WORLD GK QUIZ IN ASSAMESE LANGUAGE – বিশ্ব কুইজ

WORLD GK QUIZ IN ASSAMESE LANGUAGE – বিশ্ব কুইজ

তলৰ বিশ্ব কুইজ সমূহ আমাৰ WORLD GK QUIZ IN ASSAMESE LANGUAGE ৰ দ্বাৰা প্ৰকাশিত। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এই সাম্প্ৰতিক বিষয়বোৰে দৈনিক বিশ্লেষণ আৰু সম্পৰ্কিত ভাৰত, বিশ্ব, প্ৰযুক্তি আৰু সকলো চৰকাৰী বাতৰি প্ৰস্তুত কৰে। নিতৌ এনেধৰণৰ কুইজ পাই থাকিবলৈ তলত দিয়া আমাৰ Telegram Channel ত আজিয়েই যোগ হৈ লওঁক।

WORLD GK QUIZ IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। বিশ্বৰ সৰ্ববৃহৎ মহাদেশ খনৰ নাম কি?  উত্তৰ:- এছিয়া মহাদেশ।

প্ৰশ্ন ২। বিশ্বৰ আটাইতকৈ সৰু মহাদেশ খনৰ নাম কি?
উত্তৰ:- অষ্ট্ৰেলিয়া মহাদেশ।

প্ৰশ্ন ৩। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন?
উত্তৰ:- প্ৰশান্ত মহাসাগৰ।

প্ৰশ্ন ৪। পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ খনৰ নাম কি?
উত্তৰ:- আটলাণ্টিক মহাসাগৰ।

প্ৰশ্ন ৫। বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰ কোন খন?
উত্তৰ:- প্ৰশান্ত মহাসাগৰ।

প্ৰশ্ন ৬। বিশ্বৰ সৰ্ববৃহৎ সাগৰ কোন খন?
উত্তৰ:- দক্ষিণ চীন সাগৰ।

প্ৰশ্ন ৭। বিশ্বৰ সৰ্ববৃহৎ উপসাগৰ খনৰ নাম কি?
উত্তৰ:- মেক্সিকো উপসাগৰ।

প্ৰশ্ন ৮। বিশ্বৰ সৰ্ববৃহৎ দ্বীপটোৰ নাম কি?
উত্তৰ:- গ্ৰীণলেণ্ড।

প্ৰশ্ন ৯। বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জ কোনটো?
উত্তৰ:- ইণ্ডোনেছিয়া।

প্ৰশ্ন ১০। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি?
উত্তৰ:- নীল নদী।

ASSAM POLICE QUESTION ANSWER 2023 – অসম পুলিছ প্ৰশ্ন

প্ৰশ্ন ১১। বিশ্বৰ সৰ্ববৃহৎ নিষ্কাশন ক্ষেত্ৰ নদী কোনখন?
উত্তৰ:- আমাজন নদী।

প্ৰশ্ন ১২। বিশ্বৰ সৰ্ববৃহৎ উপনদী খনৰ নাম কি?
উত্তৰ:- মেডিৰা।

প্ৰশ্ন ১৩। বিশ্বৰ ব্যস্ততম বাণিজ্য নদী কোনখন?
উত্তৰ:- ৰাইন নদী।

প্ৰশ্ন ১৪। বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ কোনটো?
উত্তৰ:- মাজুলী।

প্ৰশ্ন ১৫। বিশ্বৰ সৰ্ববৃহৎ দেশ খনৰ নাম কি?
উত্তৰ:- ৰাছিয়া।

WORLD GK QUIZ IN ASSAMESE LANGUAGE

প্ৰশ্ন ১৬। বিশ্বৰ আটাইতকৈ সৰু দেশ খনৰ নাম কি?
উত্তৰ:- ভেটিকান চিটি।

প্ৰশ্ন ১৭। বিশ্বৰ সৰ্বাধিক সংখ্যক ভোটাৰ থকা দেশ কোনখন?
উত্তৰ:- ভাৰত।

প্ৰশ্ন ১৮। বিশ্বৰ আটাইতকৈ দীঘল সীমান্ত ৰেখা থকা দেশ কোনখন?
উত্তৰ:- কানাডা।

প্ৰশ্ন ১৯। বিশ্বৰ সৰ্বোচ্চ সীমান্ত ৰেখা থকা দেশ খনৰ নাম কি?
উত্তৰ:- চীন।

প্ৰশ্ন ২০। বিশ্বৰ সৰ্ববৃহৎ মৰুভূমি কোন খন?
উত্তৰ:- চাহাৰা মৰুভূমি।

প্ৰশ্ন ২১। এছিয়াৰ সৰ্ববৃহৎ মৰুভূমি খনৰ নাম কি?
উত্তৰ:- গোবি মৰুভূমি।

প্ৰশ্ন ২২। বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি?
উত্তৰ:- মাউণ্ট এভাৰেষ্ট।

প্ৰশ্ন ২৩। বিশ্বৰ আটাইতকৈ গৰম ঠাই কোন খন?
উত্তৰ:- জেকোবাদ।

প্ৰশ্ন ২৪। পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই খনৰ নাম কি?
উত্তৰ:- ভাৰখোৱানস্ক।

প্ৰশ্ন ২৫। বিশ্বৰ সৰ্ববৃহৎ নিমখ পানীৰ হ্ৰদ কোনখন?
উত্তৰ:- কাস্পিয়ান সাগৰ।

Leave a Comment