ASSAM POLICE CONSTABLE MOCK TEST IN ASSAMESE LANGUAGE

ASSAM POLICE CONSTABLE MOCK TEST IN ASSAMESE LANGUAGE

নমস্কাৰ বন্ধু-বান্ধৱীসকল। আমাৰ ৰ ৱেৱছাইটৰ লৈ আপোনালোকক পুনৰ বাৰ স্বাৰ্গতম জনাইছোঁ। ASSAM POLICE CONSTABLE MOCK TEST IN ASSAMESE আজিৰ এই পোষ্টটোত আমি আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত Assamese Current Affairs 2023 কুইজসমূহ আপোনালোকৰ বাবে উল্লেখ কৰিলোঁ। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ ASSAM POLICE CONSTABLE MOCK TEST IN ASSAMESE কুইজ তথা প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সম্পূৰ্ণ অসমীয়া ভাষাত নিতৌ পাই থাকিবলৈ আমাৰ ফেচবুক আৰু টেলিগ্ৰামত যোগদান কৰিব পাৰে। লিংক কুইজ সমূহৰ শেষৰ ফালে দি দিয়া হৈছে। আমাৰ এই কুইজ তথা প্ৰশ্নোত্তৰসমূহ পৰা আপুনি যদি উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ’লে কুইজসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত ভাগ-বতৰা কৰিবলৈ নাপাহৰিব।

ASSAMESE QUIZ 2023 / নতুন কুইজ ২০২২ (24 January 2023)

তথ্যৰ অনিয়মৰ সমস্যাৰ বাবে বাৰ্ষিক ডুয়িং বিজনেছ প্ৰতিবেদন আৰু মুকলি কৰিব নোৱাৰা প্ৰতিবেদনটো কোনটো সংগঠনে প্ৰকাশ কৰিছিল?

 
 
 
 

হৰমিলন কৌৰ বেইন্সে ৬০ তম ৰাষ্ট্ৰীয় অপেন এথলেটিকছ চেম্পিয়নশ্বিপত কোনটো ইভেণ্টত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে?

 
 
 
 

বৰ্তমান পঞ্জাৱৰ মুখ্যমন্ত্ৰী কোন?

 
 
 
 

ফিনো পেমেণ্ট বেংকৰ প্ৰথম ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কাক বাছনি কৰা হৈছে?

 
 
 
 

কোনজন খেলুৱৈয়ে এছিয়ান স্নুকাৰ চেম্পিয়নশ্বিপ ২০২১ জিকিছিল?

 
 
 
 
ASSAM POLICE CONSTABLE MOCK TEST IN ASSAMESE

চিৰাৰাখং চিলি আৰু টামেংলং অৰেঞ্জ কোন ৰাজ্যৰ নতুন ভৌগোলিক সূচক টেগ কৰা সামগ্ৰী?

 
 
 
 

‘শ্বাইনিং শিখ য়ুথ অৱ ইণ্ডিয়া’ নামৰ শীৰ্ষক কিতাপখনৰ লেখক কোন?

 
 
 
 

শেহতীয়াকৈ মৃত্যু হোৱা মনোৰমা মহাপাত্ৰ কোন ভাষাৰ এজন প্ৰখ্যাত সাহিত্যিক আছিল?

 
 
 
 

NPCI য়ে ১০ খন এছিয়াৰ বজাৰত UPI QR আধাৰিত পৰিশোধ গ্ৰহণ যোগ্য কৰিবলৈ কোনটো সংস্থাৰ সৈতে অংশীদাৰীত্ব কৰিছে?

 
 
 
 

কোন খন ৰাজ্যই কুপাৰ মাহচিৰ বা কাটলীক ইয়াৰ ৰাজ্যিক মাছ হিচাপে ঘোষণা কৰিছে?

 
 
 
 

Leave a Comment