ASSAM POLICE MOCK TEST IN ASSAMESE LANGUAGE

ASSAM POLICE MOCK TEST IN ASSAMESE LANGUAGE

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটোত বিশ্ব সাহিত্য কুইজ ASSAM POLICE MOCK TEST IN ASSAMESE ৰ ওপৰত ভিত্তি কৰি ASSAM POLICE MOCK TEST IN ASSAMESE ৰ বাবে মুঠ ১০ টা গুৰুত্বপূৰ্ণ অসমীয়া মৰ্কটেষ্ট আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আশা কৰোঁ আমাৰ এই অসমীয়া কুইজ কেইটা আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনেকৈ APSC, UPCS, SSC, APDCL, TET আদিৰ বাবে সহায়ক হ’ব। লগতে আপুনি প্ৰতিদিনে Free Online Assamese Mock Test দিবলৈ আমাৰ টেলিগ্ৰাম গ্ৰুপত Join হৈ ল’ব পাৰে। লিংক বাবে

PEDAGOGY MOCK TEST IN ASSAMESE LANGUAGE – টেট পৰীক্ষাৰ প্ৰশ্ন

#1. Wild Child এই কিতাপখনৰ লিখক কোন?

#2. The Bird Of Time কোনে ৰচনা কৰিছিল?

#3. Travelling Through Conflict নামৰ এই কিতাপখন কোনে লিখিছিল?

#4. The God Of Small Things কোন লিখিছিল?

#5. Book Macbeth গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

#6. Two Leaves And A Bud এই পুথিখন কোনে লিখিছিল?

#7. Gita Rahasya কোনে ৰচনা কৰিছিল?

#8. Indian War Of Independence গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

#9. The Naked Face গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

#10. Odyssey নামৰ কিতাপখন কোনে লিখিছিল?

Leave a Comment