ক্ৰীড়া কুইজ ২০২২-২০২৩

ক্ৰীড়া কুইজ ২০২২-২০২৩

খেল জগতৰ কুইজ ২০২২-২০২৩

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ১০ টা খেল জগতৰ কুইজ ২০২১-২২ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই Sports Mock Test in Assamese language কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে। যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে। আমাৰ টেলিগ্ৰাম – ইয়াত ক্লি’ক কৰক।

SPORTS CURRENT AFFAIRS 2021-2022 IN ASSAMESE LANGUAGE  খেলৰ কুইজ ২০২১-২২

ক্ৰীড়া কুইজ ২০২২-২০২৩ চনত বৰ্তমানৰ পৃষ্ঠপোষকতা সমাপ্ত হোৱাৰ পিছত কোনখন ৰাজ্য চৰকাৰে ভাৰতীয় হকী দলসমূহক আৰু ১০ বছৰৰ বাবে পৃষ্ঠপোষকতা কৰিব?
ক) পশ্চিম বংগ
খ) উৰিষ্যা
গ) পাঞ্জাৱ
ঘ) হাৰিয়ানা

উত্তৰ:- খ) উৰিষ্যা – ২০২৩ চনত বৰ্তমানৰ পৃষ্ঠপোষকতা সমাপ্ত হোৱাৰ পিছত উৰিষ্যা চৰকাৰে ভাৰতীয় হকী দলসমূহক আৰু ১০ বছৰৰ বাবে পৃষ্ঠপোষকতা কৰিব।

প্ৰশ্ন ২। অনুৰ্ধ-২০ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২১ ত মহিলাৰ লং জাম্পত ৰূপৰ পদক কোনে লাভ কৰিছিল?
ক) অঞ্জু ববি জৰ্জ
খ) নয়না জেমছ
গ) সীমা পুনিয়া
ঘ) শৈলী সিং

উত্তৰ:- ঘ) শৈলী সিং – শৈলী সিঙে বিশ্ব এথলেটিকছ ক্ৰীড়া কুইজ ২০২২-২০২৩০ চেম্পিয়নশ্বিপত মহিলাৰ লং জাম্প ৰূপৰ পদক লাভ কৰিছিল

প্ৰশ্ন ৩। ২০২১ চনৰ বাৰ্চিলোনা অপেন দবা প্ৰতিযোগিতাৰ খিতাপ কোনে জিকিছিল?
ক) বিদিত গুজৰাটী
খ) কাৰ্তিকে মুৰলী
গ) অধিকাৰ বাসকৰণ
ঘ) এছ পি সেতুৰামন

উত্তৰ:- ঘ) এছ পি সেতুৰামন – ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ এছ পি সেতুৰামনে ২০২১ ৰ বাৰ্চিলোনা অপেন দবা প্ৰতিযোগিতাৰ খিতাপ জিকিছিল।

ক্ৰীড়া কুইজ ২০২২-২০২৩ / ক্ৰীড়া কুইজ ২০২১-২২

প্ৰশ্ন ৪। টকিঅ’ পেৰালিম্পিক ক্ৰীড়া কুইজ ২০২২-২০২৩ ত ৰূপৰ পদ লাভ কৰা ভাৰতৰ যোগেশ কাথুনিয়া কোনবিধ খেলৰ সৈতে জড়িত?
ক) লং জাম্প
খ) শ্বট পুট
গ) জেভেলিন থ্ৰো
ঘ) ডিচকাচ থ্ৰো

উত্তৰ:- ঘ) ডিচকাচ থ্ৰো – ভাৰতৰ ডিচকাছ থ্ৰ’য়াৰ যোগেশ কাথুনিয়াই পুৰুষৰ ডিচকাছ থ্ৰো এফ ৫৬ ফাইনেল ইভেণ্টত টকিঅ’ পেৰালিম্পিকছ গেমছত ৰূপৰ পদক অৰ্জন কৰিছিল।

• Current Affairs

প্ৰশ্ন ৫। টকিঅ’ পেৰালিম্পিক ২০২০ ত ৰূপৰ পদ লাভ কৰা ভাৰতৰ পেডেলাৰ ভবিনাবেন পেটেল কোন খেলৰ সৈতে জড়িত?
ক) লং জাম্প
খ) টেবুল টেনিছ
গ) শ্বট পুট
ঘ) শ্বুটিং

