30 ASSAM HISTORY GK – অসম বুৰঞ্জী কুইজ

30 ASSAM HISTORY GK – অসম বুৰঞ্জী কুইজ

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “30 ASSAM HISTORY GK in Assamese language” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসম বুৰঞ্জী কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

30 ASSAM HISTORY GK QUIZ FREE – অসমৰ ইতিহাস কুইজ

1➤ চুকাফাৰ সমসাময়িক মৰাণ ৰজা কোন আছিল?

2➤ অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়?

3➤ পুৰীৰ জগন্নাথ মন্দিৰৰ কাষত পুখুৰী খন্দোৱা আহোম ৰজাজনৰ নাম কি আছিল?

4➤ গুৰু চৰিতৰ ৰচক কোন?

5➤ নাৰদী পুৰাণ অসমীয়ালৈ কোনে ভাঙনি কৰিছিল?

6➤ মহম্মদ-বিন-বখতিয়াৰৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?

7➤ কোচ ৰাজ্য পৰিভ্ৰমণ কৰা ইংৰাজ পৰ্যটকজন হ’ল –

8➤ গোহাঁই কমল আলি কোনে সজাইছিল?

9➤ অসমৰ বিক্ৰমাদিত্য কোন?

10➤ পচা প্ৰথা কোনে প্ৰৱৰ্তণ কৰিছিল?

11➤ চকৰীফেঁটী বুৰঞ্জী কোনে লিখিছিল?

12➤ ৰাজেশ্বৰ সিংহৰ মণিপুৰী কুঁৱৰী গৰাকীৰ নাম কি আছিল?

13➤ এক স্হায়ী সৈন্য বাহিনী কোনে গঠন কৰিছিল?

14➤ আহোমসকলৰ শেষ ৰাজধানী ক’ত আছিল?

15➤ নিকা সংহতিৰ প্ৰতিষ্ঠাপক কোন আছিল?

16➤ মণিৰাম দেৱানক ফাঁচি কিমান চনত দিয়া হৈছিল?

17➤ জলম বঁটা বুলি কাক কোৱা হয়?

18➤ আহোম যুগৰ মুদ্ৰাসমূহত ব্যৱহৃত প্ৰধান ভাষা তিনিটা কি কি?

19➤ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

20➤ আহোম যুগত ৰচিত সাঁচিপতীয়া পুথি __ ।

21➤ শৰাইঘাটৰ দলংখন কিমান চনত সাজি উলিয়াইছিল?

22➤ বৃটিছ কোম্পানীয়ে তেওঁলোকৰ প্ৰথম ৰাজধানী ক’ত পাতিছিল?

23➤ অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিবেশনৰ সভাপতি কোন আছিল?

24➤ লণ্ডনলৈ গৈ ছেলবোৰ্ণ কমিটিত অসমৰ হৈ ওকালতি কৰা নেতাজনৰ নাম কি আছিল?

25➤ প্ৰথম ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নাম কি আছিল?

26➤ পণ্ডিতসকলৰ মতে অসমৰ আটাইতকৈ প্ৰাচীন জাতিটো নাম কি?

27➤ তলৰ কোনখন প্ৰাচীন গ্ৰন্থত কামৰূপৰ বিষয়ে একো তথ্য উল্লেখ নাই?

28➤ কিংম্বদন্তি মতে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা কোন আছিল?

29➤ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল?

30➤ অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল?

Leave a Comment