ASSAM POLICE AB UB MOCK TEST 2023 IN ASSAMESE LANGUAGE

ASSAM POLICE AB UB MOCK TEST 2023 IN ASSAMESE LANGUAGE

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “ASSAM POLICE AB UB MOCK TEST 2023 IN ASSAMESE LANGUAGE” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া বিশ্ব সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

INDIA GK IN ASSAMESE LANGUAGE

1➤ নেলছন শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত?

2➤ হেমলেট কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?

3➤ মীৰাবায়ে তেওঁৰ ভজনবােৰ কোন ভাষাত লিখিছিল?

4➤ কোষৰ আৱিস্কাৰক কোন?

5➤ অসমৰ মহান বৈষ্ণৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিত্রপট আঁকিছিল আৰু তাৰ দ্বাৰা তেওঁ প্ৰকাশ কৰিব বিচাৰিছিল _ ।

6➤ তলৰ কোনবিধ নাৱৰ নাম নহয়?

7➤ পিতলৰ কাম কৰা মুছলমানসকলক কি বুলি কোৱা হয়? 

8➤ মানুহৰ হালধীয়া জ্বৰৰ বাহক কি?

9➤ লাল বাগ ক’ত অৱস্থিত?

10➤ বুট্টা বোম্মালু কোন খন ৰাজ্যৰ নৃত্য?

11➤ গাৰাদি কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ নৃত্য?

12➤ কলমকাৰী লোক চিত্ৰকলা কোন ৰাজ্যত আছে?

13➤ শিষ মহল ক’ত অৱস্থিত?

14➤ মানৱ দেহৰ কোনটো অংগ জন্ম পিছত আৰু বৃদ্ধি নহয়?

15➤ পৃথিৱীৰে সূৰ্যৰ বিকিৰণ কিমান শতাংশ শোষণ কৰে?

16➤ কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে?

17➤ বৈদ্যুতিক আধান (Current) ৰ SI একক কি?

18➤ ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট কিহৰ পৰা বনোৱা হয়?

19➤ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি?

20➤ ভাৰতৰ সৰ্বোচ্চ চহৰখনৰ নাম কি?

21➤ কোনখন নদী দক্ষিণৰ পৰা গংগাৰ সৈতে মিলিত হয়?

22➤ কোনখন দেশক “বজ্ৰপাতৰ দেশ” বুলি কোৱা হয়?

23➤ কোনখন দেশক ‘এছিয়া মাইনৰ’ বুলি জনা যায়?

24➤ ভাৰতত ন্যায়পালিকা হৈছে _ ।

25➤ সংসদৰ দুয়োখন সদনৰ যুটীয়া বৈঠকৰত নেতৃত্ব দিয়ে _ য়ে।

26➤ খণ্ড স্তৰত পঞ্চায়ত সমিতি এখন হৈছে _ ।

27➤ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলে কোন বয়সত অৱসৰ লয়?

28➤ সংবিধানৰ অষ্টম অনুসূচীত __ ক ৰখা হৈছে।

29➤ অসমৰ মুঠ কিমান শতাংশ এলেকাৰ বনাঞ্চলৰ অধীনত আছে?

30➤ কোন চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল?

31➤ টোকলাই চাহ গৱেষণা কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছিল?

32➤ ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান?

33➤ নিম্নলিখিত কোনখন উত্তৰ-পূব ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে?

34➤ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটো ইকোজোনত অৱস্থিত?

35➤ নিম্নলিখিত কোনটো অসমৰ বৰদৈচিলা সৈতে সম্পৰ্কিত?

36➤ Book Macbeth গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

37➤ Two Leaves And A Bud এই পুথিখন কোনে লিখিছিল?

38➤ Indian War Of Independence গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

39➤ Gita Rahasya কোনে ৰচনা কৰিছিল?

40➤ The Bird Of Time কোনে ৰচনা কৰিছিল?

41➤ আজাৰবাইজান (Azerbaijan) ৰ ৰাজধানী কি?

42➤ এঙ্গোলা (Angola) ৰ ৰাজধানী কি?

43➤ বুলগেৰিয়া (Bulgaria) ৰ ৰাজধানী কি?

44➤ ভূটান (Bhutan) ৰ ৰাজধানী কি?

45➤ চিলি (Chile) ৰ ৰাজধানী কি?

46➤ বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি?

47➤ সালােক-সংশ্লেষণৰ কাৰ্যকৰী একক কি?

48➤ শুকান বীজ পানীত থলে ওফন্দি উঠা প্রক্রিয়াটোক কি বোলে?

49➤ আল্টিমিটাৰৰ দ্বাৰা কি জোখা হয়?

50➤ বতাহৰ বেগ কোনবিধ সঁজুলিৰ সহায়ত জোখা হয়?

51➤ মিছ ৱৰ্ল্ড হোৱা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি?

52➤ দুবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম গৰাকী মহিলাগৰাকীৰ নাম কি?

53➤ প্ৰথমগৰাকী মহিলা বিচাৰক কোন আছিল?

54➤ ভাৰতৰ প্ৰথম যুঁজাৰু বিমানখনৰ নাম কি?

55➤ ভাৰত ৰত্ন লাভ কৰা প্ৰথম খেলুৱৈ কোন আছিল?

56➤ ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমান তম মুখ্যমন্ত্ৰী?

57➤ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্য্যালয় ক’ত আছে?

58➤ মোগল সকলৰ আদালতৰ ভাষা কি আছিল?

59➤ ৰাজ্যিক কাৰ্যবাহীৰ মুৰব্বী কোন?

60➤ অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

61➤ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন কোন আছিল?

Leave a Comment