উত্তৰ:- খ) টেবুল টেনিছ – টেবুল টেনিছত ভাৰতীয় পেডেলাৰ ভবিনাবেন পেটেলে টকিঅ’ত অনুষ্ঠিত ২০২০ পেৰালিম্পিক গেমছত ৰূপৰ পদক দখল কৰিছিল।

খেল বিভাগৰ কুইজ ২০২১-২২ / অসমীয়া খেলৰ কুইজ 2021-22

প্ৰশ্ন ৬। টকিঅ’ পেৰালিম্পিকত পুৰুষৰ হাই জাম্পত ভাৰতৰ মাৰিয়াপ্পান থাংগাভেলুৱে কোনটো পদক লাভ কৰিছিল?
ক) ৰূপ
খ) সোণ
গ) ব্ৰঞ্জ
ঘ) চতুৰ্থ স্থান

উত্তৰ:- ক) ৰূপ – ভাৰতৰ মাৰিয়াপ্পান থাংগাভেলুৱে টকিঅ’ পেৰালিম্পিকত পুৰুষৰ হাই জাম্পত ৰূপৰ পদক লাভ কৰিছিল।

প্ৰশ্ন ৭। ডেল ষ্টেইনে ৩১ আগষ্ট, ক্ৰীড়া কুইজ ২০২২-২০২৩ তাৎক্ষণিক ভাৱে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। তেওঁ কোন খন দেশৰ হৈ খেলিছিল?
ক) নিউজিলেণ্ড
খ) ইংলেণ্ড
গ) অষ্ট্ৰেলিয়া
ঘ) দক্ষিণ আফ্ৰিকা

উত্তৰ:- ঘ) দক্ষিণ আফ্ৰিকা – দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ডেল ষ্টেইনে ৩১ আগষ্ট, ২০২১ তাৎক্ষণিক ভাৱে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল।

প্ৰশ্ন ৮। বেলজিয়াম গ্ৰেণ্ড প্ৰিক্স ২০২১ কোনে জিকিছিল?
ক) মেক্স ভাৰ্ষ্টাপেন
খ) লুইছ হেমিল্টন
গ) চেবাষ্টিয়ান ভেটেল
ঘ) ডি. ৰিকিৰ্ডো

উত্তৰ:- ক) মেক্স ভাৰ্ষ্টাপেন – নেডাৰলেণ্ডৰ মেক্স ভাৰ্ষ্টাপেনে বেলজিয়াম গ্ৰেণ্ড প্ৰিক্স 2021 ৰ বিজয়ী হৈছিল।

প্ৰশ্ন ৯। টকিঅ’ পেৰালিম্পিক ২০২০ ত পুৰুষৰ জেভলিন থ্ৰোত কোনে ৰূপৰ পদক জিকিছিল?
ক) সুন্দৰ সিং গুৰ্জাৰ
খ) শিৱপাল সিং
গ) দেৱেন্দ্ৰ ঝাঞ্জৰিয়া
ঘ) নীৰজ চোপ্ৰা

উত্তৰ:- গ) দেৱেন্দ্ৰ ঝাঞ্জৰিয়া – টকিঅ’ পেৰালিম্পিক 2020ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পেৰালিম্পিয়ান দেৱেন্দ্ৰ ঝাঝাৰিয়াই ৩০ আগষ্ট, ২০২১ তাৰিখে পুৰুষৰ জেভলিন থ্ৰো (এফ 46ফাইনেল ইভেণ্টত ৰূপৰ পদক জিকিছিল।

প্ৰশ্ন ১০। NBA ৰ বিজয়ী দলত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ কোন?
ক) বিশেশ ভৃগুবংশী
খ) ৰাজকুমাৰপাল সিং
গ) প্ৰিন্সপাল সিং
ঘ) অমজ্যোত সিং

উত্তৰ:- গ) প্ৰিন্সপাল সিং – NBA ৰ বিজয়ী দলত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হৈছে প্ৰিন্সপাল সিং।

অস্বীকাৰ: আমি আপোনালোকৰ লৈ সকলো প্ৰশ্ন আৰু প্ৰদান কৰা উত্তৰবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ক্ৰীড়া কুইজ ২০২২-২০২৩ প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। লগতে, আমি ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলওঁ। ইয়াত, সকলো তথ্যসমূহ কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।

Leave a Comment