্ন ১৪। ভাৰতৰ পূৰ্বৰ পৰা পশ্চিমলৈ সম্প্ৰসাৰণ কিমান কিঃমিঃ?
উত্তৰ:- ২৯৩৩ কিঃমিঃ।

INDIA GEOGRAPHY QUIZ IN ASSAMESE

প্ৰশ্ন ১৫। কোনখন সাগৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অৱস্থিত?
উত্তৰ:- বংগোপ সাগৰত।

প্ৰশ্ন ১৬। কোনখন সাগৰত লাক্ষাদ্বীপ অৱস্থিত?
উত্তৰ:- আৰৱ সাগৰত।

প্ৰশ্ন ১৭। ভাৰতৰ দক্ষিণ প্ৰান্তক কি বুলি কোৱা হয়?
উত্তৰ:- ইন্দিৰা পইণ্ট।

প্ৰশ্ন ১৮। ইন্দিৰা পইণ্টক কি নামেৰে জনা যায়?
উত্তৰ:- পিগমিলিয়ন পইণ্ট।

প্ৰশ্ন ১৯। বিশ্বৰ কিমান শতাংশ ভাৰতৰ মাটিকালি?
উত্তৰ:- ২.৪২%।

প্ৰশ্ন ২০। বিশ্বৰ মুঠ জনসংখ্যাৰ ক্ষেত্ৰত কিমান শতাংশ লোক ভাৰতত বাস কৰে? উত্তৰ:- ১৭% লোক।

প্ৰশ্ন ২১। ভাৰতৰ মুঠ মাটিকালি কিমান? উত্তৰ:- ৩২,৪৭,২৬৩ বৰ্গ কিঃমিঃ।

প্ৰশ্ন ২২। ভাৰতৰ স্হলৰ সীমান্তৱৰ্তী দেশ কেইখনৰ নাম কি কি?
উত্তৰ:- বাংলাদেশ, চীন, পাকিস্তান, নেপাল, ম্যানমাৰ আৰু ভূটান।

প্ৰশ্ন ২৩। ভাৰতৰ জলৰ সীমান্তৱৰ্তী দেশ কেইখনৰ নাম কি কি?
উত্তৰ:- মালদ্বীপ, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ আৰু পাকিস্তান।

প্ৰশ্ন ২৪। কৰ্কট ক্ৰান্তীয় ৰেখা ভাৰতৰ কোনবোৰ ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে?
উত্তৰ:- ৰাজস্থান, গুজৰাট, মধ্য প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিম বংগ, ত্ৰিপুৰা আৰু মিজোৰাম।

প্ৰশ্ন ২৫। ভাৰতৰ মানক সময় আৰু গ্ৰীণউইচ সময়ৰ মাজত পাৰ্থক্য কিমান?
উত্তৰ:- ৫১/২।

প্ৰশ্ন ২৬। বিষুৱৰেখাৰ পৰা ভাৰতৰ দক্ষিণ প্ৰান্তলৈ দূৰত্ব কিমান?
উত্তৰ:- ৮৭৬ কিঃমিঃ।

INDIA GEOGRAPHY QUIZ IN ASSAMESE

প্ৰশ্ন ২৭। ভাৰতৰ স্থল সীমান্তৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ১৫,২০০ কিঃমিঃ।

প্ৰশ্ন ২৮। ভাৰতৰ মূল ভূ-খণ্ডৰ উপকূলীয় অঞ্চলৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ৬,১০০ কিঃমিঃ।

1 thought on “INDIA GEOGRAPHY QUIZ IN ASSAMESE LANGUAGE – ভাৰতৰ ভূগোল কুইজ”

Leave a Comment