SPORTS GK QUIZ IN ASSAMESE LANGUAGE – অলিম্পিক খেলৰ কুইজ ২০২১

SPORTS GK QUIZ IN ASSAMESE LANGUAGE – অলিম্পিক খেলৰ কুইজ ২০২১

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত অসমীয়া Sports GK Quiz in Assamese language খেল জগতৰ সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ১০ টা SPORTS GK QUIZ IN ASSAMESE LANGUAGE সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই Assamese Sports MCQ কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া খেলৰ Mock Test আমাৰ SPORTS GK QUIZ IN ASSAMESE LANGUAGE টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে। যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে। আমাৰ টেলিগ্ৰাম – ইয়াত ক্লি’ক কৰক।

প্ৰশ্ন ১। টকিঅ’ অলিম্পিক ২০২০ ত ভাৰতীয় পুৰুষ হকী দলে কোন দেশৰ হকী দলক পৰাজিত কৰি ব্ৰঞ্জৰ পদক জিকিছিল?
ক) ইংলেণ্ড
খ) ইটালী
গ) অষ্ট্ৰেলিয়া
ঘ) জাৰ্মানী

উত্তৰ:- ঘ) জাৰ্মানী – ভাৰতীয় পুৰুষ হকী দলে জাৰ্মানীক পৰাস্ত কৰি ৪১ বছৰৰ পিছত অলিম্পিক পদক জয় কৰে। টকিঅ’ অলিম্পিকত জাৰ্মানীক ৫-৪ গ’লত (Sports GK Quiz in Assamese language) পৰাস্ত কৰি ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক জিকিছিল।

প্ৰশ্ন ২। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে নিশ্চিত কৰা অনুযায়ী কোনখন অলিম্পিক গেমছৰ পৰা ক্ৰিকেট খেল অনুষ্ঠিত হ’ব?
ক) পেৰিছ
খ) লছ এঞ্জেলছ
গ) এথেন্স
ঘ) বেইজিং

উত্তৰ:- খ) লছ এঞ্জেলছ – আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে নিশ্চিত কৰা অনুযায়ী ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ পৰা ক্ৰিকেট খেল অনুষ্ঠিত হ’ব।

প্ৰশ্ন ৩। ভাৰতীয় মল্লযোদ্ধা ৰবি কুমাৰ দাহিয়াই টকিঅ’ অলিম্পিকৰ পুৰুষৰ ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত কোনটো পদক লাভ কৰিছিল?
ক) ব্ৰঞ্জ
খ) সোণ
গ) ৰূপ
ঘ) চতুৰ্থ স্থান

উত্তৰ:- গ) ৰূপ – পুৰুষৰ ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাৰ ফাইনেলত ৰাছিয়ান অলিম্পিক কমিটিৰ জাভুৰ উগুয়েভৰ হাতত পৰাস্ত হোৱাৰ (Sports GK Quiz in Assamese language) পিছত ভাৰতীয় মল্লযোদ্ধা ৰবি কুমাৰ দাহিয়াই ৰূপৰ পদক অৰ্জন কৰে।

প্ৰশ্ন ৪। মহাৰাষ্ট্ৰৰ পুনেৰ ২০ বছৰীয়া দবা খেলুৱৈ __ দবাখেলত ভাৰতৰ ৬৯ তম গ্ৰেণ্ডমাষ্টাৰ হৈ পৰিছে।
ক) নিহাল চাৰিণ
খ) হৰ্ষিত ৰাজা
গ) কে. মুৰলী
ঘ) কে. শশীকিৰণ

উত্তৰ:- খ) হৰ্ষিত ৰাজা – মহাৰাষ্ট্ৰৰ পুনেৰ ২০ বছৰীয়া দবা খেলুৱৈ হৰ্ষিত ৰাজা দবা খেলত ভাৰতৰ ৬৯ তম গ্ৰেণ্ডমাষ্টাৰ হৈ পৰিছে।

• Important Books For APSC Exam in Assamese Medium

প্ৰশ্ন ৫। টকিঅ’ অলিম্পিক ২০২০ ত জেভলিন থ্ৰো ইভেণ্টত ভাৰতৰ হৈ কোনে সোণৰ পদক জিকিছিল?
ক) নীৰজ চোপ্ৰা
খ) শিৱপাল সিং
গ) দেৱেন্দ্ৰ ঝাঞ্জৰিয়া
ঘ) জগদীশ বিষ্ণোই

