SCIENCE MCQ IN ASSAMESE LANGUAGE

SCIENCE MCQ IN ASSAMESE LANGUAGE

Science MCQ in Assamese language – General Science MCQ in Assamese language – General Science Question and Answer in Assamese language – সাধাৰণ বিজ্ঞান কুইজ – বিজ্ঞান কুইজ – Science Quiz in Assamese language – General Science Quiz in Assamese language – Important Science MCQ in Assamese language

প্ৰশ্ন ১। পেশীত কোনটো এচিড জমা হয় তাৰ ফলত ভাগৰ লাগে?
উত্তৰ: – লেক্টিক এচিড।

প্ৰশ্ন ২। আঙুৰত কোনটো এচিড পোৱা যায়?
উত্তৰ:- টাৰ্টাৰিক এচিড।

প্ৰশ্ন ৩। কৰ্কট ৰোগ সম্পৰ্কীয় ৰোগৰ অধ্যয়নক কোৱা হয়?
উত্তৰ:- অৰ্গেনোলজি।

প্ৰশ্ন ৪। মানৱ শৰীৰৰ আটাইতকৈ দীঘল কোষ কোনটো?
উত্তৰ:- স্নায়ু কোষ।

প্ৰশ্ন ৫।দাঁত মুখ্যতঃ কোনটো পদাৰ্থৰে তৈয়াৰ কৰা হয়?
উত্তৰ:- ডেণ্টিনৰ।

প্ৰশ্ন ৬। কোনটো জন্তুৰ ভৰিৰ জোতাৰ সমান আকৃতি আছে?
উত্তৰ:- পেৰামিচিয়াম।

প্ৰশ্ন ৭। কেঁচুৰ কিমানটা চকু আছে?
উত্তৰ:- এটাও নাই।

প্ৰশ্ন ৮। গাজৰ কোনটো ভিটামিনৰ এক সমৃদ্ধ উৎস?
উত্তৰ:- ভিটামিন এ।

প্ৰশ্ন ৯। চাউলত প্ৰ’টিন থাকেনে?
উত্তৰ:- নাথাকে।

প্ৰশ্ন ১০। মানুহৰ মগজুৰ ওজন কিমান?
উত্তৰ:- ১৩৫০ গ্ৰাম।

প্ৰশ্ন ১১। তেজত পোৱা ধাতু বিধৰ নাম কি?
উত্তৰ:- লো।

প্ৰশ্ন ১২। __ হৈছে মানৱ শৰীৰত নতুন কলাৰ বিকাশৰ বাবে পুষ্টি প্ৰদান কৰা এক খাদ্য।
উত্তৰ:- পনীৰ।

প্ৰশ্ন ১৩। একমাত্ৰ বাহ সাপ কোনটো?
উত্তৰ:- কিং কোব্ৰা।

প্ৰশ্ন ১৪। ভাৰতত পোৱা আটাইতকৈ ডাঙৰ মাছ কোনটো?
উত্তৰ:- চাৰ্ক।

প্ৰশ্ন ১৫। মাহ জাতীয় শস্য হৈছে __ ৰ এক ভাল উৎস।
উত্তৰ:- প্ৰ’টিন

প্ৰশ্ন ১৬। দেশী ঘিউৰ গোন্ধ কিয় ওলাই?
উত্তৰ:- ডায়েচাইটিলৰ কাৰণে।

প্ৰশ্ন ১৭। ৰামধেনুত কোনটো ৰং অধিক বিক্ষেপ?
উত্তৰ:- ৰঙা ৰং।

প্ৰশ্ন ১৮। কোনে দূৰদৰ্শন উদ্ভাৱন কৰিছিল?
উত্তৰ:- জে.এল. বেয়াৰ্ড।

প্ৰশ্ন ১৯। হীৰা কিয় জিলিকি উঠা দেখা যায়?
উত্তৰ:- সামূহিক আভ্যন্তৰীণ প্ৰতিফলনৰ বাবে।

প্ৰশ্ন ২০। মুখ্যতঃ ‘গোবৰ গেছ’ত কি পোৱা যায়?
উত্তৰ:- মিথেন।

প্ৰশ্ন ২১। গাখীৰৰ বিশুদ্ধতা কোনটো যন্ত্ৰৰ দ্বাৰা জোখা হয়?
উত্তৰ:- লেক্টোমিটাৰ।

প্ৰশ্ন ২২। পৃথিৱীৰ আটাইতকৈ প্ৰচুৰ ধাতুৰ উপাদান কোনটো?
উত্তৰ:- এলুমিনিয়াম।

প্ৰশ্ন ২৩। পাৰ্ল মুখ্যতঃ কোনটো পদাৰ্থৰে নিৰ্মিত?
উত্তৰ:- কেলচিয়াম কাৰ্বনেট।

প্ৰশ্ন ২৪। মানৱ শৰীৰত সৰ্বাধিক পৰিমাণত কোনটো উপাদান পোৱা যায়?
উত্তৰ:- অক্সিজেন।

প্ৰশ্ন ২৫। কেনে প্ৰকাৰৰ কলাবোৰে শৰীৰৰ সুৰক্ষা আৱৰণ হিচাপে কাম কৰে?
উত্তৰ:- এপিথেলিয়াম কলা।

2 thoughts on “SCIENCE MCQ IN ASSAMESE LANGUAGE”

Leave a Comment