ASSAM HISTORY GK QUESTION AND ANSWER IN ASSAMESE LANGUAGE

ASSAM HISTORY GK QUESTION AND ANSWER IN ASSAMESE LANGUAGE

History GK Quiz in Assamese language – ASSAM HISTORY GK QUESTION AND ANSWER IN ASSAMESE – History GK Quiz of Assam in Assamese language – Assam History in Assamese language – Assam History MCQ in Assamese language – Assam Police History GK in Assamese language – অসম বুৰঞ্জী কুইজ

প্ৰশ্ন ১। কিমান খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মন কামৰূপ ৰজা হয়?

উত্তৰ:- ৫৯৪ খ্ৰীষ্টাব্দত।

প্ৰশ্ন ২। চীনা পৰিব্ৰাজক হিউৱেন চাঙে অসমলৈ কিমান খ্ৰীষ্টাব্দত ‌আহিছিল?

উত্তৰ:- ৬২৯ খ্ৰীষ্টাব্দত।

প্ৰশ্ন ৩। মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? Assam History GK Question and Answer

উত্তৰ স:- ১২০৬ খ্ৰীষ্টাব্দত।

প্ৰশ্ন ৪। অসমত ডাঙৰ ভূমিকম্প কিমান চনত হৈছিল?

উত্তৰ:- ১৫৪৮ চনত।

প্ৰশ্ন ৫। মীৰজুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল?

উত্তৰ:- ১৬৬২ চনত।

প্ৰশ্ন ৬। ব্ৰহ্মপুত্ৰ নদীত প্ৰথম‌ জাহাজ কেতিয়া চলে?

উত্তৰ:- ১৮৮৩ চনত।

প্ৰশ্ন ৭। অম্বিকাগিৰী ৰায়চৌধুৰী জন্ম কিমান চনত হৈছিল?

উত্তৰ:- ১৮৮৫ চনত।

প্ৰশ্ন ৮। অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ:- ১৮৮৮ চনত।

প্ৰশ্ন ৯। অসমত প্ৰবল ভূমিকম্প কিমান চনত হৈছিল?

উত্তৰ:- ১৮৯৭ চনত।‌ (১,৫৪২ জনৰ মৃত্যু হৈছিল)।

প্ৰশ্ন ১০। অসম এছ’চিয়েশ্বন কিমান চনত গঠন কৰা হৈছিল?

উত্তৰ:- ১৯০৫ চনত।

প্ৰশ্ন ১১। অসম ছাত্ৰ সন্মিলনী কিমান চনত গঠন কৰা হৈছিল? Assam History GK Question and Answer

উত্তৰ:- ১৯১৬ চনত।

প্ৰশ্ন ১২। গুৱাহাটীত প্লেনেটৰিয়াম কিমান চনত স্থাপন কৰা হয়?

উত্তৰ:- ১৯৯৪ চনত।

প্ৰশ্ন ১৩। অসমত কিমান চনত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিল?

উত্তৰ:- ১৯৯০ চনত।

প্ৰশ্ন ১৪। কলিয়াভোমোৰা দলং খন কিমান চনত উদ্ধোধন কৰা হৈছিল?

উত্তৰ:- ১৯৮৭ চনত।

প্ৰশ্ন ১৫। ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- ১৯৬৫ চনত।

ASSAM GK IN ASSAMESE LANGUAGE – অসমৰ সাধাৰণ জ্ঞান

প্ৰশ্ন ১৬। অসম কৃষি বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- ১৯৬৯ চনত।

প্ৰশ্ন ১৭। কিমান চনত ভাষা আন্দোলন হৈছিল?

উত্তৰ:- ১৯৬০ চনত।

১৮। ৰাজ্যিক ভাষা হিচাপে অসমীয়া ভাষা কিমান চনত গৃহীত হৈছিল?

উত্তৰ:- ১৯৬১ চনত।

প্ৰশ্ন ১৯। পাণ্ডুত কংগ্ৰেছ অধিবেশন কিমান চনত অনুষ্ঠিত হৈছিল?

উত্তৰ:- ১৯২৬ চনত।

প্ৰশ্ন ২০। অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কিমান চনত অনুষ্ঠিত হৈছিল?

উত্তৰ:- ১৯১৭ চনত।

অসমীয়া বুৰঞ্জী কুইজ

প্ৰশ্ন ২১। হিতেশ্বৰ শইকীয়াই কিমান চনত মন্ত্ৰীসভা গঠন কৰিছিল?

উত্তৰ:- ১৯৯১ চনত।

প্ৰশ্ন ২২। প্ৰফুল্ল কুমাৰ মহন্তই কিমান চনত মন্ত্ৰীসভা গঠন কৰিছিল?

উত্তৰ:- ১৯৯৬ চনত।

প্ৰশ্ন ২৩। ডিব্ৰুগড়ৰ বগীবিলত ব্ৰহ্মপুত্ৰৰ চতুৰ্থ দলঙৰ আধাৰশিলা কিমান চনত স্থাপন কৰা হৈছিল? Assam History GK Question and Answer

উত্তৰ:- ১৯৯৭ চনত।

প্ৰশ্ন ২৪। অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ কিমান চনত উদ্ধোধন কৰিছিল?

উত্তৰ:- ১৯৯৯ চনত।

প্ৰশ্ন ২৫। অসমত পঞ্চায়ত কিমান চনত গঠন কৰা হৈছিল?

উত্তৰ:- ১৯৬০ চনত।

প্ৰশ্ন ২৬। ডিব্ৰুগড়ত মেডিকেল কলেজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- ১৯৪৭ চনত।

প্ৰশ্ন ২৭। অসমত স্বায়ত্বশাসন কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ:- ১৯৩৫ চনত।

প্ৰশ্ন ২৮। ছাদুল্লাই মন্ত্ৰীসভা কিমান চনত গঠন কৰিছিল?

উত্তৰ:- ১৯৩৯ চনত।

প্ৰশ্ন ২৯। কুশল কোঁৱৰক কিমান চনত ফাঁচী দিয়া হৈছিল?

উত্তৰ:- ১৯৪৩ চনত।

প্ৰশ্ন ‌৩০। ড° ভূপেন হাজৰিকাক ‘সাহিত্যাচাৰ্য’ উপাধি কিমান চনত প্ৰদান কৰিছিল?

উত্তৰ:- ২০০৮ চনত।

1 thought on “ASSAM HISTORY GK QUESTION AND ANSWER IN ASSAMESE LANGUAGE”

Leave a Comment