ASSAM CURRENT AFFAIRS IN ASSAMESE LANGUAGE

ASSAM CURRENT AFFAIRS IN ASSAMESE LANGUAGE

Assamese Current Affairs 2023 – Assam Current Affairs 2023 – Today Current Affairs in Assamese language – অসমীয়া সাধাৰণ জ্ঞান ২০২১ – অসমীয়া সাধাৰণ জ্ঞান – অসমীয়া সাধাৰণ জ্ঞান 2023 – Assam GK in Assamese languageASSAM CURRENT AFFAIRS IN ASSAMESE LANGUAGE – Assamese GK 2023 – Assam Quiz 2023 in Assamese language – Assam GK Quiz in Assamese language – Assamese QuizASSAM CURRENT AFFAIRS IN ASSAMESE LANGUAGE – Assamese GK Quiz 2023 – সাধাৰণ জ্ঞান ২০২১ – সাধাৰণ জ্ঞান – সাধাৰণ জ্ঞান কুইজ – অসমীয়া কুইজ ২০২১ – অসমীয়া কুইজ – অসম আৰক্ষী পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰ – Assam Police GK Website – Assam Police GK Quiz

Assam Police GK in Assamese language – Assam Police GK Quiz in Assamese language – Assam Police Quiz – Assam Police Quiz in Assamese language – অসম কুইজ ২০২১ – Current Affairs MCQ in Assamese language – Current Affairs in Assamese language

তলৰ কুইজসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও এই কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি কুইজসমূহৰ প্ৰশ্নোত্তৰ ভূল দেখে তেনেহ’লে আমাক কমেণ্ট বাকচৰ যোগেদি জনাবলৈ নাপাহৰিব। আমাৰ কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

অসমৰ কোনগৰাকী ব্যক্তিক মেক্সিকোৰে ১০ বছৰৰ বাবে বৃক্ষ ৰোপণ কাৰ্যসূচীৰ বাবে নিমন্ত্ৰণ জনাইছে?

 
 
 
 

অসমৰ প্ৰথম শিশু বাতৰি কাকতখনৰ নাম কি?

 
 
 
 

শেহতীয়াকৈ কোনখন মহানগৰত ভাৰতৰ ভিতৰতে দীৰ্ঘতম ৰ’পৱে উদ্ধোধন কৰা হৈছিল যিয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগ কৰিছে?

 
 
 
 

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেদকাৰে অসমৰ কাৰণে উৰ্ছগা কৰা ২৪x৭ চেনেলটোৰ নাম কি?

 
 
 
 

পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ কোনখন জিলাত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ উদ্ধোধন কৰিছিল?

 
 
 
 

অৰ্জুন বঁটা লাভ কৰা অসমৰ পঞ্চম গৰাকী খেলুৱৈ কোন?

 
 
 
 

২০২০ চনৰ ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ লাভ কৰা ব্যক্তিজন কোন?

 
 
 
 

অসম চৰকাৰে শেহতীয়াকৈ অসমত কিমান বছৰৰ মূৰে মূৰে অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী সন্মান দিয়াৰ কথা ঘোষণা কৰিছে?

 
 
 
 

সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যু কেতিয়া হৈছিল?

 
 
 
 

‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ ৰ অধীনত অসম কোনখন ৰাজ্যৰ লগত যোগ হৈছে?

 
 
 
 

অসমৰ কোনখন নগৰক ‘Swachh Survekshan 2020’ বঁটা প্ৰদান কৰা হৈছিল?

 
 
 
 

অলিম্পিকত যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম মহিলা বক্সা গৰাকীৰ নাম কি?

 
 
 
 

অসমৰ কোনটো মন্দিৰক খাজোৰাহু বুলি কোৱা হয়?

 
 
 
 

অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰীৰ নাম কি?

 
 
 
 

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান?

 
 
 
 

ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম শিশু বাতৰি কাকত প্ৰচাৰ হৈছিল?

 
 
 
 

‘অৰণ্য মানৱ’ বুলি কাক কোৱা হয়?

 
 
 
 

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মনীশী উপৱন’ৰ উন্নোচন কোনে কৰিছিল?

 
 
 
 

শেহতীয়াকৈ ভূপেন হাজৰিকা সমন্বয় বঁটা কোনে লাভ কৰিছিল?

 
 
 
 

বৰ্তমান অসম বিধান সভাৰ অধ্যক্ষ কোন?

 
 
 
 

Leave a Comment