CULTURE MOCK TEST IN ASSAMESE

CULTURE MOCK TEST IN ASSAMESE

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ CULTURE MOCK TEST IN ASSAMESE এই প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰৰ Culture Mock Test in Assamese কেইটা দি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে প্ৰতিদিনে অসমীয়া Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক

35 IMPORTANT ASSAM GK – MOST IMPORTANT ASSAM GK IN ASSAMESE LANGUAGE

#1. কামাখ্যা মন্দিৰ ক’ত অৱস্থিত?

#2. নিম্নলিখিত কোনখন ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে মনোনীত কৰা হৈছে?

#3. তামিলনাডুৰ শাস্ত্ৰীয় নৃত্য কি?

#4. মাহচু, ডাংলি আৰু ঝালী কোনখন ৰাজ্যৰ জনপ্ৰিয় লোক নৃত্য?

#5. বিশু কোন কেইখন ৰাজ্যৰ শস্য চপোৱা উৎসৱ?

#6. উস্তাদ বিছমিল্লা খানে কোনটো বাদ্যযন্ত্ৰ বজাইছিল?

#7. নংক্ৰেম নৃত্য উৎসৱ কোন খন ৰাজ্যৰ?

#8. শনি শিংনাপুৰ মন্দিৰ ক’ত অৱস্থিত?

#9. সংগাই উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয়?

#10. কোনখন চহৰ বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হোৱা প্ৰথম খন চহৰ হৈ পৰিছিল?

Leave a Comment