অসমৰ জনসংখ্যা – বৰ্তমান অসমৰ জনসংখ্যা কিমান 2023

অসমৰ জনসংখ্যা – বৰ্তমান অসমৰ জনসংখ্যা কিমান 2023

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই তথ্যৰাজিত “অসমৰ জনসংখ্যা – বৰ্তমান অসমৰ জনসংখ্যা কিমান ২০২১” ৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ লোৱা হৈছে। আশা কৰোঁ আমাৰ আজিৰ এই অসমৰ বৰ্তমান জনসংখ্যাৰ তথ্যৰাজিৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক
অসমীয়া ভাষাৰ চাকৰি ৱেবছাইট ইয়াত ক্লিক কৰক

২০২১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? ( সোনকালে আহিব )

২০১৩ চনৰ ২৩ মে’ৰ দিনা অসমৰ লোকপিয়ল সঞ্চালকালয়ৰ তৰফৰ পৰা ২০১১ বৰ্ষৰ লোকপিয়লৰ চূড়ান্ত প্ৰতিবেদন কৰা হয়।

২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হ’ল ৩,১২,০৫,৫৭৬। ইয়াৰ ভিতৰত পুৰুষৰ জনসংখ্যা ১,৫৯,৩৯,৪৪৩ আৰু মহিলাৰ জনসংখ্যা ১,৫২,৬৬,১৩৩। ৰাজ্যখনৰ জনসংখ্যাৰ সৰহভাগেই বাস কৰে গাঁও অঞ্চলত।

২০১১ চনৰ পৰিসংখ্যা অনুসৰি অসমত গাঁৱৰ সংখ্যা ২৬,৩৯৫ – ভাৰতৰ মুঠ গাঁৱৰ (৫,৯৩,৭৩১) প্ৰায় শতাংশ। ১৯৫১ চনত অসমৰ ৪.৩৪ শতাংশ লোক আছিল চহৰবাসী। ২০২১ চনত এই সংখ্যা ১৪ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে ১৯৫১ চনত ভাৰতত নগৰবাসীৰ সংখ্যা আছিল মুঠ ১৭.৩০ শতাংশ। ২০১১ চনত এই সংখ্যা ৩১.১৬ শতাংশলৈ বৃদ্ধি পাইছে। ২০২১ চনৰ চূড়ান্ত লোকপিয়লৰ তথ্য অনুসৰি অসমত গ্ৰামঞ্চলত বসবাস কৰা লোকৰ সংখ্যা ২,৬৮,০৭,০৩৪ (মুঠ জনসংখ্যাৰ ৮৬ শতাংশ) আৰু চহৰ অঞ্চলত বসবাস কৰা লোকৰ সংখ্যা ৪৩,৯৮,৫৪২ (মুঠ জনসংখ্যাৰ ১৪ শতাংশ)। একেদৰে অসমৰ গ্ৰাম্যঞ্চলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৫.৪৭ শতাংশ আৰু চহৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২৭.৮৯ শতাংশ।

অসমৰ সাধাৰণ জ্ঞান ২০২১ – অসমৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ

প্ৰশ্ন ১। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ:- অসমৰ মুঠ জনসংখ্যা হ’ল ৩,১২,০৫,৫৭৬।

প্ৰশ্ন ২। অসমৰ পুৰুষৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ:- অসমৰ পুৰুষৰ জনসংখ্যা হ’ল ১,৫৯,৩৯,৪৪৩ জন।

প্ৰশ্ন ৩। অসমৰ মহিলাৰ মুঠ জনসংখ্যা কিমান?

উত্তৰ:- অসমৰ মহিলাৰ জনসংখ্যা ১,৫২,৬৬,১৩৩ গৰাকী।

প্ৰশ্ন ৪। ২০১১ চনৰ পৰিসংখ্যা অনুসৰি অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান?

উত্তৰ:- মুঠ অসমৰ গাওঁৰ সংখ্যা হ’ল ২৬,৩৯৫ খন।

প্ৰশ্ন ৫। অসমৰ গ্ৰামাঞ্চলত বসবাস কৰা জনসংখ্যা কিমান?

উত্তৰ:- অসমৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা জনসংখ্যা ২,৬৮,০৭,০৩৪।

প্ৰশ্ন ৬। অসমৰ চহৰ অঞ্চলত বসবাস কৰা জনসংখ্যা কিমান?

উত্তৰ:- অসমৰ চহৰত বসবাস কৰা জনসংখ্যা ৪৩,৯৮,৫৪২।

Leave a Comment