SCIENCE MOCK TEST IN ASSAMESE LANGUAGE

SCIENCE MOCK TEST IN ASSAMESE LANGUAGE

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত SCIENCE MOCK TEST IN ASSAMESE তথা সাধাৰণ বিজ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ২১ টা সাধাৰণ বিজ্ঞানৰ Mock Test সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই SCIENCE MOCK TEST IN ASSAMESE কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET, Assam Police পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ General Science Online Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে। যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা SCIENCE MOCK TEST IN ASSAMESE নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে।

INDIAN HISTORY GK IN ASSAMESE LANGUAGE

#1. ‘জুল’ কিহৰ একক?

#2. ডাক্টৰৰ থার্মোমিটাৰ কোনে আৱিষ্কাৰ কৰে?

#3. ACRAY কি?

#4. কোনে টাইপ ৰাইটাৰ আৱিষ্কাৰ কৰিছিল?

#5. শুকান বীজ পানীত থলে ওফন্দি উঠা প্রক্রিয়াটোক কি বোলে?

#6. বতাহৰ বেগ কোনবিধ সঁজুলিৰ সহায়ত জোখা হয়?

#7. তলত দিয়া কোনবিধ মৌল ধাতুকল্প নহয়?

#8. তলৰ কোনবিধ বিক্রিয়াৰ বাবে সূৰ্য্যত শক্তি উৎপন্ন হয়?

#9. আল্টিমিটাৰৰ দ্বাৰা কি জোখা হয়?

#10. মহাকাশৰ জীৱৰ অধ্যয়নক কি বােলে?

#11. বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি?

#12. সালােক-সংশ্লেষণৰ কাৰ্যকৰী একক কি?

#13. অনকোলজী কোন বিষয়ৰ অধ্যয়ন?

#14. LSD কিহৰ পৰা তৈয়াৰ কৰা হয়?

#15. এম কে এছ (MKS) পদ্ধতিত শক্তিৰ একক কি?

#16. নিউমিচমেটিক মানে কিহৰ অধ্যয়ন?

#17. ১৯৮৫ চনত ভাৰতৰ প্ৰথমটো ব্রিডাৰ ৰিয়েক্টৰ ক’ত স্থাপন কৰা হৈছিল?

#18. মেণ্ডেলৰ বংশগতিতত্ব কোন চনত প্ৰকাশ হৈছিল?

#19. এক গ্রাম ওজত কিমান ডাইন’?

#20. ইউজেলিক্স মানে কিহৰ অধ্যয়ন?

#21. শব্দৰ প্রাবল্য কি এককত জোখা হয়?

Leave a Comment