ASSAMESE GK 2023 – অসমীয়া সাধাৰণ জ্ঞান 2023

ASSAMESE GK 2023 – অসমীয়া সাধাৰণ জ্ঞান 2023

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই অসমীয়া সাধাৰণ জ্ঞান ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও অসমীয়া সাধাৰণ জ্ঞান ASSAMESE GK 2023 আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

GK QUESTIONS AND ANSWERS IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। শক্তিকান্ত দাস RBI ৰ কিমান তম গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে?
ক) ২২ তম
খ) ২৩ তম
গ) ২৪তম
ঘ) ২৫ তম

উত্তৰ:- ঘ) ২৫ তম – শক্তিকান্ত দাস RBI ৰ ২৫ তম গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। তেখেতে তিনি বছৰৰ বাবে ২০১৮ চনৰ ১২ ডিচেম্বৰ তাৰিখে আৰবিআই (RBI) ৰ ২৫ তম গভৰ্ণৰ হিচাপে অসমীয়া সাধাৰণ জ্ঞান ২০২১ দায়িত্ব গ্ৰহণ কৰিছিল।

প্ৰশ্ন ২। কোন খন ৰাজ্যই ৰাজ্যিক শক্তি দক্ষতা সূচক (State Energy Efficiency Index 2020) ২০২০ ত শীৰ্ষস্থান দখল কৰিছে?
ক) গুজৰাট
খ) কেৰালা
গ) ৰাজস্থান
ঘ) কৰ্ণাটক

উত্তৰ:- ঘ) কৰ্ণাটক – কৰ্ণাটক ৰাজ্যই ৰাজ্যিক শক্তি দক্ষতা সূচক (State Energy Efficiency Index 2020২০২০ ত শীৰ্ষস্থান দখল কৰিছে। ৰাজস্থান দ্বিতীয় স্থানত আছে আৰু অসমীয়া সাধাৰণ জ্ঞান ২০২১ তাৰ পিছত হাৰিয়ানা তৃতীয় স্থানত আছে।

প্ৰশ্ন ৩। প্ৰতি বছৰে সমগ্ৰ বিশ্বত বিশ্ব মিতব্যয়ী দিৱস কোন তাৰিখে পালন কৰা হয়?
ক) ২৯ অক্টোবৰ
খ) ৩০ অক্টোবৰ
গ) ৩১ অক্টোবৰ
ঘ) ০১ নৱেম্বৰ

উত্তৰ:- গ) ৩১ অক্টোবৰ – বিশ্ব মিতব্যয়ী দিৱস প্ৰতি বছৰে ৩১ অক্টোবৰত সমগ্ৰ বিশ্বত পালন কৰা হয়। কিন্তু ভাৰতত, দিনটো প্ৰতি বছৰে ৩০ অক্টোবৰত পালন কৰা হয়।

প্ৰশ্ন ৪। কোন খন দেশে বিশ্বৰ সৰ্ববৃহৎ হাইড্ৰজেন ফুৱেল চেল পাৱাৰ প্লাণ্ট (Hydrogen Fuel Cell Power Plant) উদ্বোধন কৰিছে?
ক) হংকং
খ) দক্ষিণ কোৰিয়া
গ) ৰাছিয়া
ঘ) মৰিচাছ

উত্তৰ:- খ) দক্ষিণ কোৰিয়া – দক্ষিণ কোৰিয়াৰ বাণিজ্য, উদ্যোগ আৰু শক্তি মন্ত্ৰালয়ে কয় যে ইনচিয়নৰ চিও-গুত থকা কোৰিয়া চাউদাৰ্ণ পাৱাৰৰ শিনিনচিয়ন বিটড্ৰীম মুখ্য কাৰ্যালয়ত ‘শ্বিনিঞ্চন বিটড্ৰীম ফুৱেল চেল পাৱাৰ প্লাণ্ট‘ (Shinincheon Bitdream Fuel Cell Power Plant) সম্পূৰ্ণ আৰু উদ্বোধন কৰা হৈছে।

প্ৰশ্ন ৫। টাইমছ হায়াৰ এডুকেশ্বন (Times Higher Education)ৰ বিশ্ব খ্যাতি ৰেংকিং 2021 ত ভাৰতীয় প্ৰতিষ্ঠানবোৰৰ ভিতৰত কোনটো প্ৰতিষ্ঠান শীৰ্ষস্থানত আছে?
ক) আইআইএফটি নতুন দিল্লী
খ) আইআইএছচি বাংগালোৰ
গ) আইআইটি মাদ্ৰাজ
ঘ) আইআইএম আহমেদাবাদ

উত্তৰ:- খ) আইআইএছচি বাংগালোৰ –
শীৰ্ষ ১০০ (৯১-১০০) খনৰ ভিতৰত স্থান লাভ কৰা ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স (Indian Institute of Scienceবেংগালুৰু ভাৰতীয় প্ৰতিষ্ঠানৰ শীৰ্ষস্থানত আছে

