ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান

ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “অসমৰ সাধাৰণ জ্ঞান” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। ASSAM GK IN ASSAMESE LANGUAGE বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ ASSAM GK IN ASSAMESE LANGUAGE সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে

অসমৰ সাধাৰণ জ্ঞান – GK OF ASSAM IN ASSAMESE

প্ৰশ্ন ১। অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰ:- অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃজাতিক বিমান বন্দৰ।

প্ৰশ্ন ২। অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰে’ল ষ্টেচনটো নাম কি?

উত্তৰ:- অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰে’ল ষ্টেচনটো নাম হৈছে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ জাতিংগা।

প্ৰশ্ন ৩। অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাটো নাম কি?

উত্তৰ:- অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাটো নাম হৈছে অসম উপত্যকা সাহিত্য বঁটা।

প্ৰশ্ন ৪। ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা প্ৰদান কৰা হয়?

উত্তৰ:- ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক লাচিত বঁটা প্ৰদান কৰা হয়।

অসমৰ সাধাৰণ জ্ঞান

প্ৰশ্ন ৫। কোন চনত লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল?

উত্তৰ:- ২০১১ চনত লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।

প্ৰশ্ন ৬। অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়?

উত্তৰ:- অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে বিষ্ণুৰাভা বঁটা প্ৰদান কৰা হয়।

প্ৰশ্ন ৭। কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱা হয়?

উত্তৰ:- ৫০ বছৰ বয়সৰ অধিক ব্যক্তিলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱা হয়।

প্ৰশ্ন ৮। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন আছিল?

উত্তৰ:- সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী ব্যক্তি যতিন্দ্ৰনাথ দুৱৰা আছিল।

প্ৰশ্ন ৯। মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ:- মামণি ৰয়চম গোস্বামীৰ জন্ম ১৯৪২ চনৰ ১৪ নৱেম্বৰত হৈছিল।

প্ৰশ্ন ১০। জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ দ্বিতীয় গৰাকী ব্যক্তি কোন আছিল?

উত্তৰ:- জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ দ্বিতীয় গৰাকী ব্যক্তি মামণি ৰয়চম গোস্বামী আছিল।

অসমীয়া সাধাৰণ জ্ঞান / ASSAM GENERAL KNOWLEDGE IN ASSAMESE LANGUAGE

প্ৰশ্ন ১১। অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:- অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল।

প্ৰশ্ন ১২। ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?

উত্তৰ:- ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ভাৰতৰত্ন বঁটা লাভ কৰা মুখ্যমন্ত্ৰী গৰাকীৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল।

প্ৰশ্ন ১৩। ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক কোন?

উত্তৰ:- ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এজন প্ৰখ্যাত লেখকৰ এখন উপন্যাস হ’ল ‘মৃত্যুঞ্জয়’।

প্ৰশ্ন ১৪। ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল?

উত্তৰ:- ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ১৯৭৯ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল।

প্ৰশ্ন ১৫। ড° ভূপেন হাজৰিকাই কিমান চনত ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰিছিল?

উত্তৰ:- ড° ভূপেন হাজৰিকাই ১৯৯২ চনত ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰিছিল।

প্ৰশ্ন ১৬। ড° ভূপেন হাজৰিকাই কিমান চনত ‘সংগীত ৰত্ন বঁটা’ লাভ কৰিছিল?

উত্তৰ:- ড° ভূপেন হাজৰিকাই ২০০৯ চনত ‘সংগীত ৰত্ন বঁটা’ লাভ কৰিছিল।

প্ৰশ্ন ১৭। ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰা প্ৰথম অসমীয়া কোন?

উত্তৰ:- ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰা প্ৰথম অসমীয়া ড° ভূপেন হাজাৰিকা।

প্ৰশ্ন ১৮। নলিনীবালা দেৱীয়ে কিমান চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল?

উত্তৰ:- নলিনীবালা দেৱীয়ে ১৯৬৭ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল।

প্ৰশ্ন ১৯। অভিনেত্ৰী চেতনা দাসক কোন চনত আম্বেদকাৰ বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰ:- অভিনেত্ৰী চেতনা দাসক ২০০০ চনৰ ৫ ডিচেম্বৰ তাৰিখে আম্বেদকাৰ বঁটা প্ৰদান কৰা হৈছিল।

প্ৰশ্ন ২০। ‘বড়ো খুন্তাই’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ:- ‘বড়ো খুন্তাই’ গুণেশ্বৰ মুছাহাৰীয়ে ৰচনা কৰিছিল।

Leave a Comment