উত্তৰ:- ক) নীৰজ চোপ্ৰা – টকিঅ’ অলিম্পিকত অনুষ্ঠিত জেভলিন থ্ৰো ইভেণ্টত নীৰজ চোপ্ৰাই ভাৰতৰ হৈ সোণৰ পদক জিকিছে।

খেলৰ কুইজ ২০২১-২২ / SPORTS MOCK TEST IN ASSAMESE LANGUAGE

প্ৰশ্ন ৬। টকিঅ’ অলিম্পিক ২০২০ ত কোন গৰাকী মহিলা ভাৰতীয় বক্সাৰে ব্ৰঞ্জৰ পদক জিকিছিল?
ক) পূজা ৰাণী
খ) মেৰী কম
গ) পি ভি সিন্ধু
ঘ) লভলিনা বৰগোহাঁই

উত্তৰ:- ঘ) লভলিনা বৰগোহাঁই – টকিঅ’ অলিম্পিক ২০২০ ত ভাৰতীয় মহিলা বক্সাৰ লভলিনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক জিকিছিল।

প্ৰশ্ন ৭। কোন খন ৰাষ্ট্ৰই সপ্তম কনকাকাফ গোল্ড কাপ জিকিছে?
ক) জাৰ্মানী
খ) আমেৰিকা যুক্তৰাষ্ট্ৰ
গ) অষ্ট্ৰেলিয়া
ঘ) ফ্ৰান্স

উত্তৰ:- খ) আমেৰিকা যুক্তৰাষ্ট্ৰ – আমেৰিকা যুক্তৰাষ্ট্ৰই ডিফেণ্ডিং চেম্পিয়ন মেক্সিকোৰ বিৰুদ্ধে ১-০ অতিৰিক্ত সময়ৰ এক আনন্দদায়ক জয় লাভ কৰি সপ্তম কনকাকাফ গোল্ড কাপ (CONCACAF Gold Cup) দখল কৰে।

প্ৰশ্ন ৮। হাংগেৰিয়ান গ্ৰেণ্ড প্ৰিক্স ২০২১ কোনে জিকিছিল?
ক) এষ্টেবান অকন
খ) লুইছ হেমিল্টন
গ) চেবাষ্টিয়ান ভেটেল
ঘ) ডি. ৰিকিৰ্ডো

উত্তৰ:- ক) এষ্টেবান অকন – আলপাইন-ৰেনল্ট/ফ্ৰান্সৰ এষ্টেবান অকনে ১ আগষ্ট, ২০২১ তাৰিখে হাংগেৰীৰ Mogyoród হাংগেৰিংত অনুষ্ঠিত হাংগেৰিয়ান গ্ৰেণ্ড প্ৰিক্স ২০২১ জিকিছিল।

প্ৰশ্ন ৯। অনুৰাগ সিং ঠাকুৰে নতুন দিল্লীত ভাৰতীয় পেৰালিম্পিক দলৰ বাবে কোনটো থীম গান মুকলি কৰিছিল?
ক) কামাল কাৰ দে তু
খ) কাৰ দে তু কামাল
গ) কাৰ দে কামাল তু
ঘ) তু কাৰ দে কামাল

উত্তৰ:- গ) কাৰ দে কামাল তু – SPORTS GK QUIZ IN ASSAMESE LANGUAGE কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে নতুন দিল্লীত ভাৰতীয় পেৰালিম্পিক দলৰ বাবে থীম গান মুকলি কৰিছিল। সেই থীম গানটোৰ শীৰ্ষ শাৰীটো হৈছে “কাৰ দে কামাল তু”।

প্ৰশ্ন ১০। পেৰালিম্পিকত সোণৰ পদক জয় কৰি ইতিহাস ৰচনা প্ৰথম গৰাকী ভাৰতীয় মহিলা শ্বুটাৰৰ নাম কি?
ক) অপূৰ্বী চান্দেল
খ) ৰাহি চাৰ্নোবাট
গ) ভবিনাবেন পেটেল
ঘ) অৱনী লেখাৰা

উত্তৰ:- ঘ) অৱনী লেখাৰা – শ্বুটাৰ অৱনী লেখাৰাই পেৰালিম্পিকত সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছিল। কিয়নো তেওঁ পেৰালিম্পিকত সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল।

Leave a Comment