ASSAM POLICE AB/UB MOCK TEST IN ASSAMESE LANGUAGE

ASSAM POLICE AB/UB MOCK TEST IN ASSAMESE LANGUAGE

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই ASSAM POLICE AB/UB MOCK TEST IN ASSAMESE LANGUAGE পোষ্টটি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমীয়া MCQ কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে। যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে।

ASSAM POLICE CONSTABLE MOCK TEST IN ASSAMESE LANGUAGE

#1. কোচসকলৰ মুদ্ৰাৰ আকাৰ আছিল __ ।

#2. অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল?

#3. ৰাইট ভ্রাতৃদ্বয় কিহৰ আৱিস্কাৰক বুলি কোৱা হয়?

#4. ১৯৯১ চনৰ শ্রেষ্ঠ অসমীয়া অভিনেত্রী কোন আছিল?

#5. আধুনিক যুগৰ প্ৰথমখন উপন্যাস কোনে ৰচনা কৰিছিল?

#6. ব্লেইছ পাচকেল কিহৰ লগত জড়িত?

ASSAM POLICE AB/UB MOCK TEST IN ASSAMESE

#7. ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্রথম অসমীয়া কথাছবিখনৰ নাম কি?

#8. অসমত স্থাপিত প্রথম কলেজখনৰ নাম কি?

#9. কথা কবিতাৰ ৰচক কোন আছিল?

#10. কোনে প্রথমে জীৱৰ ৰাসায়নিক ক্রমবিকাশৰ কথা কৈছিল?

#11. প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল?

#12. ১৯৭০ চনত শ্রেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰা ছবিখনৰ নাম কি আছিল?

#13. আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?

#14. অসমত প্রথম বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল?

#15. অৰ্জুন ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত কিহৰ পদক লাভ কৰিছিল?

#16. অভিনেতা বিজু ফুকনৰ প্রথম চলচিত্ৰখনৰ নাম কি আছিল?

#17. অসমৰ উপন্যাস সম্রাট কোন?

ASSAM POLICE AB/UB MOCK TEST IN ASSAMESE

#18. প্রথম অসমীয়া অনাতাঁৰ নাট হিচাপে কোনখন নাটক জনা যায়?

#19. কামৰূপত প্রৱেশ কৰা প্ৰথমটো তুর্কী বাহিনীক কোনে নেতৃত্ব দিছিল?

#20. বৈদ্যুতিক বাল্বৰ ফিলামেন্ট প্রস্তুত কৰা ধাতুবিধৰ নাম কি?

Leave a Comment