30 IMPORTANT ASSAM POLICE AB UB GK MOCK TEST ASSAMESE

30 IMPORTANT ASSAM POLICE AB UB GK MOCK TEST ASSAMESE

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “30 IMPORTANT ASSAM POLICE AB UB GK MOCK TEST ASSAMESE” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া সাধাৰণ জ্ঞান কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

ASSAM GK IN ASSAMESE LANGUAGE SET – 1

1➤ বিপিন ৰাৱাট মৃত্যু কেতিয়া হৈছিল?

2➤ বিপিন ৰাৱাটৰ কোনখন হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল?

3➤ ২০২১ চনৰ Miss Universe প্ৰতিযোগিতা ক’ত অনুষ্ঠিত হৈছিল?

4➤ ২০২১ চনৰ Miss Universe ৰ সন্মান কোনে লাভ কৰিছিল?

5➤ ২০২১ চনৰ Miss Universe কিমান তম প্ৰতিযোগিতা আছিল?

6➤ ২০২১ চনৰ জ্ঞানপীঠ বঁটা লাভ কোনে কৰিছিল?

7➤ বৰ্তমানলৈকে অসমৰ সৰ্বমুঠ কিমানজন সাহিত্যিকে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে?

8➤ জ্ঞানপীঠ বঁটা কোন চনৰ পৰা প্ৰদান কৰি অহা হৈছে?

9➤ ২০২১ চনত খেলৰত্ন বঁটা মুঠ কিমানজন খেলুৱৈয়ে লাভ কৰিছিল?

10➤ অসমৰ পৰা কোনগৰাকী খেলুৱৈয়ে ২০২১ চনৰ খেলৰত্ন বঁটা লাভ কৰিছিল?

11➤ ২০২১ চনৰ টি-২০ বিশ্বকাপৰ বিজয়ী দল কোনটো আছিল?

12➤ ২০২১ চনৰ টি-২০ বিশ্বকাপত প্লেয়াৰ অব দ্যা টুৰ্ণামেণ্ট কোনজন খেলুৱৈয়ে লাভ কৰিছিল?

13➤ ২০২১ চনৰ টি-২০ বিশ্বকাপত মেন অব মেচ কোনে লাভ কৰিছিল?

14➤ ২০২১ চনৰ টি-২০ বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈজন কোন আছিল?

15➤ ২০২১ চনৰ টি-২০ বিশ্বকাপত সৰ্বাধিক উইকেট লাভ কৰা খেলুৱৈজনৰ নাম কি?

16➤ ২০২১ চনৰ টি-২০ বিশ্বকাপত ‘ৰাণাৰ্ছ আপ’ দলটোৰ নাম কি?

17➤ ২০২১ চনৰ জলবায়ু শীৰ্ষক সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

18➤ ২০২১ চনৰ জলবায়ু পৰিৱৰ্তন গ্লাছগো কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ অনুষ্ঠিত হৈছিল?

19➤ ২০১৯ চনত কোনজন ব্যক্তিক ভাৰতৰত্ন বঁটা প্ৰদান কৰা হৈছিল?

20➤ ২০২১ চনত সৰ্বমুঠ কেইজন ব্যক্তিক পদ্মবিভূষণ বঁটা প্ৰদান কৰা হৈছিল?

21➤ ২০২১ চনত কেইজন বিদেশী নাগৰিকে পদ্মবিভূষণ বঁটা লাভ কৰিছিল?

22➤ ২০২১ চনৰ পদ্মভূষণ বঁটা লাভ কৰা অসমৰ ব্যক্তিজনৰ নাম কি আছিল?

23➤ ২০২১ চনত সৰ্বমুঠ কেইজন ব্যক্তিক পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল?

24➤ ২০২১ চনত সৰ্বমুঠ কেইজন ব্যক্তিক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল?

25➤ সৰ্বমুঠ অসমৰ কিমানজন ব্যক্তিয়ে ২০২১ চনৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা লাভ কৰিছিল?

26➤ খেলৰত্ন বঁটাক ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ সলনি মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা নামেৰে নামকৰণ কেতিয়া কৰা হয়?

27➤ ২০২০ চনত সৰ্বমুঠ কেইজন খেলুৱৈক খেলৰত্ন বঁটা প্ৰদান কৰা হৈছিল?

28➤ ২০২০ চনত ক্ৰিকেটৰ বাবে খেলৰত্ন বঁটা কোনে লাভ কৰিছিল?

29➤ ২০২০ চনত কুস্তিৰ বাবে খেলৰত্ন বঁটা কোনে লাভ কৰিছিল?

30➤ ২০২০ চনত সৰ্বমুঠ কেইজন খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছিল?

Leave a Comment