ASSAM POLICE IMPORTANT QUESTION / ASSAM POLICE QUESTION ANSWERS 2023

ASSAM POLICE IMPORTANT QUESTION / ASSAM POLICE QUESTION ANSWERS 2023

প্ৰশ্ন ১। অসমৰ প্ৰথম চাহ খেতিয়কজন কোন আছিল?
উত্তৰ:- জগন্নাথ বৰুৱা

প্ৰশ্ন ২। স্বাধীনতা যুঁজত শ্বহীদ হোৱা প্ৰথম গৰাকী অসমীয়া কোন?
উত্তৰ:- পিয়লি ফুকন

প্ৰশ্ন ৩। ‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- হিতেশ্বৰ শইকীয়া

প্ৰশ্ন ৪। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই কোন চনত ‘কলা শিৰোমণি বঁটা’ লাভ কৰিছিল?
উত্তৰ:- ১৯৯১ চনত

প্ৰশ্ন ৫। ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন আছিল?
উত্তৰ:- বিষ্ণুৰাম মেধি

প্ৰশ্ন ৬। বি.টি.এ.ডি. (BTAD) ৰ কাৰ্যবাহী পৰিষদ কাৰ নেতৃত্বত গঠিত হৈছিল?
উত্তৰ:- হাগ্ৰামা মহিলাৰী

প্ৰশ্ন ৭। বি.টি.এ.ডি. (BTAD) পৰিষদ কিমান চনত গঠন হৈছিল?
উত্তৰ:- ২০০৫ চনত

প্ৰশ্ন ৮। আলফাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি?
উত্তৰ:- পিপল্‌ছ কনছালটেটিভ গ্ৰুপ চমুকৈ পি.চি.জি. (PCG)

প্ৰশ্ন ৯। “আলফা” ৰ সম্পূৰ্ণ নামটো কি?
উত্তৰ:- ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম

প্ৰশ্ন ১০। কিমান চনত অসমৰ ৰাজ্যপাল হিচাবে লে.জে. অজয় সিং এ কাৰ্যভাৰ গ্ৰহণ কৰিছিল?
উত্তৰ:- ২০০৩ চনত

প্ৰশ্ন ১১। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?
উত্তৰ:- ছৈয়দা আনোৱাৰা টাইমূৰ

প্ৰশ্ন ১২। ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে? Assam Police Important Question
উত্তৰ:- মুণ্ডক

প্ৰশ্ন ১৩। অসমৰ জাতীয় চৰাই কি?
উত্তৰ:- দেওহাঁহ

প্ৰশ্ন ১৪। অসমৰ জাতীয় জন্ত্ত কি?
উত্তৰ:- এশিঙীয়া গঁড়

প্ৰশ্ন ১৫। ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?
উত্তৰ:- ৰাষ্ট্ৰপতি

প্ৰশ্ন ১৬। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল?
উত্তৰ:- সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।

প্ৰশ্ন ১৭। প্ৰথম ভাৰতৰ আই. পি. এচ. (IPS) বিষয়া গৰাকী নাম কি?
উত্তৰ:- কিৰণ বেদী (১৯৭২)।

প্ৰশ্ন ১৮। ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল?
উত্তৰ:- ইংৰাজী ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা

প্ৰশ্ন ১৯। ৰাষ্ট্ৰীয় সংগীত ‘জন-গন-মন’ গীতটি পোন প্ৰথমবাৰৰ বাবে ক’ত পৰিবেশন কৰা হৈছিল? Assam Police Important Question
উত্তৰ:- ১৯১১ চনৰ ২৭ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশনত

প্ৰশ্ন ২০। ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল?
উত্তৰ:- ড° বি. আৰ. আম্বেদকাৰ

প্ৰশ্ন ২১। ড° বি. আৰ. আম্বেদকাৰ সম্পূৰ্ণ নাম কি আছিল?
উত্তৰ:- বাবা চাহেব ভীমৰাও আম্বেদকাৰ

প্ৰশ্ন ২২। ভাৰতীয় ৰেলৰ আটাইতকৈ দীৰ্ঘ যাত্ৰাৰ ৰেলখনৰ নাম কি?
উত্তৰ:- হিম সাগৰ এক্সপ্ৰেছ (জন্মুৰ পৰা কন্যাকুমাৰীলৈ)।

প্ৰশ্ন ২৩। কিমান চনত বৃটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰে?
উত্তৰ:- ১৯১১ চনত

প্ৰশ্ন ২৪। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিক কোনে নিযুক্তি দিয়ে?
উত্তৰ:- ৰাষ্ট্ৰপতিয়ে

প্ৰশ্ন ২৫। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যা কিমান আছিল?
উত্তৰ:- ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা ১০২,৭০,১৫,২৪৭ জন

•  SCIENCE MOCK TEST IN ASSAMESE LANGUAGE

Assam Police Important GK – Assam Police Important Quiz

প্ৰশ্ন ২৬। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ সাক্ষৰতাৰ হাৰ কিমান আছিল?
উত্তৰ:- ৬৫.৩৮ শতাংশ

প্ৰশ্ন ২৭। ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ:- চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী

প্ৰশ্ন ২৮। কোন ব্ৰিটিছ নেতাৰ অহোপুৰুষাৰ্থ চেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?
উত্তৰ:- এলান অষ্টেভিয়ান হিউম (১৮৮৫ চনত)।

