ASSAMESE GK 2023

ASSAMESE GK 2023

তলৰ কুইজসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও ASSAMESE GK 2023 এই কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি কুইজসমূহৰ প্ৰশ্নোত্তৰ ভূল দেখে তেনেহ’লে আমাক কমেণ্ট বাকচৰ যোগেদি জনাবলৈ নাপাহৰিব। আমাৰ কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

30 IMPORTANT ASSAM POLICE AB UB GK MOCK TEST ASSAMESE

মানাহ অভয়াৰণ্যক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল?

 
 
 
 

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্হিত?

 
 
 
 

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্হিত?

 
 
 
 
ASSAMESE GK 2023

অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ IUGN ৰ শাখাটো কি?

 
 
 
 

দিহিং পাটকাই অভয়াৰণ্যক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল?

 
 
 
 

বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন?

 
 
 
 

ওৰাং অভয়াৰণ্যক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল?

 
 
 
 

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?

 
 
 
 

বৰ্তমান অসমৰ মুঠ অভয়াৰণ্য কেইখন?

 
 
 
 
ASSAMESE GK 2023

অসমৰ কোনখন অভয়াৰণ্যত গৰম পানীৰ উঁহ আছে?

 
 
 
 

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোন বন বিভাগৰ ভিতৰত অন্তৰ্গত?

 
 
 
 

অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি?

 
 
 
 

কাজিৰঙা অভয়াৰণ্যক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল?

 
 
 
 

অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ‘প্ৰজেক্ট টাইগাৰ’ বুলি কোৱা হয়?

 
 
 
 

বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্হান কিমান?

 
 
 
 

অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি?

 
 
 
 

দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য বুলি কেতিয়া ঘোষণা কৰিছিল?

 
 
 
 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত আছে?

 
 
 
 
ASSAMESE GK 2023

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?

 
 
 
 

বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান?

 
 
 
 

Leave a Comment