ASSAM GEOGRAPHY MCQ IN ASSAMESE – অসম ভূগোল QUIZ

ASSAM GEOGRAPHY MCQ IN ASSAMESE – অসম ভূগোল QUIZ (PART-2)

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assam Geography MCQ in Assamese” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Axom Police, TET, ASSAM GEOGRAPHY MCQ IN ASSAMESE আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে ভূগোল কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

অসম আৰক্ষীৰ লিখিত পৰীক্ষা প্ৰশ্ন আৰু উত্তৰ

1➤ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শাৰীৰ নাম কি?

2➤ নিম্নলিখিত কোন দুখন অসমৰ পাহাৰীয়া জিলা?

3➤ অসমৰ মুঠ মাটিকালি কিমান?

4➤ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ দৈৰ্ঘ্য কিমান?

5➤ কৰিমগঞ্জ চেনিকলটো স্থাপিত হৈছিল __ ।

6➤ অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি?

7➤ ২০০১ চনৰ লোকপিয়লৰ মতে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি আছিল?

8➤ অসমৰ অক্ষৰৈখিক আৰু দ্ৰাঘিমাৰৈখিক বিস্তৃতি হ’ল __ ।

9➤ পাটকাই পৰ্বত হ’ল __ ।

10➤ পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটোৰ নাম কি?

11➤ মৌচিনৰামৰ গড় বৰষুণৰ পৰিমাণ কিমান?

12➤ গুৱাহাটীৰ গড় বৰষুণৰ পৰিমাণ হ’ল __ ।

13➤ অসমৰ প্ৰায় __ জন লোক কৃষিজীৱী।

14➤ অসমৰ মুঠ মাটিকালিৰ কিমান পৰিমাণত (শতাংশত) কৃষি কাৰ্য্য কৰা হয়?

15➤ অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয়?

16➤ অসমত ২০০১ চনৰ মতে আলু খেতিৰ উৎপাদন আছিল?

17➤ অসমত মুঠ চাহ বাগিচাৰ সংখ্যা কিমান?

18➤ অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল?

19➤ অসমৰ বৃহত্তম চাহ বাগিচাখনৰ নাম কি?

20➤ অসমত মুঠ কিমানটা চাহপাত প্ৰস্তুত কৰা কাৰখানা আছে?

21➤ __ চাহ নিলাম বজাৰে পৃথিৱীৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে।

22➤ উজনি অসমৰ কোন ঠাইত চাহ গৱেষণা কেন্দ্ৰ আছে?

23➤ গুৱাহাটীৰ কোন ঠাইত কফি প্ৰস্তুত কেন্দ্ৰ আছে?

24➤ অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচাখনৰ নাম কি?

25➤ অসমৰ কোন ঠাইত কফি গৱেষণা কেন্দ্ৰ আছে?

26➤ বিশেষজ্ঞসকলৰ মতে অসমত কিমান নিযুত টন কয়লা আছে?

27➤ ডিগবৈ তৈলক্ষেত্ৰ আৱিষ্কাৰ কোন চনত হৈছিল?

28➤ অসমৰ কোনটো তৈলক্ষেত্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ?

29➤ নাহৰকটীয়াৰ পৰা নুনমাটিলৈ কিমান কিঃমিঃ তেলৰ নলী পথ আছে?

30➤ অসমৰ কোনখন জিলাত লোণাপানীৰ উঁহ আছে?

Leave a Comment