ASSAM HISTORY GK IN ASSAMESE LANGUAGE SET – 2

ASSAM HISTORY GK IN ASSAMESE LANGUAGE SET – 2

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “ASSAM HISTORY GK IN ASSAMESE” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমৰ ইতিহাস কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

INDIA HISTORY GK QUIZ IN ASSAMESE LANGUAGE

HISTORY MOCK TEST IN ASSAMESE LANGUAGE – বুৰঞ্জী কুইজ

1➤ কামৰূপ ৰাজ্যৰ শেষ ৰজা কোন আছিল?

2➤ নিধানপুৰ শিলালিপি কোনজন ৰজাৰ আছিল?

3➤ আহোমৰ কাৰেং শব্দৰ অৰ্থ কি?

4➤ নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল?

5➤ গড়গাঁৱৰ কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল?

6➤ ৰংপুৰৰ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল?

7➤ ৰংপুৰৰ ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল?

8➤ গুৱাহাটীৰ উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

9➤ বশিষ্ঠশ্ৰম মন্দিৰ কোন নিৰ্মাণ কৰিছিল?

10➤ নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

11➤ উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰীৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

12➤ গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

13➤ তলৰ কোনটো ভাগত আহোম যুগৰ স্হাপত্য আৰু ভাস্কৰ্যবিদ্যাৰ নিৰ্দেশন পোৱা নাযায়?

14➤ কোনজন আহোম ৰজাই পোন প্ৰথমে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্মত দীক্ষিত হৈছিল?

15➤ কোনজন আহোম ৰজাই সংস্কৃত শিক্ষাৰ বাবে কাশী, নৱদ্বীপ আদিলৈ ব্ৰাহ্মণৰ ল’ৰা পঠিয়াইছিল?

16➤ মহী কি?

17➤ হস্তীবিদ্যাৰ্ণৱ নামৰ গ্ৰন্থখনৰ লেখক কোন?

18➤ দৰং ৰাজবংশাৱলী নামৰ গ্ৰন্থখনৰ লেখক কোন?

19➤ এতিয়ালৈকে উদ্ধাৰ হোৱা মুদ্ৰাবোৰৰ ভিতৰত আটাইতকৈ পুৰণি আহোম মুদ্ৰাটো হৈছে __ ।

20➤ আহোমৰ মুদ্ৰাবোৰৰ আকাৰ কেনেধৰণৰ আছিল?

21➤ আহোমৰ ৰাজত্বৰ সময়ছোৱাত প্ৰধান নগৰ কি আছিল?

22➤ বোৱা-কটা নজনা ছোৱালীক কি বুলি কোৱা হয়?

23➤ অসমত জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল?

24➤ বানকাঁহী আৰু বানবাতি, এই দুপদ বস্ত্ত অসমত কোনে প্ৰচলন কৰিছিল?

25➤ আহোমৰ ভাষা চকলং শব্দৰ অৰ্থ কি?

26➤ তলৰ কোনবিধ খেল-ধেমালি আহোম যুগত প্ৰচলন নাছিল?

27➤ পাইক আৰু পঁচা প্ৰথা কোনে আৰম্ভ কৰিছিল?

28➤ ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?

29➤ অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে গ্ৰহণ কৰিছিল?

Leave a Comment