SPORTS MOCK TEST IN ASSAMESE – খেলৰ কুইজ ২০২১-২২

SPORTS MOCK TEST IN ASSAMESE – খেলৰ কুইজ ২০২১-২২

খেলৰ কুইজ ২০২১-২২ / SPORTS MOCK TEST IN ASSAMESE নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ১০ টা Sports Mock Test in Assamese সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমীয়া খেলৰ কুইজ ২০২১-২২ কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Spotrs Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে। যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে। আমাৰ টেলিগ্ৰাম – ইয়াত ক্লি’ক কৰক

অলিম্পিক খেলৰ কুইজ – খেলা-ধূলা কুইজ – অসমীয়া খেলৰ কুইজ ২০২১-২২

 

নমস্কাৰ বন্ধু-বান্ধৱীসকল। আমাৰ Assamesegk.com ৰ ৱেৱছাইটৰ লৈ আপোনালোকক পুনৰ বাৰ স্বাৰ্গতম জনাইছোঁ। আজিৰ এই পোষ্টটোত আমি আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত Olympics Quiz (Part -2) সমূহ আপোনালোকৰ বাবে আগবঢ়ালোঁ। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ কুইজ তথা প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সম্পূৰ্ণ অসমীয়া ভাষাত নিতৌ পাই থাকিবলৈ আমাৰ ফেচবুক আৰু টেলিগ্ৰামত যোগদান কৰিব পাৰে। লিংক কুইজ সমূহৰ শেষৰ ফালে দি দিয়া হৈছে। আমাৰ এই কুইজ তথা প্ৰশ্নোত্তৰসমূহ পৰা আপুনি যদি উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ’লে কুইজসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত ভাগ-বতৰা কৰিবলৈ নাপাহৰিব।

 

কাক আধুনিক অলিম্পিকৰ জনক বুলি জনা যায়?

 
 
 
 

বৰ্তমান লৈকে কোন কোন চনত লণ্ডনত অলিম্পিক গেমছ অনুষ্ঠিত হৈছে?

 
 
 
 

কোনখন অলিম্পিক গেমছৰ পৰা প্ৰথমবাৰৰ বাবে অলিম্পিক শিখা প্ৰৱৰ্তন কৰা হৈছিল?

 
 
 
 

লণ্ডন অলিম্পিক ২০১২ ৰ শুভংকৰবোৰৰ নাম কি আছিল?

 
 
 
 

অলিম্পিকত ব্যক্তিগত পদক অৰ্জন কৰা প্ৰথম জন ভাৰতীয় খেলুৱৈ কোন আছিল?

 
 
 
 

আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

 
 
 
 

অলিম্পিকৰ মূলমন্ত্ৰ চিটিয়াছ, আলটিয়াছ, ফৰ্টিয়াছৰ অৰ্থ কি?

 
 
 
 

টকিঅ’ অলিম্পিক 2020 গেমছৰ উদ্বোধনী অনুষ্ঠানত খেলুৱৈসকলৰ শোভাযাত্ৰাৰ শেষত কোনটো দল আছিল?

 
 
 
 

কোনখন অলিম্পিক গেমছত প্ৰথমবাৰৰ বাবে অলিম্পিকৰ পতাকা উৰোৱা হৈছিল?

 
 
 
 

কোনখন দেশে ১৮৯৬ চনৰ প্ৰথম অলিম্পিক গেমছত সৰ্বাধিক সংখ্যক পদক জিকিছিল?

 
 
 
 

গ্ৰীষ্ম আৰু শীতকালীন অলিম্পিক দুয়োটাৰে পুৰস্কৃত হোৱা বিশ্বৰ ভিতৰত কোনখন চহৰ প্ৰথম?

 
 
 
 

টকিঅ’ অলিম্পিক ২০২০ ৰ মূলমন্ত্ৰ কি আছিল?

 
 
 
 

প্ৰথম অলিম্পিক গেমছ কেতিয়া অনুষ্ঠিত হৈছিল?

 
 
 
 

একেৰাহে দুখন অলিম্পিক খেলত ৪০০ মিটাৰ দৌৰত কোনে সোণৰ পদক জিকিছিল?

 
 
 
 

ইংৰাজীৰ বাহিৰে আন কোনটো ভাষা আন্তৰ্জাতিক অলিম্পিক সমিতিৰ চৰকাৰী ভাষা?

 
 
 
 

Leave a Comment