WORLD GK IN ASSAMESE LANGUAGE

WORLD GK IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। পৃথিৱীত ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত দেশ কেইখন?
ক) ২০০
খ)১৯৩
গ) ১৯৫
ঘ) ১৯৭

উত্তৰ:- খ) ১৯৩ খন।

প্ৰশ্ন ২। ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান কোন?
ক) কফি আন্না
খ) বেন কি মুন
গ) এন্টনিঅ’ গুটেৰেছ
ঘ) বাৰাক অ’বামা

উত্তৰ:- গ) এন্টনিঅ’ গুটেৰেছ।

WORLD GK IN ASSAMESE

প্ৰশ্ন ৩। ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়?
ক) ১ জানুৱাৰী
খ) ২৪ অক্টোবৰ
গ) ১০ ডিচেম্বৰ
ঘ) ৪ জুলাই

উত্তৰ:- ২৪ অক্টোবৰত।

প্ৰশ্ন ৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কিমান খন?
ক) ৬ খন
খ) ৫ খন
গ) ৯ খন
ঘ) ৪ খন

উত্তৰ:- ৫ খন।

প্ৰশ্ন ৫। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
ক) টকিঅ’
খ) নিউয়ৰ্ক
গ) জেনেভা
ঘ) লণ্ডন

উত্তৰ:- খ) নিউয়ৰ্কত

প্ৰশ্ন ৬। ৰাষ্ট্ৰসংঘত ভাৰতৰ বৰ্তমানৰ স্থায়ী প্ৰতিনিধি কোন?
ক) শশী থাৰুৰ
খ) চৈয়দ আকবৰুদ্দিন
গ) নিৰুপমা ৰাও
ঘ) সুষমা স্বৰাজ

উত্তৰ:- খ) চৈয়দ আকবৰুদ্দিন।

প্ৰশ্ন ৭। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান?
ক) ৫ খন‌
খ) ১৫ খন
গ) ১০ খন
ঘ) ১২ খন

উত্তৰ:- খ) ১৫ খন।

প্ৰশ্ন ৮। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত ( UNPKF) সৈন্য বাহিনী পঠোৱাৰ হিচাপত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান?
ক) প্ৰথম
খ) দ্বিতীয়
গ) তৃতীয়
ঘ) চতুৰ্থ

উত্তৰ:- খ) দ্বিতীয় স্থানত।

WORLD GK IN ASSAMESE

প্ৰশ্ন ৯। ৰাষ্ট্ৰসংঘৰ পূৰ্বতে গঠন হোৱা আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে গঠন হোৱা অনুষ্ঠানটোৰ নাম কি আছিল?
ক) নাটো ( NATO)
খ) জাতিসংঘ
গ) এছিয়ান
ঘ) নাম ( NAM)

উত্তৰ:- খ) জাতিসংঘ।

প্ৰশ্ন ১০। আন্তৰ্জাতিক ন্যায়লয় (International Court of Justice) ক’ত অৱস্থিত?
ক) নিউয়ৰ্ক
খ) দি হেগ
গ) ৰিঅ’ দি জেনেৰিঅ’
ঘ) ছুইজাৰলেণ্ড

উত্তৰ:- খ) দি হেগত।

প্ৰশ্ন ১১। পৃথিৱীৰ বৃহত্তম দেশ কোনখন?
ক) আমেৰিকা
খ) ৰাছিয়া
গ) চীন
ঘ) ব্ৰাজিল

উত্তৰ:- ৰাছিয়া।

WORLD GK IN ASSAMESE

প্ৰশ্ন ১২। পৃথিৱীৰ ক্ষুদ্ৰতম দেশ কোনখন?
ক) শ্ৰীলংকা
খ) ভেটিকান চিটি
গ) লেবানন
ঘ) মাদাগাস্কাৰ

উত্তৰ:- খ) ভেটিকান চিটি।

প্ৰশ্ন ১৩। পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ দেশ কোনখন?
ক) আমেৰিকা
খ) ভাৰত
গ) চীন
ঘ) ইণ্ডোনেছিয়া

উত্তৰ:- গ) চীন।

প্ৰশ্ন ১৪। পৃথিৱীৰ সৰ্ববৃহৎ কোম্পানীটোৰ নাম কি?
ক) টয়’টা
খ) আমাজন
গ) বালমাৰ্ট
ঘ) এক্সন মবিল

উত্তৰ:- খ) ৱালমাৰ্ট।

প্ৰশ্ন ১৫। পৃথিৱীৰ সৰ্ব্বোচ্চ অট্টালিকাটোৰ নাম কি?
ক) এন্টলিয়া
খ) ছাংহাই টাৱাৰ
গ) বুৰ্জ খলিফা
ঘ) এম্পায়াৰ ষ্টেট বিল্ডিং

উত্তৰ:- গ) বুৰ্জ খলিফা।

• Science GK Questions in Assamese language

প্ৰশ্ন ১৬। বৰ্তমান পৃথিৱীৰ ভিতৰত ধনী ব্যক্তি গৰাকী কোন?
ক) বিল গেটছ
খ) জেফ বেজোছ
গ) মুকেশ আম্বানি
ঘ) বেনাৰড আৰনালট

উত্তৰ:- খ) জেফ বেজোছ।

প্ৰশ্ন ১৭। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ বান্ধ টোৰ নাম কি?
ক) ভাক্ৰা নাংগল ( ভাৰত)
খ) থ্ৰী গৰজেছ ডাম ( চীন)
গ) গ্ৰেট বেৰিয়াৰ
ঘ) হুভাৰ ডাম ( কানাডা)

