MCQ IN ASSAMESE – অসমীয়া MCQ/ ASSAMESE GK

MCQ IN ASSAMESE – অসমীয়া MCQ/ ASSAMESE GK

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “MCQ in Assamese – অসমীয়া MCQ” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া সাধাৰণ জ্ঞান MCQ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

MCQ IN ASSAMESE- অসমীয়া সাধাৰণ জ্ঞান কুইজ

1➤ নেলছন শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত?

2➤ হেমলেট কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?

3➤ মীৰাবায়ে তেওঁৰ ভজনবােৰ কোন ভাষাত লিখিছিল?

4➤ কোষৰ আৱিস্কাৰক কোন?

5➤ অসমৰ মহান বৈষ্ণৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিত্রপট আঁকিছিল আৰু তাৰ দ্বাৰা তেওঁ প্ৰকাশ কৰিব বিচাৰিছিল _ ।

6➤ তলৰ কোনবিধ নাৱৰ নাম নহয়?

7➤ পিতলৰ কাম কৰা মুছলমানসকলক কি বুলি কোৱা হয়? 

8➤ মানুহৰ হালধীয়া জ্বৰৰ বাহক কি?

9➤ লাল বাগ ক’ত অৱস্থিত?

10➤ বুট্টা বোম্মালু কোন খন ৰাজ্যৰ নৃত্য?

11➤ গাৰাদি কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ নৃত্য?

12➤ কলমকাৰী লোক চিত্ৰকলা কোন ৰাজ্যত আছে?

13➤ শিষ মহল ক’ত অৱস্থিত?

14➤ মানৱ দেহৰ কোনটো অংগ জন্ম পিছত আৰু বৃদ্ধি নহয়?

15➤ পৃথিৱীৰে সূৰ্যৰ বিকিৰণ কিমান শতাংশ শোষণ কৰে?

16➤ কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে?

17➤ বৈদ্যুতিক আধান (Current) ৰ SI একক কি?

18➤ ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট কিহৰ পৰা বনোৱা হয়?

19➤ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি?

20➤ ভাৰতৰ সৰ্বোচ্চ চহৰখনৰ নাম কি?

21➤ কোনখন নদী দক্ষিণৰ পৰা গংগাৰ সৈতে মিলিত হয়?

22➤ কোনখন দেশক “বজ্ৰপাতৰ দেশ” বুলি কোৱা হয়?

23➤ কোনখন দেশক ‘এছিয়া মাইনৰ’ বুলি জনা যায়?

24➤ ভাৰতত ন্যায়পালিকা হৈছে _ ।

25➤ সংসদৰ দুয়োখন সদনৰ যুটীয়া বৈঠকৰত নেতৃত্ব দিয়ে _ য়ে।

26➤ খণ্ড স্তৰত পঞ্চায়ত সমিতি এখন হৈছে _ ।

27➤ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলে কোন বয়সত অৱসৰ লয়?

28➤ সংবিধানৰ অষ্টম অনুসূচীত __ ক ৰখা হৈছে।

29➤ অসমৰ মুঠ কিমান শতাংশ এলেকাৰ বনাঞ্চলৰ অধীনত আছে?

30➤ কোন চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল?

31➤ টোকলাই চাহ গৱেষণা কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল?

32➤ ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?

33➤ নিম্নলিখিত কোনখন উত্তৰ-পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে?

34➤ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটো ইকোজোনত অৱস্থিত?

35➤ নিম্নলিখিত কোনটো অসমৰ বৰদৈচিলা সৈতে সম্পৰ্কিত?

36➤ Book Macbeth গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

37➤ Two Leaves And A Bud এই পুথিখন কোনে লিখিছিল?

38➤ Indian War Of Independence গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

39➤ Gita Rahasya কোনে ৰচনা কৰিছিল?

40➤ The Bird Of Time কোনে ৰচনা কৰিছিল?

41➤ আজাৰবাইজান (Azerbaijan) ৰ ৰাজধানী কি?

42➤ এঙ্গোলা (Angola) ৰ ৰাজধানী কি?

43➤ বুলগেৰিয়া (Bulgaria) ৰ ৰাজধানী কি?

44➤ ভূটান (Bhutan) ৰ ৰাজধানী কি?

45➤ চিলি (Chile) ৰ ৰাজধানী কি?

46➤ বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি?

47➤ সালােক-সংশ্লেষণৰ কাৰ্যকৰী একক কি?

48➤ শুকান বীজ পানীত থলে ওফন্দি উঠা প্রক্রিয়াটোক কি বোলে?

49➤ আল্টিমিটাৰৰ দ্বাৰা কি জোখা হয়?

50➤ বতাহৰ বেগ কোনবিধ সঁজুলিৰ সহায়ত জোখা হয়?

Leave a Comment