CULTURE AND LITERATURE OF ASSAM MCQ IN ASSAMESE LANGUAGE

CULTURE AND LITERATURE OF ASSAM MCQ IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। অসমীয়া ভাষাটোৱে কোন শতিকাত স্বকীয় ৰূপ পৰিগ্ৰহণ কৰিছিল?
ক) অষ্টম-নৱম
খ) নৱম-দশম
গ) দশম -একাদশ
ঘ) ষষ্ঠ-সপ্তম

উত্তৰ:- গ) দশম- একাদশ শতিকাত।

প্ৰশ্ন ২। কোনজন কবিৰ দ্বাৰা সৃষ্ট ‘ৰামায়ণ’ত প্ৰাচীন অসমীয়া ভাষাৰ নিদৰ্শন দেখা যায়? Culture and literature of Assam
ক) অনন্ত কন্দলি
খ) মাধৱ কন্দলি
গ) ৰাম সৰস্বতী
ঘ) হৰিবৰ বিপ্ৰ

উত্তৰ:- খ) মাধৱ কন্দলি।

প্ৰশ্ন ৩। অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে পোনপ্ৰথমে অধ্যয়ন তথা‌ গৱেষণা আৰম্ভ কৰা ভাষাবিদজনৰ নাম কি?
ক) ড° উপেন্দ্ৰনাথ গোস্বামী
খ) ড° বাণীকান্ত কাকতি
গ) দেৱানন্দ ভৰালী
ঘ) কালিৰাম মেধি

উত্তৰ:- খ) ড° বাণীকান্ত কাকতি।

প্ৰশ্ন ৪। অসমত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো অসমত কি দিৱস হিচাপে পালন কৰা হয়? Culture and literature of Assam
ক) ৰাভা দিৱস
খ) শিশু দিৱস
গ) পিতৃ দিৱস
ঘ) শিল্পী দিৱস

উত্তৰ:- ঘ) শিল্পী দিৱস।

প্ৰশ্ন ৫। ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ‘ঈয়াৰুইংগম’ উপন্যাস খনৰ‌ বাবে ১৯৬১ চনত কি বঁটা লাভ কৰিছিল?
ক) জ্ঞানপীঠ বঁটা
খ) অসম উপত্যকা সাহিত্য বঁটা
গ) সাহিত্য অকাডেমি বঁটা
ঘ) ইয়াৰে এটাও নহয়

উত্তৰ:- গ) সাহিত্য অকাডেমি বঁটা।

প্ৰশ্ন ৬। দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তৃতীয় নাটকখনৰ নাম কি? Culture and literature of Assam
ক) কাৰেঙৰ লিগিৰী
খ) ৰূপালীম
গ) নিমাতী কইনা
ঘ) লভিতা

উত্তৰ:- ঘ) লভিতা।

প্ৰশ্ন ৭। তলৰ কোনটো অসমীয়া ভাষাৰ উপভাষা নহয়?
ক) পূৱ বংগৰ ভাষা
খ) কামৰূপী ভাষা
গ) গোৱালপৰীয়া উপভাষা
ঘ) মংগলদৈৰ উপভাষা

উত্তৰ:- ক) পূৱ বংগৰ ভাষা।

প্ৰশ্ন ৮। কোন শতিকাৰ পিছত কামৰূপী ভাষা উপভাষালৈ পৰিৱৰ্তিত হৈছিল?
ক) ওঠৰ শতিকা
খ) পঞ্চদশ শতিকা
গ) সোতৰ শতিকা
ঘ) দশম শতিকা

উত্তৰ:- গ) সোতৰ শতিকাত।

প্ৰশ্ন ৯। ভাষাবিদ কালিৰাম মেধিৰ মতে অসমীয়া ভাষা ক’ৰ পৰা উদ্ভৱ হৈছিল?
ক) পৈশাচী প্ৰাকৃত
খ) মহাৰাষ্ট্ৰী প্ৰাকৃত
গ) প্ৰাচ্য আৰু পশ্চিমা অপভ্ৰংশৰ সংমিশ্ৰণত
ঘ) কামৰূপী প্ৰাকৃত

উত্তৰ:- গ) প্ৰাচ্য আৰু পশ্চিমা অপভ্ৰংশৰ সংমিশ্ৰণত।

প্ৰশ্ন ১০। বিশিষ্ট ভাষাবিদ ড° বাণীকান্ত কাকতিৰ মতে অসমীয়া ভাষাৰ উপভাষা কেইটা?
ক) দুটা
খ) তিনিটা
গ) চাৰিটা
ঘ) পাঁচটা

উত্তৰ:- ক) দুটা।

প্ৰশ্ন ১১। অসমীয়া ভাষা কোনটো ভাষা গোষ্ঠীৰ অন্তৰ্গত?
ক) তিব্বতবৰ্মী
খ) অষ্ট্ৰিক
গ) আৰ্য
ঘ) ইয়াৰ এটাও নহয়

উত্তৰ:- খ) অষ্ট্ৰিক।

প্ৰশ্ন ‌১২। লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনী সম্পাদনা কৰিছিল?
ক) জোনাকী
খ) বাঁহী
গ) সাতসৰী
ঘ) অসম বাণী

