ASSAMESE GRAMMAR MOCK TEST – অসমীয়া ব্যাকৰণ MCQ

ASSAMESE GRAMMAR MOCK TEST – অসমীয়া ব্যাকৰণ MCQ

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “ASSAMESE GRAMMAR MOCK TEST” ৰ এই তথ্যৰাজিত APSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া ব্যাকৰণ কুইজৰ ওপৰত ভিত্তি কৰি ASSAMESE GRAMMAR MOCK TEST প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

2023 GK IN ASSAMESE LANGUAGE ASSAM GK

1➤ তলৰ কোনটো প্ৰাকৃত ভাষাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছিল?

2➤ তলত দিয়া কোনটো অসমীয়া ভাষাৰ মাতৃলিপি হয়?

3➤ অসমীয়া ভাষাত মুঠ কিমানটা বৰ্ণ আছে?

4➤ তলত দিয়া কোনটো এটা হ্ৰস্বস্বৰ নহয়?

5➤ অসমীয়া ভাষাত মুঠ কিমানটা স্বৰবৰ্ণ আছে?

6➤ অসমীয়া ভাষাত মুঠ কিমানটা ব্যঞ্জণবৰ্ণ আছে?

7➤ তলত দিয়া কোনটো অঘোষবৰ্ণৰ গোট নহয়?

8➤ ‘দ’ টো এটা _ ।

9➤ ‘প’ টো এটা _ ।

10➤ ‘চ’ বৰ্গৰ চতুৰ্থ আৰু পঞ্চম দুয়োটা বৰ্ণ তলৰ কোনটো প্ৰকাৰৰ অন্তগৰ্ত?

11➤ তলৰ কোনটো প্ৰকাৰৰ বৰ্ণসমূহ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি উঠে?

12➤ ‘স’ বৰ্ণটো এটা _ ।

13➤ ‘কাণে কাণ মাৰি’ মানে কি বুজায়?

14➤ ‘কাঠ-চিতীয়া’ মানে কি বুজায়?

15➤ ‘কপাল ধাে’ মানে কি বুজায়?

16➤ মাটিৰ মানুহ বুলিলে কি বুজায়?

17➤ ‘হৰিণাৰ মাংসই বৈৰী’ মানে কি?

18➤ ‘চকু চৰহা’ অৰ্থ কি?

19➤ অসমীয়াত প্ৰত্যয় কেই প্ৰকাৰৰ?

20➤ ‘অথাই সাগৰ’ মানে কি বুজায়?

21➤ খাবলৈ অনা কল পুলিক কি বোলে?

22➤ ফুল নুফুলাকৈ গুটি হোৱা গছক কি বোলে?

23➤ ক্ৰিয়াৰ কাৰ্যৰ নাম বুজোৱা বিশেষ্য পদক __ বোলে।

24➤ “কলপ-জলপকৈ” শব্দটোৰ অৰ্থ কি?

25➤ “ধোদৰ-পচলা” শব্দটোৰে কি বুজায়?

Leave a Comment