অসমীয়া কুইজ ২০২১-২০২২ / ASSAMESE GK 2022

প্ৰশ্ন ৬। টাইমছ হায়াৰ এডুকেশ্বন (Times Higher Education) ৰ বিশ্ব খ্যাতি ৰেংকিং ২০২১ ত কোনটো প্ৰতিষ্ঠানে শীৰ্ষস্থান দখল কৰিছে?
ক) ষ্টেনফৰ্ড বিশ্ববিদ্যালয়
খ) কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকনলজী
গ) মেচাচুচেটছ ইনষ্টিটিউট ফৰ টেকনলজী
ঘ) হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়

উত্তৰ:- ঘ) হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় – আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় ২০২১ ৰ ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে। মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজী (Massachusetts Institute of Technology), আমেৰিকা যুক্তৰাজ্য আৰু যুক্তৰাজ্যৰ পৰা অক্সফৰ্ড বিশ্ববিদ্যালয়য়ে ( অসমীয়া সাধাৰণ জ্ঞান ২০২১) ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে।

প্ৰশ্ন ৭। শেহতীয়াকৈ মৃত্যু হোৱা ড° মাধৱন কৃষ্ণন নায়াৰ কিহৰ সৈতে জড়িৰ আছিল?
ক) জ্যোতিৰ্বিজ্ঞানী
খ) হৃদৰোগ বিশেষজ্ঞ
গ) জীৱবিজ্ঞানী
ঘ) অংকলজিষ্ট

উত্তৰ:- ঘ) অংকলজিষ্ট – কেৰালাৰ তিৰুৱন্তপুৰমৰ আঞ্চলিক কৰ্কট কেন্দ্ৰ (Regional Cancer Centre) ৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু বিশিষ্ট অংকলজিষ্ট আৰু বিশিষ্ট অংকলজিষ্ট ড° মাধৱন কৃষ্ণন নায়াৰৰ শেহতীয়াকৈ কেৰালাৰ তিৰুৱন্তপুৰমত মৃত্যু হৈছে।

প্ৰশ্ন ৮। নিম্নলিখিত কোনখন ৰাজ্যই ভাৰতৰ সৰ্ববৃহৎ সুগন্ধি বাগিচা উদ্বোধন কৰিছে?
ক) উত্তৰাখণ্ড
খ) পাঞ্জাৱ
গ) হিমাচল প্ৰদেশ
ঘ) অসম

উত্তৰ:- ক) উত্তৰাখণ্ড – উত্তৰাখণ্ড বন বিভাগৰ গৱেষণা শাখাই নৈনিতাল জিলাৰ লালকুয়ানত ভাৰতৰ আটাইতকৈ ডাঙৰ সুগন্ধি বাগিচাৰ মূল্যাঙ্কন কৰিছিল। ৩ একৰৰ অধিক এলেকাত স্থাপিত বাগিচাখনত সমগ্ৰ ভাৰতৰ পৰা ১৪০ টা বিভিন্ন প্ৰজাতিৰ সুগন্ধি প্ৰজাতি আছে।

প্ৰশ্ন ৯। শেহতীয়াকৈ মৃত্যু হোৱা হিৰোছিমা পাৰমাণৱিক বোমা আক্ৰমণৰ পৰা উদ্ধাৰ হোৱা চুনাও চুবোই কোন দেশৰ নিবাসী আছিল?
ক) চীন
খ) দক্ষিণ কোৰিয়া
গ) জাপান
ঘ) উত্তৰ কোৰিয়া

উত্তৰ:- গ) জাপান – হিৰোছিমা পাৰমাণৱিক বোমা আক্ৰমণৰ পৰা উদ্ধাৰ হোৱা চুনাও চুবোইৰ শেহতীয়াকৈ মৃত্যু হৈছে। তেওঁ পৃথিৱীৰ প্ৰথম পাৰমাণৱিক বোমা আক্ৰমণৰ পৰা বাচি যোৱা পাৰমাণৱিক অস্ত্ৰৰ বিৰুদ্ধে এজন আগশাৰীৰ জাপানী প্ৰচাৰকৰ আছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৬ বছৰ।

প্ৰশ্ন ১০। ভাৰতত প্ৰতি বছৰে ৰাষ্ট্ৰীয় একতা দিৱস বা ৰাষ্ট্ৰীয় ঐক্য দিৱস কোন তাৰিখে পালন কৰা হয়?
ক) ২৮ অক্টোবৰ
খ) ২৯ অক্টোবৰ
গ) ৩০ অক্টোবৰ
ঘ) ৩১ অক্টোবৰ

Leave a Comment