ASSAM POLICE MOCK TEST IN ASSAMESE ASSAMESE GK

ASSAM POLICE MOCK TEST IN ASSAMESE ASSAMESE GK

সাধাৰণ বিজ্ঞানৰ কুইজ / ASSAM POLICE MOCK TEST IN ASSAMESE নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ অসম আৰক্ষী লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ বিজ্ঞানৰ প্ৰশ্নোত্তৰৰ Assam Police Mock Test in Assamese কেইটা দি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে প্ৰতিদিনে অসমীয়া Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক

ASSAM GK IN ASSAMESE LANGUAGE SET – 1

#1. ভিটামিন A আৱিষ্কাৰ কিমান চনত হৈছিল?

#2. কোনটো ভিটামিনৰ অত্যাধিক পৰিমাণৰ ফলত যকৃতৰ ক্ষতি হয়?

#3. পেলাগ্ৰা ৰোগৰ পৰা আমাক সুৰক্ষিত কৰা ভিটামিন বিধৰ নাম কি?

#4. ৰেটিনল কোন ভিটামিনৰ বৈজ্ঞানিক নাম?

#5. নিয়াচিন হৈছে ৰাসায়নিক নাম যাৰ ভিটামিন _ ।

#6. মস্তিষ্কৰ কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় ভিটামিনটোৰ নাম কি?

#7. কোনটো ভিটামিনৰ অভাৱৰ ফলত হিমোফিলিয়া হয়?

#8. চৰ্বি দ্ৰৱণীয় ভিটামিন হৈছে _ ।

#9. ভিটামিন C পোৱা যায় _ ।

#10. কোনটো ভিটামিনক এস্কৰ্বিক এচিড বুলি কোৱা হয়?

Leave a Comment