প্ৰশ্ন ২৯। ‘ফাডাৰ অৱ মডাৰ্ণ ইণ্ডিয়া’ বুলি কাক কোৱা হয়?
উত্তৰ:- ৰাজা ৰামমোহন ৰায়

প্ৰশ্ন ৩০। ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল?
উত্তৰ:- ১৮৮৫ চনত

প্ৰশ্ন ৩১। কাৰ সন্মানাৰ্থে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া (Gateway of India) নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জৰ ভাৰত আগমনৰ প্ৰাকমূহুৰ্ত্তত (১৯১১ চনত)।

প্ৰশ্ন ৩২। ভাৰতৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়ী কোন?
উত্তৰ:- টেনজিং নৰ্গে

প্ৰশ্ন ৩৩। ভাৰতৰ প্ৰথম মেগাছেছ বঁটা বিজয়ী গৰাকী কোন?
উত্তৰ:- আচাৰ্য বিনোৱা ভাৱে (১৯৫৮ চন)।

প্ৰশ্ন ৩৪। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন?
উত্তৰ:- ইন্দিৰা গান্ধী

প্ৰশ্ন ৩৫। ইন্দিৰা গান্ধীয়ে কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯৭২ চনত

ASSAM POLICE IMPORTANT QUESTION

প্ৰশ্ন ৩৬। ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৩ তম অধিৱেশনৰ সভাপতি কোন আছিল?
উত্তৰ:- এছ. শ্ৰীনিবাস আয়েঙ্গাৰ

প্ৰশ্ন ৩১। উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মহিলা ন্যায়াধীশ কোন আছিল?
উত্তৰ:- ফাতেমা বিবি

প্ৰশ্ন ৩২। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ:- উমেশচন্দ্ৰ বেনৰ্জি

প্ৰশ্ন ৩৩। ‘পঞ্চবাৰ্ষিক পৰিকল্পনা নীতি’ কোনে প্ৰচলন কৰিছিল?
উত্তৰ:- পণ্ডিত জৱাহৰলাল নেহৰু

প্ৰশ্ন ৩৪। পঞ্জাৱৰ জালিয়ানাৱাগৰ হত্যাকাণ্ডৰ নায়ক কোন আছিল?
উত্তৰ:- জেনেৰেল ডায়াৰ

প্ৰশ্ন ৩৫। ভাৰতত প্ৰথম ডাক টিকট কোন চনত প্ৰচলন কৰা হৈছিল?
উত্তৰ:- ১৯৫৪ চনত

প্ৰশ্ন ৩৬। দাণ্ডি যাত্ৰা কোন চনত হৈছিল?
উত্তৰ:- ১৯৩০ চনৰ ১২ মাৰ্চত

প্ৰশ্ন ৩৭। দাণ্ডি যাত্ৰা কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- মহাত্মা গান্ধীয়ে

প্ৰশ্ন ৩৮। দাণ্ডি যাত্ৰাত অংশ গ্ৰহণ কৰা একমাত্ৰ অসমীয়া যুঁজাৰু জন কোন আছিল?
উত্তৰ:- লীলাধৰ বৰুৱা

প্ৰশ্ন ৩৯। ভাৰতৰ প্ৰথম ইংৰাজ জেনেৰেল কোন আছিল?
উত্তৰ:- ওৱাৰেণ হেষ্টিংছ

প্ৰশ্ন ৪০। ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কোনে কৰিছিল?
উত্তৰ:- শ্বেৰচাহে (১৫৪২ চনত)।

প্ৰশ্ন ৪১। ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- ১৫৪২ চনত

প্ৰশ্ন ৪২। তাৰাপুৰ (মুম্বাই), কোটা (ৰাজস্থান), কল্পক্কম (চেন্নাই) আৰু নাৰোৰা (উত্তৰ প্ৰদেশ) এই ঠাইকেইখনৰ মাজত সম্ভন্ধ কি? Assam Police Important Question
উত্তৰ:- পাৰমাণবিক শক্তি কেন্দ্ৰ অৱস্থিত

প্ৰশ্ন ৪৩। ‘হোমৰুল আন্দোলন’ কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- বালগঙ্গাধৰ তিলক

প্ৰশ্ন ৪৪। ভাৰতৰ কোনে প্ৰথমে ন’বেল বঁটা লাভ কৰিছিল?
উত্তৰ:- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ

প্ৰশ্ন ৪৫। ৰবীন্দ্ৰনাথ ঠাকুৰে কোন চনত ন’বেল বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯১৩ চনত

প্ৰশ্ন ৪৬। আটাইতকৈ পুৰণি বেদখনৰ নাম কি?
উত্তৰ:- ঋক্ বেদ

প্ৰশ্ন ৪৭। ঢেঁকিয়াখোৱা বৰ নামঘৰ অসমৰ কোন ঠাইত আছে?
উত্তৰ:- যোৰহাট জিলা

প্ৰশ্ন ৪৮। সৌৰ জগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?
উত্তৰ:- বৃহস্পতি গ্ৰহ

প্ৰশ্ন ৪৯। ছিকিমৰ ৰাজধানী নাম কি?
উত্তৰ:- গেংটক

প্ৰশ্ন ৫০। ডুৰাণ্ড কাপ কি খেলৰ সৈতে জড়িত?
উত্তৰ:- ফুটবল

Leave a Comment