ASSAM POLICE QUESTION ANSWER 2023 IN ASSAMESE LANGUAGE

ASSAM POLICE QUESTION ANSWER 2023 IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। অসমৰ সৰ্বপ্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তি গৰাকীৰ নাম কি?

উত্তৰ:- আনন্দৰাম বৰুৱা।

প্ৰশ্ন ‌২। অসমৰ‌ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদাচাহেব ফাল্কে বঁটা লাভ কৰা ব্যক্তি গৰাকী কোন? Assam Police Question Answer

উত্তৰ:- ড° ভূপেন হাজৰিকা।

প্ৰশ্ন ৩। অসমৰ সৰ্বপ্ৰথম কথাছবি পৰিচালক গৰাকী কোন?

উত্তৰ:- প্ৰমথেশ বৰুৱা।

প্ৰশ্ন ৪। অসমৰ সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি গৰাকীৰ‌ নাম কি?

উত্তৰ:- ফখৰুদ্দিন আলি আহমেদ।

ASSAM GK 2023 IN ASSAMESE LANGUAGE

প্ৰশ্ন ৫। অসমৰ সৰ্বপ্ৰথম গদ্য লিখক ব্যক্তি গৰাকীৰ নাম কি?

উত্তৰ:- ভট্টদেৱ।

প্ৰশ্ন ৬। অসমৰ সৰ্বপ্ৰথম বোলছবি খনৰ নাম কি?

উত্তৰ:- জয়মতী‌

প্ৰশ্ন ৭। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী লিখক ব্যক্তি গৰাকীৰ নাম কি?

উত্তৰ:- হলিৰাম ঢেকিয়াল ফুকন।

প্ৰশ্ন ৮। অসমৰ সৰ্বপ্ৰথম চাহ খেতিয়ক ব্যক্তি গৰাকীৰ নাম কি?

উত্তৰ:- মনিৰাম দেৱান।

প্ৰশ্ন ৯। অসমৰ সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা ব্যক্তি গৰাকী কোন?

উত্তৰ:- পিয়লী ফুকন।

প্ৰশ্ন ১০। অসমৰ সৰ্বপ্ৰথম নাট্যকাৰ ব্যক্তি গৰাকী কোন?

উত্তৰ:- ব্ৰজ শৰ্মা।

প্ৰশ্ন ১১। অসমৰ‌ সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি গৰাকী কোন আছিল? Assam Police Question Answer

উত্তৰ:- দেৱকান্ত বৰুৱা।

প্ৰশ্ন ১২। অসমৰ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আছিল?

উত্তৰ:- শুচিব্ৰতা ৰায়চৌধুৰী।

প্ৰশ্ন ১৩। অসমৰ সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ ‌সঞ্চালক গৰাকী কোন আছিল?

উত্তৰ:- গণেশ ফুকন।

প্ৰশ্ন ১৪। অসমৰ সৰ্বপ্ৰথম মহিলা সাহিত্যিক পেন্সনাৰ গৰাকী কোন আছিল?

উত্তৰ:- নলিনীবালা দেৱী।

প্ৰশ্ন ১৫।‌ অসমৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?

উত্তৰ:- চৈয়দা আনোৱাৰা টাইমূৰ।

• Assamese General Knowledge 2023

প্ৰশ্ন ১৬। অসমৰ সৰ্বপ্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী গৰাকী কোন আছিল?

উত্তৰ:- ৰেণুকা দেৱী বৰকটকী।

প্ৰশ্ন ১৭। অসমৰ সৰ্বপ্ৰথম সাহিত্য সভাৰ সভাপতি গৰাকীৰ নাম কি?

উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা।

প্ৰশ্ন ১৮। অসমৰ সৰ্বপ্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি?

উত্তৰ:- অৰুণোদয়।

প্ৰশ্ন ১৯। অসমত সৰ্বপ্ৰথম ছপাশাল ক’ত স্থাপন কৰা হৈছিল?

উত্তৰ:- মিছন প্ৰেছ, শিৱসাগৰ।

প্ৰশ্ন ২০। অসমৰ সৰ্বপ্ৰথম মহিলা পাইলট গৰাকীৰ নাম কি?

উত্তৰ:- ধীৰা হাজৰিকা।

প্ৰশ্ন ২১। অসমৰ সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তি গৰাকী কোন? Assam Police Question Answer

উত্তৰ:- ড° বাণীকান্ত কাকতি।

প্ৰশ্ন ২২। অসমৰ পৰা সৰ্বপ্ৰথম বিলাতলৈ যোৱা অসমীয়া ব্যক্তি গৰাকী কোন আছিল?

উত্তৰ:- আনন্দৰাম বৰুৱা।

প্ৰশ্ন ২৩। অসমৰ সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰা ব্যক্তি গৰাকী কোন আছিল?

উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।

প্ৰশ্ন ২৪। অসমৰ সৰ্বপ্ৰথম অসমীয়া পি.এইচ.ডি ডিগ্ৰী লাভ কৰা ব্যক্তি গৰাকী কোন?

উত্তৰ:- মইদুল ইছলাম বৰা।

প্ৰশ্ন ২৫। অসমৰ সৰ্বপ্ৰথম অসমীয়া মেডিকেল ছাৰ্ভিচ পাছ কৰা ব্যক্তি গৰাকীৰ নাম কি?

উত্তৰ:- কৰ্ণেল শিৱৰাম বৰুৱা।

প্ৰশ্ন ২৬। অসমৰ সৰ্বপ্ৰথম অসমীয়া মহিলা স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তি দুগৰাকী কোন কোন?

উত্তৰ:- সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা।

প্ৰশ্ন ২৭। অসমৰ‌ সৰ্বপ্ৰথম সাহিত্য অকাডেমি বঁটা বিজয়ী ব্যক্তি গৰাকী কোন আছিল?

উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা ( ১৯৫৫)।

প্ৰশ্ন ২৮। অসমৰ সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ গৰাকী কোন আছিল?

উত্তৰ:- বলিনাৰায়ণ বৰা।

প্ৰশ্ন ২৯। অসমৰ সৰ্বপ্ৰথম অসমীয়া ডি.লিট ডিগ্ৰী লাভ কৰা ব্যক্তি গৰাকী কোন?

উত্তৰ:- সূৰ্য্য কুমাৰ বৰুৱা।

প্ৰশ্ন ৩০। অসমৰ সৰ্বপ্ৰথম অসমীয়া মহিলা ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তি গৰাকী কোন?

উত্তৰ:- ড° লক্ষ্মী দেৱী।

1 thought on “ASSAM POLICE QUESTION ANSWER 2023 IN ASSAMESE LANGUAGE”

Leave a Comment