35 IMPORTANT ASSAM GK – MOST IMPORTANT ASSAM GK IN ASSAMESE LANGUAGE

35 IMPORTANT ASSAM GK – MOST IMPORTANT ASSAM GK IN ASSAMESE LANGUAGE

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “100 IMPORTANT ASSAM GK” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসম কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

MCQ ON LAKSHMINATH BEZBARUAH MCQ

1➤ ‘ককাদেউতাৰ হাড়’ গ্ৰন্থ খন‌ কোনজন সাহিত্যকে ৰচনা কৰিছিল?

2➤ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কেতিয়া মুকলি কৰা হৈছিল?

3➤ কিমান চনত আনন্দৰাম বৰুৱাক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল?

4➤ উপত্যকা সাহিত্য বঁটা কোনজন সাহিত্যকক প্ৰদান কৰা হৈছিল?

5➤ দীপালী বৰঠাকুৰক কিমান চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল?

6➤ কোন খন অভয়াৰণ্যত প্ৰথম বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল?

7➤ প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যু কিমান চনত হৈছিল?

8➤ দালাই লামাই কিমান চনত কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল?

9➤ জয়মতী বঁটাৰে সন্মানিত সাহিত্যক গৰাকী কোন আছিল?

10➤ ২০০৩ চনৰ ঘোষণা মতে অসমত কেইপ্ৰকাৰৰ ৰাজ্যিক প্ৰতীক আছে?

11➤ ২০০২ চনত কোনজন সাহিত্যকক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল?

12➤ কোন তাৰিখে সত্ৰীয়া নৃত্যই স্বীকৃতি লাভ কৰিছিল?

13➤ কিমান‌ চনত ভবেন্দ্ৰনাথ শইকীয়াই ‘শংকৰদেৱ বঁটা’ লাভ কৰিছিল?

14➤ কোনখন গ্ৰন্থৰ বাবে মেদিনী চৌধুৰীক ‘সাহিত্য অকাডেমি’ বঁটা প্ৰদান কৰিছিল?

15➤ আম্বেদকাৰ বঁটা অসমৰ কোন গৰাকী অভিনেত্ৰীক প্ৰদান কৰা হৈছিল?

16➤ কিমান চনত মহিম বৰাক ‘কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা’ প্ৰদান কৰিছিল?

17➤ অৰুণ শৰ্মাক কোনখন গ্ৰন্থৰ বাবে ‘সাহিত্য অকাডেমি বঁটা’ প্ৰদান হয়?

18➤ অসমৰ আঞ্চলিক দল কোনটো?

19➤ কিমান চনত ওৰাং অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল?

20➤ অপূৰ্ব শৰ্মাক কিমান চনত ‘সাহিত্য অকাডেমি বঁটা’ প্ৰদান কৰা হৈছিল?

21➤ প্ৰথম অসমীয়া নাটক বীণবৰাগী কেতিয়া প্ৰকাশিত হৈছিল?

22➤ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে ‘জ্ঞানপীঠ বঁটা’ লাভ কৰিছিল?

23➤ ‘বেদনাৰ উল্কা’ কাব্য সংকলন খন কাৰ ৰচনা?

24➤ অতুলচন্দ্ৰ হাজৰিকাক কিমান চনত ‘পদ্মশ্ৰী বঁটা’ প্ৰদান কৰা হৈছিল?

25➤ নলিনীবালা দেৱীক কিমান চনত ‘সাহিত্য অকাডেমি বঁটা’ প্ৰদান কৰিছিল?

26➤ পবিত্ৰ তীৰ্থস্থান বশিষ্ঠাশ্ৰম কেইটা নদী প্ৰৱাহিত হৈ আছে?

27➤ বট্ৰদৱা দেৱালয় অসমৰ কোনখন জিলাত অৱস্থিত?

28➤ শিৱসাগৰৰ কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰাইছিল?

29➤ কোল পাৰ্ক কোনে সজাইছিল?

30➤ অসমীয়া ভাষাটোৱে কোন শতিকাত স্বকীয় ৰূপে পৰিগ্ৰহণ কৰিছিল?

31➤ কোনজন কবিৰ দ্বাৰা সৃষ্ট ‘ৰামায়ণ’ত প্ৰাচীন অসমীয়া ভাষাৰ নিদৰ্শন দেখা যায়?

32➤ অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে পোনপ্ৰথমে অধ্যয়ন তথা‌ গৱেষণা আৰম্ভ কৰা ভাষাবিদজনৰ নাম কি?

33➤ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত কি দিৱস হিচাপে পালন কৰা হয়?

34➤ ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ‘ঈয়াৰুইংগম’ উপন্যাস খনৰ‌ বাবে ১৯৬১ চনত কি বঁটা লাভ কৰিছিল?

35➤ দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তৃতীয় নাটকখনৰ নাম কি আছিল?

Leave a Comment