অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা মুখ্যমন্ত্ৰী সকলৰ নামৰ তালিকা 2023

অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা/মুখ্যমন্ত্ৰী সকলৰ নামৰ তালিকা 2023

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা / মুখ্যমন্ত্ৰীসকলৰ নামৰ তালিকা ২০২১” ৰ এই তথ্যৰাজিত অৰ্থাৎ আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা খনত আপোনালোকে নামৰ উপৰিও তেখেতলোকৰ কাৰ্য্যকালৰ আৰম্ভণি আৰু সমাপ্তি ওপৰত কিছু নজনা কথা জানিবলৈ পাব। আশা কৰোঁ আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব। লগতে শেষৰ ফালে অসম মুখ্যমন্ত্ৰীসকলৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ প্ৰচাৰ কৰা হৈছে। এই প্ৰশ্নোত্তৰসমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা – মুখ্যমন্ত্ৰীসকলৰ নামসমূহ কি কি?

অসমৰ মুখ্যমন্ত্ৰী সকলৰ তালিকা কাৰ্যকাল
গোপীনাথ বৰদলৈ ১৯ ছেপ্তম্বৰ ১৯৩৮ – ১৭ ১৯৩৯,
১১ ফেব্ৰুবাৰি ১৯৪৬ – ৬ আগষ্ট ১৯৫০
বিষ্ণুৰাম মেধি ৯ আগষ্ট ১৯৫০ – ২৭ ডিচেম্বৰ ১৯৫৮
বিমলা প্ৰসাদ চলিহা ২৮ ডিচেম্বৰ ১৯৫৭ – ৬ নৱেম্বৰ ১৯৭০
মহেন্দ্ৰ মোহন চৌধুৰী ১১ নৱেম্বৰ ১৯৭০ – ৩০ জানুৱাৰী ১৯৭২
শৰৎ চন্দ্ৰ সিংহ ৩১ জানুৱাৰী ১৯৭২ – ১২ মাৰ্চ ১৯৭৮
গোলাপ বৰবৰা ১২ মাৰ্চ ১৯৭৮ – ৯ ছেপ্তেম্বৰ ১৯৭৯
যোগেন্দ্ৰ নাথ হাজৰিকা ৯ ছেপ্তেম্বৰ ১৯৭৯ – ১১ নৱেম্বৰ ১৯৭৯
ছৈয়দা আনোৱাৰা টাইমূৰ ১২ ডিচেম্বৰ ১৯৮০ – ৩০ জুন ১৯৮১
কেশৱ চন্দ্ৰ গগৈ ১৩ জানুৱাৰী ১৯৮২ – ২৩ ডিচেম্বৰ ১৯৮৫
হিতেশ্বৰ শইকীয়া ২৭ ফেব্ৰুৱাৰি ১৯৮৩ – ২৩ ডিচেম্বৰ ১৯৮৫
প্ৰফুল্ল কুমাৰ মহন্ত ২৪ ডিচেম্বৰ ১৯৮৫ – ২৭ নৱেম্বৰ ১৯৯০
হিতেশ্বৰ শইকীয়া ৩০ জুন ১৯৯১ – ২২ এপ্ৰিল ১৯৯৬
ডাঃ ভূমিধৰ বৰ্মন (ভাৰপ্ৰাপ্ত) ২২ এপ্ৰিল ১৯৯৬ – ১৪ মে’ ১৯৯৬
প্ৰফুল্ল কুমাৰ মহন্ত ১৫ মে’ ১৯৯৬ – ১৭ মে’ ২০০১
তৰুণ গগৈ ১৮ মে’ ২০০১ – ১৭ মে’ ২০১৬
সৰ্বানন্দ সোণোৱাল ২৪ মে’ ২০১৬ – ১০ মে’ ২০২১
ডঃ হিমন্ত বিশ্ব শৰ্মা ১০ মে’ ২০২১ – বৰ্তমানলৈকে।

অসমৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ / ASSAMESE IMPORTANT QUESTIONS ANSWERS IN ASSAM

উত্তৰ:- গোপীনাথ বৰদলৈ।

প্ৰশ্ন ২। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:- চৈয়দা আনোৱাৰা টাইমূৰ।

প্ৰশ্ন ৩। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন?

উত্তৰ:- চৈয়দা আনোৱাৰা টাইমূৰ।

প্ৰশ্ন ৪। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন?

উত্তৰ:- ডঃ হিমন্ত বিশ্ব শৰ্মা।

প্ৰশ্ন ৫। অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:- তৰুণ গগৈ।

প্ৰশ্ন ৬। সৰ্বাধিক সময়ৰ বাবে কাৰ্য্যনিৰ্বাহ কৰা অসমৰ মুখ্যমন্ত্ৰীজন নাম কি?

উত্তৰ:- তৰুণ গগৈ।

প্ৰশ্ন ৭। ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? নাইবা, BJP দলৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন?

উত্তৰ:- সৰ্বানন্দ সোণোৱাল।

প্ৰশ্ন ৮। সৰ্বানন্দ সোণোৱাল অসমৰ কিমান তম মুখ্যমন্ত্ৰী আছিল?

উত্তৰ:- ১৪ তম।

প্ৰশ্ন ৯। বৰ্তমান ডঃ হিমান্ত শৰ্মা অসমৰ কিমান তম মুখ্যমন্ত্ৰী?

উত্তৰ:- ১৫ তম।

প্ৰশ্ন ১০। বিমলা প্ৰসাদ চলিহা অসমৰ কিমান তম মুখ্যমন্ত্ৰী আছিল?

উত্তৰ:- তৃতীয়।

লগতে পঢ়ক

Leave a Comment