GENERAL SCIENCE MOCK TEST IN ASSAMESE LANGUAGE SET – 1

GENERAL SCIENCE MOCK TEST IN ASSAMESE LANGUAGE SET – 1

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “সাধাৰণ বিজ্ঞান কুইজ – GENERAL SCIENCE MOCK TEST IN ASSAMESE” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া বিজ্ঞান কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব। যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (GENERAL SCIENCE MOCK TEST IN ASSAMESE) কৰিব।

ফেচবুক ইয়াত ক্লিক কৰক
অসমৰ চাহ খেতি বিষয়ে ৰচনা ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

GENERAL SCIENCE QUESTIONS ANSWERS IN ASSAMESE

1➤ কোনটো ভিটামিনৰ অভাৱৰ ফলত হিমোফিলিয়া হয়?

2➤ কোনটো ভিটামিনক এস্কৰ্বিক এচিড বুলি কোৱা হয়?

3➤ চৰ্বি দ্ৰৱণীয় ভিটামিন হৈছে __ ।

4➤ নিয়াচিন হৈছে ৰাসায়নিক নাম যাৰ ভিটামিন _ ।

5➤ পেলাগ্ৰা ৰোগৰ পৰা আমাক সুৰক্ষিত কৰা ভিটামিন বিধৰ নাম কি?

6➤ ৰেটিনল কোন ভিটামিনৰ বৈজ্ঞানিক নাম?

7➤ ভিটামিন C পোৱা যায় __ ।

8➤ ভিটামিন A আৱিষ্কাৰ কিমান চনত হৈছিল?

9➤ কোনটো ভিটামিনৰ অত্যাধিক পৰিমাণৰ ফলত যকৃতৰ ক্ষতি হয়?

10➤ মস্তিষ্কৰ কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় ভিটামিনটোৰ নাম কি?

11➤ মানৱ দেহৰ কোনটো অংগ জন্ম পিছত আৰু বৃদ্ধি নহয়?

12➤ পৃথিৱীৰে সূৰ্যৰ বিকিৰণ কিমান শতাংশ শোষণ কৰে?

13➤ কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে?

14➤ বৈদ্যুতিক আধান (Current) ৰ SI একক কি?

15➤ ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট কিহৰ পৰা বনোৱা হয়?

16➤ আটাইতকৈ বুদ্ধিমান স্তন্যপায়ী প্ৰাণী কি?

17➤ সূৰ্য পোহৰৰ কোনটো অংশৰ বাবে আমি গৰম অনুভৱ কৰোঁ?

18➤ মানৱ দেহৰ সকলোতকৈ ডাঙৰ আভ্যন্তৰীণ অংগটোৰ নাম কি?

19➤ বেক্টেৰিয়া মাৰিবলৈ তলৰ কোনটো ৰশ্মি ব্যৱহাৰ কৰা হয়?

20➤ সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি?

21➤ কোনটো ধাতু পানীত জ্বলি উঠে?

22➤ দৈত কি এছিড থাকে?

23➤ ভিটামিন D ৰ অভাৱত মানুহৰ কি ৰোগ হয়?

24➤ গছে প্ৰস্ত্তত কৰা কোনটো পদাৰ্থ চামৰা উদ্যোগত ব্যৱহাৰ কৰা হয়?

25➤ কোন বিধ ধাতুৰ গলনাংক আটাইতকৈ বেছি?

26➤ মানৱ দেহত আটাইতকৈ ক্ষুদ্ৰতম হাড়ডাল ক’ত থাকে?

27➤ সংকেত (Signal) দিয়াৰ বাবে ৰঙা লাইট কিয় ব্যৱহাৰ কৰা হয়?

28➤ মানুহৰ মুখ মণ্ডলত থকা হাড়ৰ সংখ্যা কিমান?

29➤ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰিমাণ বৃদ্ধিৰ ফলত কোনটো ৰোগ অধিক হোৱাৰ পৰিলক্ষিত হয়?

30➤ পেনিচিলিন কোনে আৱিস্কাৰ কৰিছিল?

Leave a Comment