অসমৰ ভূগোল MCQ

অসমৰ ভূগোল MCQ

তলৰ কুইজসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও এই কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। অসমৰ ভূগোল MCQ যদি আপুনি কুইজসমূহৰ প্ৰশ্নোত্তৰ ভূল দেখে তেনেহ’লে আমাক কমেণ্ট বাকচৰ যোগেদি জনাবলৈ নাপাহৰিব। আমাৰ কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম অসমৰ ভূগোল MCQ।

ব্ৰহ্মপুত্ৰ ওপৰত নিৰ্মাণ কৰা ধলা শদিয়া দলংখন কাৰ নামেৰে নামকৰণ কৰা হৈছে?

 
 
 
 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান?

 
 
 
 

অসমৰ ৰাজ্যিক পক্ষী কি?

 
 
 
 

অসমৰ ৰাজ্যিক জন্ত্ত কি?

 
 
 
 

অসমৰ আটাইতকৈ সৰু অভয়াৰণ্যখনৰ নাম কি?

 
 
 
 

অসমৰ একমাত্ৰ সাৰ কাৰখানটো ক’ত আছে?

 
 
 
 

মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্হিত?

 
 
 
 

বড়ো সকলৰ প্ৰধান উৎসৱ কি?

 
 
 
 

সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?

 
 
 
 

তলৰ কোনখন জিলা BTAD ৰ অধীনস্হ নহয়?

 
 
 
 
 
 
 
 

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্হিত?

 
 
 
 

সোণালী বান্দৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়?

 
 
 
 

অসমৰ কোনখন জিলাত শিক্ষিত হাৰ আটাইতকৈ কম?

 
 
 
 

অসমৰ মুঠ মাটিকালি কিমান?

 
 
 
 

উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰ অসমৰ ভূগোল MCQ মুখ বুলি কোনখন ৰাজ্যক কোৱা হয়?

 
 
 
 

অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন?

 
 
 
 

বৰ্তমান অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ কম?

 
 
 
 

মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি?

 
 
 
 

মিচিং সকলৰ প্ৰধান উৎসৱ কি?

 
 
 
 

1 thought on “অসমৰ ভূগোল MCQ”

Leave a Comment