MCQ ON LAKSHMINATH BEZBARUAH MCQ

MCQ ON LAKSHMINATH BEZBARUAH MCQ

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “লক্ষ্মীনাথ বেজবৰুৱা MCQ ON LAKSHMINATH BEZBARUAH MCQ” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে Lakshminath Bezbaruah MCQ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

ASSAM POLICE SI MOCK TEST 2023 IN ASSAMESE LANGUAGE

1➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্ম কেতিয়া হৈছিল?

2➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্ম কোন ঠাইত হৈছিল?

3➤ নিম্নলিখিত কোনটো লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ সৈতে মিলে?

4➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ পিতৃ নাম কি আছিল?

5➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ মাতৃ নাম কি অ‍ছিল?

6➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ পত্নী নাম কি আছিল?

7➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱ কোন চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল?

8➤ লক্ষ্মীনাথ বেজবুৰুৱা দেৱৰ একমাত্ৰ আলোচনীখনৰ নাম কি?

9➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱে মুঠ কিমানখন উপন্যাস ৰচনা কৰিছিল?

10➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?

11➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

12➤ ‘বেলিমাৰ’ লক্ষ্মীনাথ বেজবৰুৱা দেৱ কোন বিষয়ক গ্ৰন্থ?

13➤ ‘সাধুকথাৰ কুঁকি’ লক্ষ্মীনাথ বেজবৰুৱা দেৱ কোন বিষয়ক গ্ৰন্থ?

14➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ মুঠ সাধুকথা পুথি কেইখন?

15➤ নিম্নলিখিত কোনখন লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ আত্মজীৱনী?

16➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱ কোনখন অসম সাহিত্য সভাৰ সভাপতি আছিল?

17➤ অসমৰ জাতীয় সংগীতটোৰ নাম কি?

18➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱক কোনজন ব্যক্তিয়ে ৰসৰাজ উপাধি প্ৰদান কৰিছিল?

19➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হৈছে _ ।

20➤ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ মৃত্যু কেতিয়া হৈছিল?

Leave a Comment