SCIENCE GK QUESTIONS IN ASSAMESE LANGUAGE 2023

SCIENCE GK QUESTIONS IN ASSAMESE LANGUAGE 2023

SCIENCE GK QUESTIONS IN ASSAMESE LANGUAGE – SCIENCE QUIZ IN ASSAMESE LANGUAGE

SCIENCE GK QUESTIONS: আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত বিজ্ঞান কুইজ সমূহ এই পোষ্টটোত উল্লেখ কৰিলোঁ। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। নিতৌ এনেধৰণৰ সকলো SCIENCE GK QUESTIONS ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া প্ৰয়োজনীয় কুইজ তথা প্ৰশ্নোত্তৰসমূহ পাই থাকিবলৈ তলত দিয়া আমাৰ টেলিগ্ৰাম আৰু ফেচবুক ত আজিয়েই যোগ হৈ লওঁক।

SCIENCE GK QUESTIONS and Answers in Assamese language – Science Quiz in Assamese language

• আমাক টেলিগ্ৰামত পাবলৈ ইয়াত:- ক্লি’ক কৰক

• আমাক ফেচবুকত পাবলৈ ইয়াত:- ক্লি’ক কৰক

বিজ্ঞান কুইজ – সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 

প্ৰশ্ন ১। প্ৰতি এশ গ্ৰামত ম’হৰ গাখীৰৰ পৰা কিমান শক্তি প্ৰাপ্ত কৰা হয়?
উত্তৰ:- প্ৰায় ৯০ কে’লৰি।

প্ৰশ্ন ২। মানুহৰ তেজ ৰঙা হোৱা কাৰণ কি?
উত্তৰ:- মানুহৰ তেজত হিমোগ্লোবিন থকা বাবে।

প্ৰশ্ন ৩। গেষ্ট্ৰিক ৰস মানুহৰ কোনটো অংগৰ পৰা নিঃসৰণ হয়?
উত্তৰ:- পেটৰ পৰা।

প্ৰশ্ন ৪। The Origin of Species নামৰ কিতাপখন কোনে লিখিছিল?
উত্তৰ – ডাৰউইনৰ দ্বাৰা

প্ৰশ্ন ৫। প্ৰচেছৰৰ গতি কোন এককত জোখা হয়?
উত্তৰ:- মেগাহাৰ্জ আৰু গিগাহাৰ্জ।

প্ৰশ্ন ৬। ফটোগ্ৰাফীত ৰাসায়নিক ভাৱে ব্যৱহৃত ‘হাইপো’ কি?
উত্তৰ:- ছডিয়াম থিওচালফেট।

প্ৰশ্ন ৭। প্ৰস্ৰাৱৰ হালধীয়া ৰং কিহৰ বাবে হয়?
উত্তৰ:- ইউৰোক্ৰোমৰ বাবে।

প্ৰশ্ন ৮। প্ৰাকৃতিক ৰবৰ কিহৰ পলিমাৰ?
উত্তৰ:- আইচোপ্ৰিনৰ

প্ৰশ্ন ৯। তৰলৰ চতুৰ্থ অৱস্থাক কি বুলি কোৱা হয়?
উত্তৰ:- প্লাজমা।

প্ৰশ্ন ১০। শৰীৰৰ কোন অংশত পিত্ত গঠন হয়?
উত্তৰ:- যকৃতত।

প্ৰশ্ন ১১। তেজত পোৱা ধাতুটো নাম কি?
উত্তৰ:- লো।

প্ৰশ্ন ১২। কোনটো খাদ্যই মানৱ শৰীৰত নতুন কলাৰ বিকাশৰ বাবে পুষ্টি প্ৰদান কৰে?
উত্তৰ:- পনীৰ। গাখীৰ পৰা উৎপাদিত এদিধ খাদ্য।

প্ৰশ্ন ১৩। মাহ জাতীয় শস্য কাৰ এক ভাল উৎস?
উত্তৰ:- প্ৰ’টিনৰ।

প্ৰশ্ন ১৪। দেশী ঘিউৰ গোন্ধ কিয় হয়?
উত্তৰ:- ডায়েচাইটিলৰ বাবে।

প্ৰশ্ন ১৫। ৰামধেনুত কোনটো ৰং অধিক বিক্ষেপ?
উত্তৰ:- ৰঙা।

প্ৰশ্ন ১৬। কোনে দূৰদৰ্শন উদ্ভাৱন কৰিছিল?
উত্তৰ:- জে.এল. বেয়াৰ্ড।

প্ৰশ্ন ১৭। Modern Taxonomy ৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰ:- লিনিয়াছক।

প্ৰশ্ন ১৮। স্মলপক্স ভেকছিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- এডৱাৰ্ড জেনাৰে।

প্ৰশ্ন ১৯। আমৰ বৈজ্ঞানিক নাম কি?
উত্তৰ:- মেংগিফেৰা ইণ্ডিকা।

প্ৰশ্ন ২০। সেউজ গৃহ প্ৰভাৱত আটাইতকৈ বেছি অৰিহণা যোগায় গেছ বিধৰ নাম কি?
উত্তৰ:- কাৰ্বন ডাই অক্সাইড গেছ।

প্ৰশ্ন ২১। ছালৰ কৰ্কট ৰোগ কিহৰ ফলত হয়?
উত্তৰ:- সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ ফলত হয়।

প্ৰশ্ন ২২। জলাতঙ্কৰ ভেকছিন কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- আলেকজেণ্ডাৰ ফ্লেমিংয়ে।

প্ৰশ্ন ২৩। ‘ফিজিকেল ইণ্ডিয়ান ডক্টৰ’ বুলি কোনবিধ ফলক কোৱা হয়?
উত্তৰ:- আমলখিক।

প্ৰশ্ন ২৪। অমিতা ৰং হালধীয়া হোৱা কাৰণ কি?
উত্তৰ:- কেৰিকাজেন্থিন থকা কাৰণে অমিতাৰ ৰং হালধীয়া।

প্ৰশ্ন ২৫। জলকীয়া তীক্ষ্ণতাৰ হোৱা কাৰণ কি?
উত্তৰ:- কেপচাইচিনৰ উপস্থিতিৰ কাৰণে জলকীয়া তীক্ষ্ণতাৰ।

Leave a Comment