ASSAM POLICE QUESTION ANSWER 2023 – অসম পুলিছ প্ৰশ্ন

ASSAM POLICE QUESTION ANSWER 2023 – অসম পুলিছ প্ৰশ্ন

প্ৰশ্ন ১। অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত ?
ক) গণেশগুৰি
খ) উলুবাৰী
গ) দিছপুৰ
ঘ) জালুকবাৰী

উত্তৰ:- খ) উলুবাৰী

প্ৰশ্ন ২। অসম‌ আৰক্ষীৰ কিমানটা‌ I.R ( Indian Reserve) বেটেলিয়ন আছে?
ক) ৭ টা
খ) ১০ টা
গ) ৬ টা
ঘ) ৯ টা

উত্তৰ:- ঘ) ৯ টা

প্ৰশ্ন ৩। অসমত কিমানটা পুলিচ ৰেঞ্জ আছে ?
ক) ৭ টা
খ) ১৬ টা
গ) ৩০ টা
ঘ) ৬ টা

উত্তৰ:- ক) ৭ টা

প্ৰশ্ন ৪। অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?
ক) উলুবাৰী
খ) দিছপুৰ
গ) মান্দাকাটা
ঘ) হাফলং

উত্তৰ:- গ) মান্দাকাটা

ASSAM POLICE QUESTION ANSWER 2023 IN ASSAMESE LANGUAGE

প্ৰশ্ন ৫। 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল?
ক) ১১ টা
খ) ৬ টা
গ) ৪ টা
ঘ) ৫ টা

উত্তৰ:- গ) ৪ টা

প্ৰশ্ন ৬। আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি?
ক) আছাম ৰাইফলছ
খ) ৰাষ্ট্ৰীয় ৰাইফলৰ
গ) চি আৰ পি এফৰ
ঘ) বি এছ এফৰ

উত্তৰ:- ক) আছাম ৰাইফলছ

প্ৰশ্ন ৭। গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল?
ক) ২০১৪ চনত
খ) ২০১৬ চনত
গ) ২০১৫ চনত
ঘ) ২০১৩ চনত

উত্তৰ:- গ) ২০১৫ চনত

প্ৰশ্ন ৮। চতুৰ্থ অসম পুলিচ বেটেলিয়ন (APBN) ৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?
ক) নলবাৰী
খ) গুৱাহাটী
গ) যোৰহাট
ঘ) ডিব্ৰুগড়

উত্তৰ:- খ) গুৱাহাটী

ASSAM POLICE QUESTION ANSWER 2023

প্ৰশ্ন ৯। স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল?
ক) ৮,০০০ জন
খ) ১৫,০০০ জন
গ) ১০,০০০ জন
ঘ) ১,০০,০০০ জন

উত্তৰ:- ক) ৮,০০০ জন

প্ৰশ্ন ১০। অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল?

ক) ২০০০ চনত
খ) ১৯৭৫ চনত
গ) ১৯৯৯ চনত
ঘ) ১৯৯৬ চনত

উত্তৰ:- ঘ) ১৯৯৬ চনত

প্ৰশ্ন ১১। অসম পুলিচৰ বৰ্তমান ষ্টেণ্ডাৰ্ড ইছ্যু (standard Issue) আগ্নেয়াস্ত্ৰ কি?
ক) এ কে এম
খ) লি এনফিল্ড .৩০৩ ৰাইফল
গ) ইনছাছ ৰাইফল
ঘ) এ কে ৪৭

উত্তৰ:- গ) ইনছাছ ৰাইফল

প্ৰশ্ন ১২। মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰোতে অসমৰ ৰজা কোন আছিল?
ক) চুকাফা
খ) প্ৰতাপ সিংহ
গ) চন্দ্ৰকান্ত সিংহ
ঘ) শিৱ সিংহ

ASSAM POLICE QUESTION ANSWER 2023

উত্তৰ:- গ) চন্দ্ৰকান্ত সিংহ

প্ৰশ্ন ১৩। বংগৰ শাসন কৰ্তা মহম্মদ বিন বখতিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?
ক) সন্ধ্যা
খ) পৃথু
গ) সমুদ্ৰ বৰ্মন
ঘ) বৈদ্যদেৱ

উত্তৰ:- খ) পৃথু

প্ৰশ্ন ১৪। বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কি?
ক) সত্ৰ সমুহ
খ) দেৱালয় সমুহ
গ) নামঘৰ সমুহ
ঘ) মন্দিৰ সমুহ

উত্তৰ:- ক) সত্ৰ সমুহ

ASSAM POLICE QUESTION ANSWER 2023

প্ৰশ্ন ১৫। কোনজন আহোম ৰজাই‌ শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা-বাহন দিছিল?
ক) মিলামুদ্দিন
খ) চুকাফা
গ) চুহুংমুং
ঘ) নিজামুদ্দিন

উত্তৰ:- গ) চুহুংমুং

প্ৰশ্ন ১৬। আহোম সকল অসমলৈ অহাৰ আগতে ক’ত বসবাস কৰিছিল?

ক) অৰুণাচল প্ৰদেশ
খ) মাওলুং ৰাজ্যত
গ) গাৰো পাহাৰত
ঘ) ডিমাপুৰ

উত্তৰ:- খ) মাওলুং ৰাজ্যত

ASSAM POLICE QUESTION ANSWER 2023

প্ৰশ্ন ১৭। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
ক) নৰনাৰায়ণ
খ) বিশ্বসিংহ
গ) ৰঘুদেৱ
ঘ) চক্ৰধ্বজ

উত্তৰ:- গ) ৰঘুদেৱ

প্ৰশ্ন ১৮। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল?
ক) ১৫৮০ খ্ৰীঃ
খ) ১৫৮১ খ্ৰীঃ
গ) ১৫৪০ খ্ৰীঃ
ঘ) ১৫৯০ খ্ৰীঃ

উত্তৰ:- খ) ১৫৮১ খ্ৰীঃ

প্ৰশ্ন ১৯। অসম পুলিচে ব্যৱহাৰ কৰা ‘ৰায়ত control ‘ ( Riot Control) ৰ গাড়ী খনৰ নাম কি?
ক) বজ্ৰ
খ) চক্ৰ
গ) থ্ৰৰ
ঘ) জীপছী

উত্তৰ:- ক) বজ্ৰ

প্ৰশ্ন ২০। আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?
ক) দুৰ্লভ
খ) নৰনাৰায়ণ
গ) তাম্ৰধ্বজ নাৰায়ণ
ঘ) চক্ৰধ্বজ

1 thought on “ASSAM POLICE QUESTION ANSWER 2023 – অসম পুলিছ প্ৰশ্ন”

Leave a Comment