GENERAL KNOWLEDGE OF ASSAM IN ASSAMESE LANGUAGE

GENERAL KNOWLEDGE OF ASSAM IN ASSAMESE LANGUAGE

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “GENERAL KNOWLEDGE OF ASSAM IN ASSAMESE” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসম কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

ASSAM POLICE GENERAL KNOWLEDGE MCQ QUIZ IN ASSAMESE – অসম পুলিছৰ সাধাৰণ জ্ঞান কুইজ

1➤ কিমান ‌চনত‌ কলকাতাৰ পৰা ব্ৰক্ষ্মপুত্ৰ ই দি ব্ৰক্ষ্মপুত্ৰ সমতললৈ জাহাজ চলাচল আৰম্ভ হয়?

2➤ অসমৰ ভিতৰতে ৰ্দীঘতম ৰে’লপথৰ‌ সুৰংগ ক’ত আছে?

3➤ অসম ভূমি একত্ৰিকৰণ আইন কিমান ‌চনত‌ গ্ৰহণ কৰা হৈছিল?

4➤ ‘BRPL’ ক IOC ৰ লগত একত্ৰিকৰণৰ প্ৰক্ৰিয়া কিমান চনত আৰম্ভ হৈছিল?

5➤ ‘অসম উদ্যোগিক উন্নয়ন নিগম’ (AIDC) কিমান ‌চনত‌ স্থাপন কৰা হৈছিল?

6➤ কলিকতাৰ পৰা ঢাকা হৈ শিলচৰ লৈ প্ৰথম ৰে’ল কেতিয়াৰ পৰা চলিছিল?

7➤ ‘লালা’ বৰাক উপত্যকাৰ কি হয়?

8➤ অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি?

9➤ ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰ খনৰ নাম কি?

10➤ অসম প্ৰদেশ‌ কেতিয়া গঠন কৰা হৈছিল?

11➤ ব্ৰহ্মপুত্ৰ নৈৰ গতিৰ প্ৰৱণতা কোন দিশে?

12➤ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহত্তম নদী খনৰ নাম‌ কি?

13➤ ‘পনীয়া সোণৰ দেশ’ বুলি ‌কাক কোৱা হয়?

14➤ ২০০৩ চনত সংবিধানৰ অষ্টম সূচীত তলৰ কোনটো ভাষা সংযোগ কৰা হয়?

15➤ অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান কেতিয়া পাইছিল?

16➤ তলৰ কোন খন জিলাৰ অকণো অংশ বড়োলেণ্ড স্বায়ত্বশাসিত জিলালৈ যোৱা নাই?

17➤ অসমৰ পশ্চিমফালে থকা দেশ এখনৰ নাম কি?

18➤ অসমৰ জলজ সম্পদৰ প্ৰধান ভাণ্ডাৰ নদী খনৰ নাম কি?

19➤ ৰন্ধন গেছৰ বটলিং প্লেন্ট ক’ত আছে?

20➤ ব্ৰহ্মপুত্ৰ উপত্যকাত ৰে’ল সেৱা কিমান চনত আৰম্ভ হৈছিল?

21➤ অসমৰ ফৰেনছিক লেব’ৰেটৰী‌ ক’ত অৱস্থিত?

22➤ অসমৰ আঞ্চলিক গৱেষণাগাৰ ক’ত অৱস্থিত?

23➤ আৰবী ‌ভাষাৰ‌ প্ৰশিক্ষণ মহাবিদ্যালয় ক’ত অৱস্থিত?

24➤ অসম আয়ুৰ্বেদিক মহাবিদ্যালয় ক’ত আছে?

25➤ প্ৰথম ভাৰতত পৰিকল্পনা আৰু উন্নয়ন বিভাগ কিমান চনত প্ৰতিষ্ঠা কৰা হয়?

26➤ প্ৰথমে ভাৰতত ‘জাতীয় পৰিকল্পনা সমিতি’ কেতিয়া গঠন কৰা হৈছিল?

27➤ ভাৰতীয় সংবিধানে নিৰ্বাচন আয়োগ গঠনৰ ব্যাখ্যা কিমান নং অনুচ্ছেদত কৰা হৈছে?

28➤ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে?

29➤ ভাৰতবৰ্ষত কমিউনিষ্ট দল কিমান চনত গঠন কৰা হৈছিল?

30➤ ভাৰতবৰ্ষত কেইখন ৰাজ্যত দ্বিসদনযুক্ত বিধানমণ্ডল আছে?

31➤ অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত?

32➤ অসম‌ আৰক্ষীৰ কিমানটা‌ I.R ( Indian Reserve) বেটেলিয়ন আছে?

33➤ অসমত কিমানটা পুলিচ ৰেঞ্জ আছে?

34➤ অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?

35➤ ১৮৬১ চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল?

36➤ আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি?

37➤ গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল?

38➤ চতুৰ্থ অসম পুলিচ বেটেলিয়ন (APBN) ৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?

39➤ স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল?

40➤ অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল?

41➤ অসম পুলিচৰ বৰ্তমান ষ্টেণ্ডাৰ্ড ইছ্যু (Standard Issue) আগ্নেয়াস্ত্ৰ কি?

42➤ মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰোত অসমৰ ৰজা কোন আছিল?

43➤ বংগৰ শাসন কৰ্তা মহম্মদ বিন বখতিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?

44➤ বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কি?

45➤ কোনজন আহোম ৰজাই‌ শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা-বাহন দিছিল?

46➤ আহোম সকল অসমলৈ অহাৰ আগতে ক’ত বসবাস কৰিছিল?

47➤ কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

48➤ কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল?

49➤ অসম পুলিচে ব্যৱহাৰ কৰা ৰায়ত কণ্ট্ৰোল ( Riot Control) ৰ গাড়ী খনৰ নাম কি?

50➤ আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?

Leave a Comment