ভাৰতৰ সাধাৰণ জ্ঞান ২০২১

ভাৰতৰ সাধাৰণ জ্ঞান ২০২১

অসমীয়া সাধাৰণ জ্ঞান ২০২১ – সাধাৰণ জ্ঞান ২০২১ – ভাৰত কুইজ ২০২১ – অসমীয়া কুইজ ২০২১ – অসমীয়া সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ ২০২১ – অসমীয়া জ্ঞান – অসমীয়া GK – সাধাৰণ জ্ঞান ২০২১ – অসমীয়া সাধাৰণ জ্ঞান 2021 – সাধাৰণ জ্ঞান 2021 – অসম পুলিচৰ পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন আৰু উত্তৰ সমূহ

ভাৰতৰ সাধাৰণ জ্ঞান ২০২১

প্ৰশ্ন ১। পৃথিৱীৰ কোনখন দেশত মহ পোৱা নাযায়?
উত্তৰ:- পৃথিৱীৰ ফ্ৰান্স দেশত মহ পোৱা নাযায়।

প্ৰশ্ন ২। পৃথিৱীৰ কোনখন দেশত এটাও চিনেমা হল নাই?
উত্তৰ:- পৃথিৱীৰ ভূটান দেশত এটাও চিনেমা হল নাই।

প্ৰশ্ন ৩। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন নাম কি আৰু এই মৰুভূমিখন ক’ত অৱস্হিত?
উত্তৰ:- পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখন নাম হৈছে চাহাৰা মৰুভূমি আৰু এই মৰুভূমিখন আফ্ৰিকাত অৱস্হিত।

প্ৰশ্ন ৪। পৃথিৱীৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন?
উত্তৰ:- পৃথিৱীৰ আটাইতকৈ ডাঙৰ চহৰখন হৈছে নিউয়ৰ্ক (আমেৰিকা যুক্তৰাষ্ট্ৰ)।

প্ৰশ্ন ৫। ভাৰতৰ আটাইতকৈ ডাঙৰ মছজিদ কোনটো?
উত্তৰ:- ভাৰতৰ আটাইতকৈ ডাঙৰ মছজিদ হৈছে জামা মছজিদ আৰু এই মছজিদটো দিল্লীত অৱস্হিত।

প্ৰশ্ন ৬। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক’ত আছে?
উত্তৰ:- বিশ্ব বেংকৰ মুখ্য কাৰ্য্যালয় ৱাশ্বিংটন ডি.চি (আমেৰিকা যুক্তৰাষ্ট্ৰ) ত আছে।

প্ৰশ্ন ৭। ইণ্টাৰপোলৰ মুখ্য কাৰ্যালয় ক’ত আছে?
উত্তৰ:- ইণ্টাৰপোলৰ মুখ্য কাৰ্য্যালয় লিয়ন (ফ্ৰান্স) ত আছে। ভাৰতৰ সাধাৰণ জ্ঞান ২০২১

প্ৰশ্ন ৮। স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল?
উত্তৰ:- স্বামী বিবেকানন্দৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰ নাথ দত্ত।

প্ৰশ্ন ৯। স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি আছিল?
উত্তৰ:- স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মুলশংকৰ তিৱাৰী।

প্ৰশ্ন ১০। ৰাৱণৰ দেউতাকৰ নাম কি আছিল?
উত্তৰ:- ৰাৱণৰ দেউতাকৰ নাম ঋষি বিশ্বস্ৰাভা আছিল।

• Geography Quiz in Assamese language

প্ৰশ্ন ১১। ভূপাল গেছ কাণ্ড কেতিয়া হৈছিল?
উত্তৰ:- ভূপাল গেছ কাণ্ড ১৯৮৪ চনৰ ২ আৰু ৩ ডিচেম্বৰ মাজনিশাত হৈছিল।

প্ৰশ্ন ১২। ৰাজস্থানৰ কোনখন জিলাত “এয়াৰ কাৰ্গো কমপ্লেক্স” অৱস্থিত?
উত্তৰ:- ৰাজস্হানৰ জয়পুৰ জিলাত “এয়াৰ কাৰ্গো কনপ্লেক্স” অৱস্হিত।

প্ৰশ্ন ১৩। কোনে প্ৰথমে মাউণ্ট এভাৰেষ্টক গণনা কৰিছিল?
উত্তৰ:- ৰাধানাথ সিকদাৰে প্ৰথমে মাউণ্ট এভাৰেষ্টক গণনা কৰিছিল।

প্ৰশ্ন ১৪। জীৱন বীমাক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?
উত্তৰ:- জীৱন বীমাক ১৯৫৬ চনৰ ১ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।

প্ৰশ্ন ১৫। কোনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- জে.জে. থমচনে ১৮৯৭ চনত ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল।

প্ৰশ্ন ১৬। এছ টি ডি (STD)ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ:- STD ৰ সম্পূৰ্ণ নাম হৈছে Subscriber Trunk Dailling।

প্ৰশ্ন ১৭। কোন তাৰিখত যুৱ দিৱস পালন কৰা হয়?
উত্তৰ:- ১২ জানুৱাৰীত যুৱ দিৱস পালন কৰা হয়।

প্ৰশ্ন ১৮। মেৰী কম কোন বিধ খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- মেৰী কম বক্সিং খেলৰ সৈতে সম্পৰ্কিত।

প্ৰশ্ন ১৯। জি.এ.এ.আৰ. (GAAR)ৰ সম্পূৰ্ণ নামটো কি?
উত্তৰ:- GAAR ৰ সম্পূৰ্ণ নামটো হৈছে General Anti-Avoidance Rule।

প্ৰশ্ন ২০। অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি?
উত্তৰ:- অৰুণাচল প্ৰদেশৰ ৰাজধানী নাম হৈছে ইটানগৰ।

Leave a Comment