ASSAM POLICE MOCK TEST IN ASSAMESE

ASSAM POLICE MOCK TEST IN ASSAMESE

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ASSAM POLICE MOCK TEST IN ASSAMESE” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ অসমৰ TET পৰীক্ষা Moct Test, APSC Mock Test, Assamese UPSC Mock Test , SSC GD Mock Test পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

ASSAM POLICE MOCK TEST IN ASSAMESE LANGUAGE

#1. লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক’ৰ পৰা আৰম্ভ হয়?

#2. চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি ‘বীণ বৰাগী’ ক’ত প্ৰকাশ পায়?

ASSAM POLICE MOCK TEST IN ASSAMESE

#3. ষোড়শ শতিকাৰ প্ৰখ্যাত কামৰূপী কবি চন্দ্ৰহাৰতী ক’ত বাস কৰিছিল–

#4. “বৰা লাৰাৱা” হৈছে মহান যুঁজাৰুক প্ৰদান কৰা এটা উপাধি। ইছমাইল গাজীয়ে এই উপাধি কোন ৰাজ্যৰ ৰজাক প্ৰদান কৰিছিল ?

#5. লক্ষ্মীনাথ বেজবৰুৱাৰ ‘লিতিকাই’ কোন শ্ৰেণীৰ নাটক?

#6. ভাস্কৰবৰ্মনৰ শাসনকালত কামৰূপাৰ মুখ্য উদ্যোগ কি আছিল —–

#7. ভাস্কৰ-বৰ্মনে কোন যুদ্ধৰ পিছত বিখ্যাত নিধানপুৰ তাম-প্লেট অনুদান জাৰী কৰিছিল?

#8. প্রথম অসমীয়া চুটিগল্পটোৰ নাম কি?

#9. চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বীণ বৰাগী’ কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা আছে? সন্নিৱিষ্ট কৰা হৈছে?

#10. ভদৰী’ নামৰ বিখ্যাত অসমীয়া চুটিগল্পটোৰ গল্পকাৰজন কোন?

#11. নৰনাৰায়ণৰ শাসনকালত নিৰ্মাণ কৰা গোহাঁই কমল আলি কৰ পৰা কলৈ আছিল?

#12. ৰামায়ণৰ মতে, অমুৰতৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল ?

#13. অসমীয়া চুটিগল্পৰ জন্মদাতা কোন?

#14. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?

#15. লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সেউতী’ গল্পটো ক’ত প্ৰকাশ হৈছিল?

#16. শৰাইঘাটৰ (১৬৭১) যুদ্ধত আহোম সৈন্যৰ সেনাপতি আছিল লাচিত বৰফুকন, মোগলৰ সেনাপতি কোন আছিল ?

#17. প্ৰথমে আদিমসকলৰ মাজত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া কোনে প্ৰৱৰ্তন কৰিছিল ?

#18. লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ ক’ত প্রকাশ পাইছিল?

#19. প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ’ বুলি কোনে কৈছিল?

ASSAM POLICE MOCK TEST IN ASSAMESE

#20. নেপালৰ পশুপতিনাথ মন্দিৰৰ শিলালিপিত “গৌদ্ৰাদি কলিংকাশলা পট্টি” বুজায়। তেওঁ কোন আছিল ?

Leave a Comment