ASSAM POLICE MOCK TEST IN ASSAMESE

ASSAM POLICE MOCK TEST IN ASSAMESE

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ASSAM POLICE MOCK TEST IN ASSAMESE” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ অসম আৰক্ষীৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই ASSAM POLICE MOCK TEST IN ASSAMESE শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ ASSAM POLICE MOCK TEST IN ASSAMESE টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

ASSAMESE QUIZ 2023 / নতুন কুইজ ২০২২ (24 January 2023)

#1. বাহী আলোচনী কোনে সম্পাদনা কৰিছিল ?

#2. জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল?

#3. চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কোন চনত প্ৰকাশ পাইছিল ?

#4. বিজুলী কাকতৰ প্ৰথম সম্পাদক কোন আছিল ?

#5. প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল ?

#6. বাহী আলোচনী কোন চনত প্ৰকাশিত হয় ?

#7. প্ৰথম আসমীয়া ৰোমাণ্টিক কবি কোন ?

#8. বিজুলী কাকত খন কোন চনত প্ৰকাশিত হৈছিল?

#9. আৱাহন কাকতখন ক’ৰ পৰা ওলায় ?

#10. অসমীয়া সাহিত্যত গীতি-কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন?

#11. বনফুল কবি কোন ?

#12. ঊষা আলোচনীখন কোন চনত প্ৰকাশিত হৈছিল ?

#13. শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল ?

#14. ঊষা আলোচনীখন কোনে সম্পাদনা কৰিছিল ?

#15. বীণ বৰাগীৰ লেখক কোন ?

#16. প্ৰথম আসমীয়া আধুনিক কবিতাটোৰ নাম কি ?

#17. বীণ বৰাগী কবিতাপুথিত কিমানটা কবিতা আাছে ?

#18. আৱাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল ?

#19. জোনাকী কোন চনত প্ৰকাশ হৈছিল ?

#20. সৰ্বপ্ৰথম ক’ত কিতাপ ছপা হৈছিল ?

Leave a Comment