উত্তৰ:- খ) থ্ৰী গৰজেছ ডাম।

প্ৰশ্ন ১৮। পৃথিৱীৰ সৰ্ববৃহৎ পুথিভঁৰালটোৰ নাম কি?
ক) নেচনেল লাইব্ৰেৰী (ভাৰত)
খ) লাইব্ৰেৰী অৱ কংগ্ৰেছ (আমেৰিকা)
গ) বিনহাই লাইব্ৰেৰী (চীন)
ঘ) ওপৰৰ এটাও নহয়

উত্তৰ:- লাইব্ৰেৰী অৱ কংগ্ৰেছ (আমেৰিকা)।

প্ৰশ্ন ১৯। উত্তৰ মেৰুলৈ যোৱা পৃথিৱীৰ প্ৰথম ব্যক্তি জনৰ নাম কি?
ক) জেনেৰেল গ্ৰান্ট
খ) ৰবাৰ্ট পিয়েৰী
গ) এণ্ডমান হেলী
ঘ) জৰ্জ ৱাশ্বিংটন

উত্তৰ:- খ) ৰবাৰ্ট পিয়েৰী।

প্ৰশ্ন ২০। দক্ষিণ মেৰুলৈ যোৱা প্ৰথম জন‌ ব্যক্তি কোন?
ক) টেনজিং নৰ্গে
খ) আমাগুচেন
গ) নীল আৰ্মষ্টং
ঘ) এডমাণ্ড হিলাৰী

উত্তৰ:- খ) আমাগুচেন।

প্ৰশ্ন ২১। আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
ক) আব্ৰাহাম লিংকন
খ) ৰুজভেল্ট
গ) জৰ্জ ৱাশ্বিংটন
ঘ) উইনষ্টন চাৰ্চিল

উত্তৰ:- গ) জৰ্জ ৱাশ্বিংটন।

প্ৰশ্ন ‌২২। চন্দ্ৰত অৱতৰণ কৰা প্ৰথম জন ব্যক্তি কোন আছিল?
ক) য়ুৰি গেগৰিন
খ) ৰবাৰ্ট ৱালপোল
গ) টেনজিং নৰ্গে
ঘ) নীল আৰ্মষ্টং

উত্তৰ:- ঘ) নীল আৰ্মষ্টং।

প্ৰশ্ন ২৩। মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি গৰাকী কোন আছিল?
ক) নীল আৰ্মষ্টং
খ) য়ুৰি গেগৰিন
গ) টেনজিং নৰ্গে
ঘ) ৰবাৰ্ট ৱালপোল

উত্তৰ:- খ) য়ুৰি গেগৰিন।

প্ৰশ্ন ২৪। মহাকাশলৈ যোৱা প্ৰথম মহিলা কোন আছিল?
ক) কপ্লনা চাওলা
খ) সুনীতা উইলিয়ামছ
গ) ভেলেন্টিনা‌ টেৰেচক’ ভা
ঘ) টৈনজিং নৰ্গে

উত্তৰ:- গ) ভেলেন্টিনা টেৰেচক’ভা‌।

প্ৰশ্ন ২৫। পৃথিৱীৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল?
ক) ইন্দিৰা গান্ধী
খ) শ্বেখ হাছিনা
গ) বেৰ্নাজি ভূট্টো
ঘ) চিৰিমাভো বন্দৰনায়ক

উত্তৰ:- চিৰিমাভো বন্দৰনায়ক।

প্ৰশ্ন ২৬। ছপাশালৰ আৰম্ভ হোৱা প্ৰথম দেশ খনৰ নাম কি?
ক) চীন
খ) ইংলেণ্ড
গ) ফ্ৰান্স
ঘ) জাৰ্মানী

উত্তৰ:- ক) চীন।

প্ৰশ্ন ২৭। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল?
ক) কফি আন্না
খ) ট্ৰিভাভি লাই
গ) ৰবাৰ্ট অ’পেনহাইমাৰ
ঘ) ৰুজভেল্ট

উত্তৰ:- খ) ট্ৰিভাভি লাই।

WORLD GK IN ASSAMESE

প্ৰশ্ন ২৮। বিশ্বকাপ ফুটবলত চেম্পিয়ন হোৱা‌ প্ৰথম দেশ খনৰ নাম কি?
ক) ব্ৰাজিল
খ) পোলেণ্ড
গ) উৰুগুৱে
ঘ) আৰ্জেণ্টিনা

উত্তৰ:- গ) উৰুগুৱে।

প্ৰশ্ন ২৯। বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন হোৱা প্ৰথম দেশ খনৰ নাম কি?
ক) ভাৰত
খ) শ্ৰীলংকা
গ) ইংলেণ্ড
ঘ) ৱেষ্ট ইণ্ডিজ

উত্তৰ:- ঘ) ৱেষ্ট ইণ্ডিজ।

প্ৰশ্ন ৩০। পৃথিৱীৰ ভিতৰত প্ৰথম ক্ৰিকেট ক্লাবটোৰ নাম কি?
ক) মেলব’ৰ্ন ক্ৰিকেট ক্লাব
খ) হেম্বলিডন ক্ৰিকেট ক্লাব
গ) অ’ৰিয়েন্টেল ক্ৰিকেট ক্লাব
ঘ) এটাও নহয়

Leave a Comment