WHAT IS IN THE 4 BOUNDARIES OF ASSAM/ 4 অসমৰ চাৰিওসীমা

WHAT IS IN THE 4 BOUNDARIES OF ASSAM/ 4 অসমৰ চাৰিওসীমা

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, WHAT IS IN THE 4 BOUNDARIES OF ASSAM আজিৰ আমাৰ এই তথ্যৰাজিত “অসমৰ চাৰিসীমাত কি কি আছে”(Four Boundaries of Assam) ৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ লোৱা হৈছে। আশা কৰোঁ আমাৰ আজিৰ এই অসমৰ চাৰিসীমা তথ্যৰাজিৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

অসমৰ চাৰিসীমা – FOUR BOUNDARIES OF ASSAM IN ASSAMESE LANGUAGE

ভৌগোলিক নিৰূপণ কৰিব পৰাকৈ অসমৰ কোনো প্ৰাকৃতিক সীমা নাই। বৰ্তমান অসমৰ যি চাৰিসীমা সি ৰাজনৈতিক ভাৱেহে নিৰ্ণয় কৰা হৈছে। ভাৰত স্বাধীন হোৱাৰ সময়ত ইয়াৰ পশ্চিম অংশ আৰু উত্তৰ-পূব ভাৰতৰ মাজত পূব পাকিস্তান (বৰ্তমান বাংলাদেশ) সৃষ্টি হোৱাৰ ফলত অসমকে ধৰি সমগ্ৰ উত্তৰ-পৰ্বাঞ্চল ভাৰতৰ মূল ভূ-ভাগৰ পৰা এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰে।

ৰাজ্যখনৰ উত্তৰ-পশ্চিম দিশৰ এক অতি ঠেক ভূ-খণ্ডৰ জৰিয়তেহে অসম ভৌগোলিকভাৱে উত্তৰ বংগ তথা দেশৰ আন অংশৰ সৈতে সংলগ্ন। এই অঞ্চল WHAT IS IN THE 4 BOUNDARIES OF ASSAM শিলিগুৰি কৰিডৰ, বংগ দুৱাৰ, চিকেন নেক, বটল নেক আদি নামেৰে জনাজাত। অঞ্চলটো মাত্ৰ প্ৰায় ২১-৪০ কিলোমিটাৰ বহল

অসমৰ সীমামূৰীয়া ৰাজ্যকেইখন হ’ল – মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰাম। তদুপৰি দুখন ৰাষ্ট্ৰ বাংলাদেশ আৰু ভূটানৰ লগতো অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে। অসমৰ উত্তৰে অৰুণাচলৰ হিমালয় অঞ্চল, দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰাৰ পাৰ্বত্য অঞ্চল, পূবে পাটকাই পাহাৰ আৰু পশ্চিমে পশ্চিমবংগ আৰু বাংলাদেশৰ সমভূমি অঞ্চল। WHAT IS IN THE 4 BOUNDARIES OF ASSAM আনহাতে দক্ষিণ-পশ্চিমে আছে মেঘালয় মালভূমি। পশ্চিমৰ বাহিৰে অসমৰ তিনিও দিশ মালভূমি আৰু পাহাৰ-পৰ্বতেৰে আগুৰা।

Four Boundaries of Assam

অসমৰ ভৌগোলিক অৱস্হান বেছ গুৰুত্বপূৰ্ণ আৰু ইয়াক দক্ষিণ-পূৰ্ব এছিয়াৰ দিশত ভাৰতৰ বাবে প্ৰৱেশদ্বাৰ হিচাপে গণ্য কৰা হয়। ভাৰতৰ স্বাধীনতাৰ পাছত ৰাজনৈতিক কাৰণত অসমৰ পৰা পৃথক হৈ যোৱা নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু মণিপুৰক ধৰি উত্তৰ-পূৰ্বাঞ্চলক সাতভনী (Seven Sisters) বোলা হয়। ২০০২ চনৰ পৰা ছিকিমকো উত্তৰ-পূৰ্বাঞ্চলৰ অংশৰূপে ধৰা হৈছে। সেই অনুসৰি বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ৰাজ্য আঠখন। সেইকেইখন হৈছে – অৰুণাচল প্ৰদেশ, অসম, ছিকিম, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়।

অসমৰ চাৰিসীমা কুইজ – উত্তৰ-পূৰ্বাঞ্চলৰ কুইজ / NORTHEAST GK QUIZ IN ASSAMESE LANGUAGE 

প্ৰশ্ন ১। অসমৰ ওচৰ চুবুৰীয়া ৰাজ্যকেইখন নাম কি কি?

উত্তৰ:- মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰাম।

প্ৰশ্ন ২। অসমৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ কেইখনৰ নাম কি কি?

উত্তৰ:- বাংলাদেশ আৰু ভূটান।

প্ৰশ্ন ৩। কোন কেইখন ৰাজ্যক সাতভনী (Seven Sisters) বুলি কোৱা হয়?

উত্তৰ:- অৰুণাচল প্ৰদেশ, অসম, ছিকিম, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়।

প্ৰশ্ন ৪। সাত বাই-ভনী বুলি কোন কেইখন ৰাজ্যক কোৱা হয়?

উত্তৰ:- ওপৰৰ প্ৰশ্ন ৩ ৰ উত্তৰটো চাওঁক।

প্ৰশ্ন ৫। ছিকিমক কিমান চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চল (Northeast State) ৰ ৰাজ্য বুলি গণ্য কৰা হয়?

উত্তৰ:- ২০০২ চনৰ পৰা।

প্ৰশ্ন ৬। উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ ৰাজ্য কেইখন আৰু কি কি?

উত্তৰ:- বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ WHAT IS IN THE 4 BOUNDARIES OF ASSAM ৰাজ্য আঠখন। সেই কেইখন হ’ল – অৰুণাচল প্ৰদেশ, অসম, ছিকিম, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়।

Leave a Comment