GK QUESTIONS AND ANSWERS IN ASSAMESE LANGUAGE

GK QUESTIONS AND ANSWERS IN ASSAMESE LANGUAGE

অসমীয়া সাধাৰণ জ্ঞান ২০২১ – অসম পুলিচৰ প্ৰশ্ন ২০২১ – অসম পুলিচৰ লিখিত পৰীক্ষাৰ প্ৰয়োজনীয় প্ৰশ্ন আৰু উত্তৰ

GK QUESTIONS AND ANSWERS IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। নেছনেল কেমিকেল লেবৰেটৰী ক’ত অৱস্থিত?

উত্তৰ:- পুণেত।

প্ৰশ্ন ২। নেছনেল পিজিকেল লেবৰেটৰী ক’ত অৱস্থিত?

উত্তৰ:- নতুন দিল্লীত।

প্ৰশ্ন ৩। কেন্দ্ৰীয় প্ৰজ্জালক গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?

উত্তৰ:- বিহাৰত।

GK QUESTIONS AND ANSWERS IN ASSAMESE LANGUAGE

প্ৰশ্ন ৪। নেছনেল বোটানিকেল গাৰ্ডেনছ ক’ত অৱস্থিত?

উত্তৰ:- লক্ষ্ণৌত।

প্ৰশ্ন ৫। কেন্দ্ৰ পথ গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?

উত্তৰ:- দিল্লীত।

প্ৰশ্ন ৬। কেন্দ্ৰীয় ঔষধ গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?

উত্তৰ:- লক্ষ্ণৌত।

প্ৰশ্ন ৭। কেন্দ্ৰীয় খাদ্য আৰু যান্ত্ৰিক কেন্দ্ৰ ক’ত অৱস্থিত?

উত্তৰ:- মহীশূৰত।

প্ৰশ্ন ৮। নেছনেল মেটালোজিকেল লেবৰেটৰী ক’ত অৱস্থিত?

উত্তৰ:- জামছেদপুৰত।

GK QUESTIONS AND ANSWERS IN ASSAMESE LANGUAGE

প্ৰশ্ন ৯। নেছনেল জিওগ্ৰাফিকেল ৰিচাৰ্ছ ইনষ্টিটিউট ক’ত অৱস্থিত?

উত্তৰ:- হায়দৰাবাদত।

প্ৰশ্ন ১০। নেছনেল এৰোনটিকেল লেবৰেটৰী ক’ত অৱস্থিত?

উত্তৰ:- বাংগালোৰত।

প্ৰশ্ন ১১। চেন্ট্ৰল ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং ৰিচাৰ্ছ ইনষ্টিটিউট ক’ত অৱস্থিত?

উত্তৰ:- পিলাজীত (ৰাজস্থান)।

প্ৰশ্ন ১২। চেন্ট্ৰল ছল এণ্ড মেৰিণ কেমিকেল ৰিচাৰ্ছ ইনষ্টিটিউট ক’ত অৱস্থিত?

উত্তৰ:- ভবনগৰত।

প্ৰশ্ন ১৩। ৰিচাৰ্ছ ষ্টেচন ক’ত অৱস্থিত?

উত্তৰ:- ধানবাদত।

প্ৰশ্ন ১৪। মেকানিকেল ইঞ্জিনিয়াৰিং ৰিচাৰ্ছ ইনষ্টিটিউট ক’ত অৱস্থিত?

উত্তৰ:- দুৰ্গাপুৰত।

প্ৰশ্ন ১৫। ইণ্ডিয়ান স্পেছ ৰিচাৰ্ছ ইনষ্টিটিউট ক’ত অৱস্থিত?

উত্তৰ:- থুম্বাত (কেৰেলা)।

INDIAN HISTORY GK IN ASSAMESE LANGUAGE

প্ৰশ্ন ১৬। চেন্ট্ৰল ইণ্ডিয়ান মেডিকেল পেন্টাৰ্চ অৰ্গানাইজেছন ক’ত অৱস্থিত?

উত্তৰ:- নতুন দিল্লীত।

প্ৰশ্ন ১৭। ভাৰতীয় পেন্ট্ৰ’লিয়াম ইনষ্টিটিউট ক’ত অৱস্থিত?

উত্তৰ:- ডেৰাদুনত।

প্ৰশ্ন ১৮। টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেন্টল ৰিচাৰ্ছ ক’ত অৱস্থিত?

উত্তৰ:- মুম্বাইত।

প্ৰশ্ন ১৯। চাহা ইনষ্টিটিউট অৱ নিউক্লিয়াৰ ফিজিক্স ক’ত অৱস্থিত?

উত্তৰ:- কলিকতাত।

প্ৰশ্ন ২০। ফিজিকেল ৰিচাৰ্ছ লেবৰিটৰী ক’ত অৱস্থিত?

উত্তৰ:- আহমেদাবাদত।

প্ৰশ্ন ২১। বীৰবল সাহানি ইনষ্টিটিউট অৱ পেলাকোবোটানি ক’ত অৱস্থিত?

উত্তৰ:- লক্ষ্ণৌত।

প্ৰশ্ন ২২। ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্স ক’ত অৱস্থিত?

উত্তৰ:- বাংগালোৰত।

প্ৰশ্ন ২৩। নেছনেল ডিফেন্স একাডেমী ক’ত অৱস্থিত?

উত্তৰ:- পুণেত।

প্ৰশ্ন ২৪। ইণ্ডিয়ান মিলিটেৰী একাডেমী ক’ত অৱস্থিত?

উত্তৰ:- ডেৰাদুনত।

প্ৰশ্ন ২৫। ডিফেন্স ছাৰ্ভিছ ষ্টাফ কলেজ ক’ত অৱস্থিত?

উত্তৰ:- ওৱেলিংটনত।

প্ৰশ্ন ২৬। জাতীয় প্ৰতিৰক্ষা মহাবিদ্যালয়‌ ক’ত অৱস্থিত?

উত্তৰ:- নতুন দিল্লীত।

প্ৰশ্ন ২৭। ভাৰতীয় ৰাষ্ট্ৰীয় সেনা মহাবিদ্যালয়‌ ক’ত অৱস্থিত?

উত্তৰ:- ডেৰাদুনত।

প্ৰশ্ন ২৮। এয়াৰফৰ্চ এডমিনিষ্ট্ৰেটিভ কলেজ ক’ত অৱস্থিত?

উত্তৰ:- কোয়েম্বাটোৰত।

প্ৰশ্ন ২৯। এয়াৰ ফৰ্চৰ ফ্লাইং কলেজ ক’ত অৱস্থিত?

উত্তৰ:- যোধপুৰত।

প্ৰশ্ন ৩০। ইনফে্নাট্ৰি স্কুল ক’ত অৱস্থিত?

উত্তৰ:- লক্ষ্ণৌত।

Leave a Comment