MOCK TEST IN ASSAMESE LANGUAGE

MOCK TEST IN ASSAMESE LANGUAGE

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ MOCK TEST IN ASSAMESE LANGUAGE এই প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰৰ Mock Test in Assamese language কেইটা দি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে প্ৰতিদিনে অসমীয়া Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক

ASSAMESE QUIZ 2023 / অসমীয়া কুইজ 2023

#1. কলমকাৰী লোক চিত্ৰকলা কোন ৰাজ্যত আছে?

#2. জিআই টেগ প্ৰদান কৰা চাংলি টাৰ্মেক কোন ৰাজ্যৰ?

#3. জিআই টেগ প্ৰদান কৰা কদকনাথ চিকেন কোন ৰাজ্যৰ?

#4. লাল বাগ ক’ত অৱস্থিত?

#5. গাৰাদি কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ নৃত্য?

#6. ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰাণী-কি-ভাভ কোন খন ৰাজ্যত অৱস্থিত?

#7. খাংচেণ্ডজোঙ্গা ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?

#8. বুট্টা বোম্মালু কোন খন ৰাজ্যৰ নৃত্য?

#9. শিষ মহল ক’ত অৱস্থিত?

#10. পট্টাচিত্ৰা লোক চিত্ৰকলা কোন ৰাজ্যত আছে?

Leave a Comment