উত্তৰ:- খ) বাঁহী

ASSAM HISTORY GK IN ASSAMESE LANGUAGE SET – 2

প্ৰশ্ন ১৩। কোনখন গ্ৰন্থত অসমীয়া আৰু বাংলা ভাষাৰ বৈশিষ্ট্যৰাজি দেখা পোৱা যায়?
ক) হস্তী বিদ্যাৰ্ণৱ
খ) কৃষ্ণ কীৰ্তন
গ) গীত গোবিন্দ
ঘ) প্ৰহ্লাদ চৰিত

উত্তৰ:- খ) কৃষ্ণ কীৰ্তন।

প্ৰশ্ন ১৪। “অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ পৰা ওলাইছে” — এই মতামত আগবঢ়োৱা ভাষাবিদ কেইগৰাকী কোন কোন? Culture and literature of Assam
ক) গ্ৰীয়াৰ্চন, ড° সুনীতি কুমাৰ চট্টোপাধ্যায়, কালিৰাম মেধি
খ) ড° নাথান ব্ৰাউন, ড° মহেশ্বৰ নেওগ, গ্ৰীয়াৰ্চন
গ) গ্ৰীয়াৰ্চন, ড° সুনীতি কুমাৰ চট্টোপাধ্যায়, ড° বাণীকান্ত কাকতি
ঘ) ড° বাণীকান্ত কাকতি, বেণীমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ

উত্তৰ:- গ) গ্ৰীয়াৰ্চন, ড° সুনীতি কুমাৰ চট্টোপাধ্যায়, ড° বাণীকান্ত কাকতি।

প্ৰশ্ন ১৫। অসমীয়া ভাষাৰ উৎপত্তি সন্দৰ্ভত প্ৰধানতঃ কেইটা মত পোৱা যায়?
ক) পাঁচটা
খ) চাৰিটা
গ) তিনিটা
ঘ) সাতটা

উত্তৰ:- ক) পাঁচটা।

প্ৰশ্ন ১৬। ভাৰতীয় আৰ্য ভাষাৰ স্তৰ কেইটা?
ক) চাৰিটা
খ) তিনিটা
গ) দুটা
ঘ) পাঁচটা

উত্তৰ:- খ) তিনিটা

প্ৰশ্ন ১৭। নামনি অসমৰ প্ৰধান উপভাষা কেইটা কি কি?
ক) কামৰূপী আৰু নলবৰীয়া
খ) মংগলদৈ আৰু ছয়গাঁও
গ) কামৰূপী আৰু গোৱালপৰীয়া
ঘ) ইয়াৰ আটাইকেইটা

উত্তৰ:- গ) কামৰূপী আৰু গোৱালপৰীয়া।

প্ৰশ্ন ১৮। অসমীয়া ভাষাত মধ্যম পুৰুষৰ বিভক্তি কেইটা?
ক) দুটা
খ) চাৰিটা
গ) তিনিটা
ঘ) এটা

উত্তৰ:- ক) দুটা।

প্ৰশ্ন ১৯। কোনটো ভাষাই অসমীয়া ভাষালৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াইছে?
ক) মিছিং
খ) দেউৰী
গ) কাৰ্বি
ঘ) বড়ো

উত্তৰ:- ঘ) বড়ো।

প্ৰশ্ন ২০। অসমীয়া ভাষাত সপ্তমী বিভক্তিৰ চিন কি?
ক) ৰ
খ) ত
গ) লৈ
ঘ) এ

উত্তৰ:- খ) ত।

প্ৰশ্ন ২১। অসমীয়া ভাষাত কি বিভক্তি পোৱা নাযায়?
ক) প্ৰথমা
খ) ষষ্ঠী
গ) সপ্তমী
ঘ) পঞ্চমী

উত্তৰ:- ঘ) পঞ্চমী।

প্ৰশ্ন ২২। অসমীয়া সাহিত্যৰ প্ৰথম চুটি গল্পটোৰ নাম কি?
ক) কাশীবাসী
খ) ভোকেন্দ্ৰ বৰুৱা
গ) সেউতী
ঘ) মলক গুইন গুইন

উত্তৰ:- গ) সেউতী।

প্ৰশ্ন ২৩। অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰু চৰিত পুথিসমুহ কোনটো যুগৰ অন্তৰ্গত?
ক) প্ৰাচীন অসমীয়া যুগ
খ) মধ্য যুগ
গ) আধুনিক যুগ
ঘ) ইয়াৰ এটাও নহয়

উত্তৰ:- খ) মধ্য যুগ।

প্ৰশ্ন ২৪। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কি?
ক) জোনবিৰি
খ) লিতিকাই
গ) পদুম কুঁৱৰী
ঘ) কদম কলি

উত্তৰ:- ঘ) কদম কলি।

প্ৰশ্ন ২৫। লক্ষ্মীনাথ বেজবৰুৱা কোন চনত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছিল?
ক) ১৯২৪
খ) ১৯২৮
গ) ১৯৩২
ঘ) ১৯২২

Leave a Comment