HAPPY MAGH BIHU 2023 WISHES, STATUS, MESSAGE, LINE, QUOTES ASSAMESE / মাঘ বিহুৰ শুভেচ্ছা বাণী

HAPPY MAGH BIHU 2023 WISHES, STATUS, MESSAGE, LINE, QUOTES ASSAMESE / মাঘ বিহুৰ শুভেচ্ছা বাণী

নমস্কাৰ, পোন প্ৰথমে সমূহ অসমবাসী ৰাইজক “HAPPY MAGH BIHU 2023 WISHE Assamese” এই শুভেচ্ছা বাণী পোষ্টটিৰ যোগেদি মাঘ বিহুৰ শুভেচ্ছা / ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আমাৰ ৰ পৰিয়ালৰ ফালৰপৰা।

ভোগালী বিহুৰ শুভেচ্ছা বাণী – BHOGALI BIHU WISHES IN ASSAMESE LANGUAGE

পোষ্টটিত থকা ভোগালী বিহু শুভেচ্ছা বাণী লগতে Magh Bihu Wishes Photo কৰিবলৈ দিয়া হৈছে। এই শুভেচ্ছা বাণী লগতে ফটো সমূহ আপোনালোকে আপোনালোকৰ বন্ধু-বান্ধৱী, ভাই-ভনী, ককা, দাদা, মামা, মা, দেউতা, লগত শ্বেয়াৰ কৰিব পাৰিব।

১) নিয়ৰ সৰা গধূলি মাঘ মাহৰ জাননী, মেজিৰ তলৰ ধেমালি চোৱা আহি পালে ভোগালী। ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলোঁ॥

২) মেজিৰ জুইয়ে নাশ কৰক দুৰ্যোগ অপায় অমঙ্গল সকলোৰে জীৱনলৈ বৈ আঁহক শান্তিৰ সোঁত তাৰেই কামনাৰে জনালোঁ ভোগালী বিহুৰ শুভকামনা॥

৩) ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।  ৪) সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে… HAPPY BHOGALI BIHU

৫) সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

৬) মই আপোনাক আগন্তুক ভোগালী বিহুৰ জাঁকজমক হেতু শুভেচ্ছা জনাইছোঁ! HAPPY BHOGALI BIHU

৭) মোৰ সকলো মৰমৰ বন্ধু-বান্ধৱীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ।  ৮) মোৰ তৰফৰ পৰা সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ।

৯) সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। শুভ ভোগালী বিহু!

১০) সকলো ৰাইজক ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। শুভ ভোগালী বিহু!

১১) এই ভোগালী বিহুটোৱে আপোনাক সুখ আনন্দ আৰু কঢ়িয়াই আনক। শুভ ভোগালী বিহু!  ১২) এই ভোগালী বিহুটোৱে তোমাক লগতে তোমাৰ পৰিয়ালৰ সকলোকে শক্তি দিয়ক সপোনবোৰ পূৰণ কৰিবলৈ। শুভ ভোগালী বিহু।

১৩) এই ভোগালী বিহুটিয়ে আপোনাক সফল হোৱাত আৰু আপোনাৰ লক্ষ্য পূৰণ কৰাত সহায় কৰক। শুভ ভোগালী বিহু!

১৪) সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ।‌  ১৫) ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে সুপ্ৰভাত অসমবাসী ৰাইজ

১৬) ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ। HAPPY BHOGALI BIHU

১৭) মেজিৰ পৱিত্র জুইয়ে তোমাৰ হৃদয় উমাল কৰি তোলক। শুভ ভোগালী বিহু!  ১৮) ভোগালী মাঘৰ মেজি, পিঠা-পনা আৰু অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক। শুভ মাঘ বিহু!

১৯) ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে সকলোৱে জীৱন সুখময় হওঁক। ভোগালীৰ ওলগ জনালোঁ পৰিয়ালৰ সকলোলৈকে।

২০) ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ।

২১) আগতীয়াকৈ সকলোকে ভোগালী বিহুৰ ওলগ জনালোঁ।  ২২) মৰমৰ সমূহ বন্ধু-বান্ধৱীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।

২৩) সুপ্ৰভাত সকলোলৈকে ,লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

২৪) আমাৰ পৰিয়ালপৰা সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।

২৫) সকলোৰে পেটবোৰ ভালে থাকে যেন যাতে বাহঁনি, ঘাহঁনি আদিলৈ দৌৰিব লগা নহয়। শুভ ভোগালী বিহু।

২৬) ভোগালী বিহুৰ শুভেচ্ছাৰে সকলোয়ে মিলা প্ৰিতিৰে আজি ভোগালী বিহুৰ ভোজ খাওঁক! Happy Magh Bihu  ২৭) সকলো ৰাইজৰ লৈ মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ।

২৮) বিহুটিৰ আগমনে তোমাৰ জীৱনলৈ আনক আশাৰ নতুন বতৰা। ঢোলপেপা গগণাৰ মাতে আতৰাই নিয়ক তোমাৰ সকলো দুখ বেদনা। তাৰেই কামনাৰে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ।

২৯) নিয়ৰ সৰা গধুলি, মাঘ মাহৰ জাননী, মেজিৰ তলৰ ধেমালি, চোৱা আহি পালে ভোগালী। ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলোঁ।  ৩০) জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে। বিহুটি আহিছে, ঢোল পেপা বাজিছে, বিৰিখে সলাইছে পাত, বিহু বিহু লাগিছে গাত। বিহুৰ শুভেচ্ছা থাকিল।  ৩১) সদৌ অসমবাসী ৰাইজলৈ অসমীয়া ভোগালী বিহুটিৰ হিয়াভৰা ওলগ যাছিলোঁ।।

৩২) সদৌ অসমবাসী ৰাইজলৈ অসমীয়া হেপাঁহৰ মাঘ বিহুটিৰ হিয়াভৰা ওলও জনালোঁ।

৩৩) ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ।

৩৪) সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে।

৩৫) মাঘ বিহুৰ হিয়াভৰা ওলগ জনালোঁ।  ৩৬) উৰুকাৰ কাহিলি পুৱা হিমচেচা শীতৰ সেমেকা পৰিৱেশত আপোনাকলৈ জনাইছোঁ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা

৩৭) আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। নতুন বিহুটিয়ে আপোনালোকলৈ কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধি।

৩৮) মাছক English ত কয় Fish

মই তোমাক কৰোঁ বহুত Miss

মই থাকোঁতে তোমাক আগতিয়াকৈ

কোনেওঁ নকৰে যে Wish

সেই কাৰণে, মই Advance কৰিলোঁ Wish

Happy Bhogali Bihu

Leave a Comment