PEDAGOGY MOCK TEST IN ASSAMESE LANGUAGE – টেট পৰীক্ষাৰ প্ৰশ্ন

PEDAGOGY MOCK TEST IN ASSAMESE LANGUAGE – টেট পৰীক্ষাৰ প্ৰশ্ন

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “PEDAGOGY MOCK TEST IN ASSAMESE – টেট পৰীক্ষাৰ প্ৰশ্ন” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে MCQ in Assamese language ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

ASSAM POLICE MOCK TEST IN ASSAMESE PART 9 অসমীয়া কুইজ

1➤ নিম্ন প্রাথমিক স্তৰ মানে –

2➤ উচ্চ প্রাথমিক স্তৰ মানে –

3➤ বুনিয়াদী শিক্ষা আচঁনিৰ আন এটা নাম –

4➤ তলৰ কোণটো বুনিয়াদী শিক্ষাৰ বৈশিষ্ট নহয়? ক) খ) গ) ঘ)

5➤ বয়ঃসন্ধি কাল মানে –

6➤ কোনে কৈশোৰকালক জীৱনৰ ধুমুহা আখ্যা দিছিল?

7➤ Teenagers মানে –

8➤ শৈশৱকাল মানে –

9➤ তলৰ কোনটো শৈশৱকালৰ বৈশিষ্ট নহয়?

PEDAGOGY MOCK TEST IN ASSAMESE

10➤ প্রশ্ন সোধাৰ বয়স বুলিলে আমি বুজো –

11➤ ভাষাৰ বিকাশত উপযুক্ত কাল হৈছে –

12➤ মনোবিজ্ঞানী স্মিথ আৰু টাৰমেনৰ মতে এটা দুবছৰীয়া শিশুৱে ক’ব পৰা শব্দৰ সংখ্যা হৈছে –

13➤ এটা শিশুৱে সাধাৰণতে একেলেথাৰিয়ে কোনো বস্তুৰ ওপৰত নজৰ দিব পৰা সময় হৈছে –

14➤ তলৰ কোনটো শিশুৰ মানসিক বিকাশৰ বৈশিষ্ট নহয়?

15➤ যৌন প্রবৃত্তি সক্রিয় হয় –

16➤ সৰু অবস্থাত শিশুৱে নিজৰ দেহৰ অংগ-প্রত্যংগ চুই সুখ অনুভব কৰা আচৰণটোক কি বোলা হয়?

17➤ সাধাৰণতে প্রাক-প্রাথমিক শিক্ষানুষ্ঠানত নামভর্ত্তিৰ বয়স হৈছে –

18➤ মণ্টেশ্বৰী বিদ্যালয়ৰ এটি প্রধান বৈশিষ্ট হৈছে –

19➤ কিণ্ডাৰগার্টেন বিদ্যালয় প্রথম স্থাপিত ক’ত হৈছিল?

20➤ নার্চাৰী স্কুলৰ প্রতিষ্ঠাপক কোন আছিল?

PEDAGOGY MOCK TEST IN ASSAMESE

21➤ বুনিয়াদী শিক্ষাৰ প্রবর্তক কোন আছিল?

22➤ বালৱাড়ী শিক্ষাৰ বিদ্যালয় স্থাপনৰ বাবে পৰামর্শ কোনে আগবঢ়াইছিল?

23➤ তলৰ কোনটো প্রাক-প্রাথমিক স্তৰৰ শিক্ষাৰ লক্ষ্য নহয়?

24➤ প্রাক-প্রাথমিক স্তৰৰ শিক্ষাত তলৰ কোনটো বিষয়ত কম গুৰুত্ব দিয়া হয়?

25➤ শিশুৰ প্রতিভা বিকাশৰ বাবে তলৰ কোনটো প্রক্রিয়া ফলপ্রসু বুলিব পাৰি?

Leave a Comment