ASSAM GK QUIZ IN ASSAMESE LANGUAGE
প্ৰশ্ন ১। প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল?
ক) ৰঙিয়া
খ) গুৱাহাটী
গ) প্ৰাগজ্যোতিষপুৰ
ঘ) চৰাইদেউ
উত্তৰ:- গ) প্ৰাগজ্যোতিষপুৰ
প্ৰশ্ন ২। কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত?
ক) নীলাচল পাহাৰ
খ) চিত্ৰচল পাহাৰ
গ) সন্ধ্যাচল পাহাৰ
ঘ) যোগিনী পাহাৰ
উত্তৰ:- ক) নীলাচল পাহাৰ
প্ৰশ্ন ৩। কেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিচপুৰলৈ উঠাই অনা হৈছিল?
ক) ১৯৪৭ চনত
খ) ১৯৫২ চনত
গ) ১৯৬৮ চনত
ঘ) ১৯৭৩ চনত
উত্তৰ:- ঘ) ১৯৭৩ চনত
প্ৰশ্ন ৩। অসম সাহিত্য সভা কোন চনত গঠন হৈছিল?
ক) ১৯০৩ চনত
খ) ১৯১১ চনত
গ) ১৯১৭ চনত
ঘ) ১৯২২ চনত
উত্তৰ:- গ) ১৯১৭ চনত
প্ৰশ্ন ৫। প্ৰথম অসম সাহিত্য সভা সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?
ক) কামৰূপ
খ) লক্ষিমপুৰ
গ) শিৱসাগৰ
ঘ) লিডু
উত্তৰ:- গ) শিৱসাগৰ
প্ৰশ্ন ৬। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম কি?
ক) লক্ষ্মীনাথ বেজবাৰোয়া
খ) পদ্মনাথ গোহাঁঞিবৰুৱা
গ) হেমচন্দ্ৰ গোস্বামী
ঘ) ৰজনীকান্ত বৰদলৈ
উত্তৰ:- খ) পদ্মনাথ গোহাঁঞিবৰুৱা
ASSAM GK QUIZ IN ASSAMESE LANGUAGE
প্ৰশ্ন ৭। বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন?
ক) ৪ খন
খ) ৫ খন
গ) ৬ খন
ঘ) ৭ খন
উত্তৰ: গ) ৭ খন
প্ৰশ্ন ৮। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলং কেইখন?
ক) ৩ খন
খ) ৪ খন
গ) ৫ খন
ঘ) ৭ খন
উত্তৰ:- গ) ৫ খন
ASSAM GK QUIZ IN ASSAMESE LANGUAGE
প্ৰশ্ন ৯। নৰনাৰায়ণ সেতুয়ে পঞ্চৰত্নক কোন চহৰৰ সৈতে সংযোগ কৰিছে?
ক) কালিবৰ
খ) বৰপেটা
গ) বঙাইগাঁও
ঘ) জোগীঘোপা
উত্তৰ:- ঘ) জোগীঘোপা
প্ৰশ্ন ১০। প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিল?
ক) বিষ্ণুৰাম মেধি
খ) তৰুণ ৰাম ফুকন
গ) গোপীনাথ বৰদলৈ
ঘ) ওপৰৰ কোনোটো নহয়
উত্তৰ:- গ) গোপীনাথ বৰদলৈ
প্ৰশ্ন ১১। শ্ৰীমন্ত শংকৰদেৱ কোন চনত জন্ম হৈছিল?
ক) ১৩৫২ চনত
খ) ১৪৩২ চনত
গ) ১৪৪৯ চনত
ঘ) ১৪৬৫ চনত
উত্তৰ:- গ) ১৪৪৯ চনত
প্ৰশ্ন ১২। জয়মতী কথাছবি খনে কিমান চনত মুক্তি পাইছিল?
ক) ১৯২২ চনত
খ) ১৯৩৫ চনত
গ) ১৯৩৮ চনত
ঘ) ১৯৪২ চনত
উত্তৰ:- খ) ১৯৩৫ চনত
প্ৰশ্ন ১৩। অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়?
ক) ২৬ জানুৱাৰী
খ) ১২ আগষ্ট
গ) ৩০ আগষ্ট
ঘ) ৩ ছেপ্টেম্বৰ
উত্তৰ:- ঘ) ৩ ছেপ্টেম্বৰ
প্ৰশ্ন ১৪। কিমান চনত অৰ্জুন ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত পদ লাভ কৰিছিল?ক) ১৯৬২ চনত
খ) ১৯৬৬ চনত
গ) ১৯৭৮ চনত
ঘ) ১৯৭২ চনত
উত্তৰ:- খ) ১৯৬৬ চনত
প্ৰশ্ন ১৫। আহোমসকলৰ শেষ ৰজাজনৰ নাম কি আছিল?
ক) লাচিত বৰফুকন
খ) ৰাজেশ্বৰ সিংহ
গ) পুৰন্দৰ সিংহ
ঘ) প্ৰমত্ত সিংহ