ASSAM POLICE MOCK TEST IN ASSAMESE PART 9 অসমীয়া কুইজ

ASSAM POLICE MOCK TEST IN ASSAMESE PART 9 অসমীয়া কুইজ

বিশেষভাৱে আমাৰ এই ASSAM POLICE MOCK TEST IN ASSAMESE ৰ প্ৰশ্নোত্তৰবোৰ অসম আৰক্ষী লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ অসমীয়া মকটেষ্ট কেইটা দি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। তলত আমাৰ ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া হৈছে। তাতো আমি ASSAM POLICE MOCK TEST IN ASSAMESE সমূহ আলোচনা কৰোঁ। আগ্ৰহী হ’লে Join হ’ব পাৰে।

প্ৰশ্ন ১। মিছ ৱৰ্ল্ড হোৱা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি?
ক) প্ৰিয়ংকা ভাচু
খ) দিপ্তি শেখৰ
গ) ৰাইমা সেন
ঘ) ৰিটা ফাৰিয়া

ভাৰতৰ সাধাৰণ জ্ঞানৰ MCQ

প্ৰশ্ন ২। দুবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম গৰাকী মহিলাগৰাকীৰ নাম কি?
ক) বচেন্দ্ৰী পাল
খ) শ্বেৰিং নোগপা
গ) মোহিত দাস
ঘ) সন্তোষ যাদৱ

প্ৰশ্ন ৩। প্ৰথমগৰাকী মহিলা বিচাৰক কোন আছিল?
ক) মেঘা শিৰ্কে
খ) অঞ্জুম ৰায়
গ) আন্না চাণ্ডি
ঘ) হিমা তোমাৰ

প্ৰশ্ন ৪। ভাৰতৰ প্ৰথম যুঁজাৰু বিমানখনৰ নাম কি?
ক) SET
খ) NET
গ) RET
ঘ) FET

প্ৰশ্ন ৫। ই-আদালত থকা প্ৰথম চহৰ?
ক) চণ্ডিগড়
খ) ৰায়পুৰ
গ) চেন্নাই
ঘ) আহমেদাবাদ

প্ৰশ্ন ৬। ভাৰত ৰত্ন লাভ কৰা প্ৰথম খেলুৱৈ কোন আছিল?
ক) ৰাহুল দ্ৰাবিড়
খ) সৌৰভ গাংগুলী
গ) শচীন তেণ্ডুলকাৰ
ঘ) ৰবি শাস্ত্ৰী

প্ৰশ্ন ৭। পৰম বীৰ চক্ৰ লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল?
ক) মেজৰ সোমনাথ শৰ্মা
খ) কেপ্টেইন বিক্ৰম বাত্ৰা
গ) নায়েক যদু নাথ সিং
ঘ) মেজৰ শইতান সিং

প্ৰশ্ন ৮। গ্ৰেমী বঁটা (Grammy Award) লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তি কোন?
ক)ওস্তাদ জামিল খান
খ) ৰবি পাণ্ডে
গ) পণ্ডিত ৰবিশংকৰ
ঘ) মেহৰান দেব

প্ৰশ্ন ৯। প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল?
ক) নেহা নাগপাল
খ) সৃষ্টি চৌধুৰী
গ) চিবি মুথাম্মা
ঘ) এম.কে. মানসী

ASSAM POLICE MOCK TEST IN ASSAMESE

প্ৰশ্ন ১০। ইংৰাজী চেনেল পাৰ হোৱা প্ৰথম গৰাকী মহিলাৰ নাম কি?
ক) পূজা ৰাও
খ) আৰতি সাহা
গ) ৰচনা ত্ৰিবেদী
ঘ) মনীষা ৰাজন

Leave a Comment