ASSAM POLICE MOCK TEST IN ASSAMESE LANGUAGE

ASSAM POLICE MOCK TEST IN ASSAMESE LANGUAGE

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “ASSAM POLICE MOCK TEST IN ASSAMESE” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ অসমৰ TET পৰীক্ষা Moct Test, APSC Mock Test, UPSC Mock Test , SSC GD Mock Test পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

ASSAM POLICE MOCK TEST IN ASSAMESE LANGUAGE

#1. লাইন অব এক্সুৱেল কণ্ট্রল কত অবস্থিত?

#2. কোনবিধ পদাৰ্থৰ কাৰণে গছৰ পাত সেউজীয়া হয়?

#3. অসমৰ মুঠ জিলা আৰু মহকুমাৰ সংখ্যা কিমান?

#4. ভাৰতৰ উপকুল অঞ্চলত থকা বৃহত্তম নদীখনৰ নাম কি?

#5. ভাৰতৰ দক্ষিণ প্রান্তৰ সমুদ্র উপকুল কি?

#6. তলৰ কোনবিধ মাংসভোজী উদ্ভিদ?

#7. লাইন অব কণ্ট্রল ক’ত অবস্থিত?

#8. বাথৌ পুজা কোন জনগোষ্ঠীৰ বৈশিষ্ট্য?

ASSAM POLICE MOCK TEST IN ASSAMESE

#9. ভাৰত মহাসাগৰৰ আটাইতকৈ গভীৰতম খাদটো নাম কি?

#10. মৃতকক শ্ৰদ্ধা জনাবলৈ টাই-আহোমসকলে পালন কৰা এটি বিশেষ অনুষ্ঠান হৈছে __।

#11. তলৰ কোনখন চহৰত উৰাজাহাজ নির্মাণ কৰা হয়?

#12. তলৰ কোনখন ঠাইত সূর্যৰ ৰশ্মি কেতিয়াও উলম্বভাবে নপৰে?

#13. কম্পিউটাৰে যি ভাষা বুজি পায় তাক __ বোলে।

#14. টুচু দেৱী হৈছে চাহ-জনগোষ্ঠী লোকসকলৰ __।

ASSAM POLICE MOCK TEST IN ASSAMESE

#15. আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে?

#16. কপৌফুল হ’ল এবিধ __।

#17. পৰিৱেশ সুৰক্ষা আইন কোন চনত বলবৎ হৈছিল?

#18. তলৰ ভাৰতৰ কোন ৰাজ্যত সাক্ষৰতাৰ হাৰ নিম্ন?

#19. নেটওৱৰ্কিং কম্পিউটাৰৰ পৰস্পৰ সংযোগ কৰা পদ্ধতিটোৰ নাম কি?

#20. পূবঘাট আৰু পশ্চিমঘাট পর্বতমালা কত লগ লাগিছে?

Leave a Comment