ASSAM HISTORY GK IN ASSAMESE LANGUAGE / অসমৰ ইতিহাস কুইজ

ASSAM HISTORY GK IN ASSAMESE LANGUAGE / অসমৰ ইতিহাস কুইজ

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assam History GK in Assamese language / অসমৰ ইতিহাস কুইজ / MCQ PDF Download” ৰ এই তথ্যৰাজিত অসম বুৰঞ্জী কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসম ইতিহাসৰ MCQ কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET, Assam Police পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে। যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে।

প্ৰশ্ন ১। প্ৰাচীন নাম কি?
উত্তৰ:- প্ৰাগজ্যোতিষপুৰ।

প্ৰশ্ন ২। কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহিছিল?
উত্তৰ:- ভাস্কৰবৰ্মাৰ দিনত৷

প্ৰশ্ন ৩। চীনা পৰিব্ৰাজকজনৰ নাম কি আছিল?

উত্তৰ:- হিউৱেন চাং।

প্ৰশ্ন ৪। ‘অসম’ নামটো কেতিয়াৰ পৰা হয়?
উত্তৰ:- আহোমসকলৰ ৰাজত্ব কালৰ পৰা।

প্ৰশ্ন ৫। আহোমসকলৰ আদি ৰজা কোন আছিল?
উত্তৰ:- চুকাফা।

প্ৰশ্ন ৬। আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- স্বৰ্গদেউ পুৰন্দৰ সিংহ৷

প্ৰশ্ন ৭। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল?
উত্তৰ:- প্ৰায় ৬০০ বছৰ৷

প্ৰশ্ন ৮। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল?
উত্তৰ:- ১৬৮২ চনৰ ইটাখুলি ৰণ৷

প্ৰশ্ন ৯। কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ণ হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই৷

প্ৰশ্ন ১০। আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- চুলিকফা (ৰত্নধ্বজ সিংহ)৷

প্ৰশ্ন ১১। কাৰেংঘৰ কোনে আৰু কেতিয়া সজাইছিল?
উত্তৰ:- ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

প্ৰশ্ন ১২। ৰংঘৰ কোনে সজাইছিল?
উত্তৰ:- স্বৰ্গদেউ প্ৰমত্ত সিংহই, ১৭৪৬ চনত৷

অসমৰ বুৰঞ্জী কুইজ / আহোম বুৰঞ্জী কুইজ

প্ৰশ্ন ১৩। অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল?
উত্তৰ:- বদন বৰফুকনে৷

প্ৰশ্ন ১৪। কেতিয়াৰ পৰা অসম বৃটিছৰ অধীনলৈ যায়?
উত্তৰ:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা অৰ্থাৎ ইয়াণ্ডাবু সন্ধিত।

প্ৰশ্ন ১৫। কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল?
উত্তৰ:- কুমাৰ ভাস্কৰ বৰ্মৰ দিনত৷

প্ৰশ্ন ১৬। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- নৰনাৰায়ণ৷

প্ৰশ্ন ১৭। শৰাইঘাটৰ ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল?
উত্তৰ:- চক্ৰধ্বজ সিংহৰ দিনত।

প্ৰশ্ন ১৮। শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল?
উত্তৰ:- লাচিত বৰফুকন৷

প্ৰশ্ন ১৯। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল?
উত্তৰ:- ৰাম সিংহ।

প্ৰশ্ন ২০। মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?
উত্তৰ:- ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত৷

প্ৰশ্ন ২১। আহোমৰ সৰ্বপ্ৰথম ৰজা জনৰ নাম কি আছি আৰু তেওঁ কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰ:- চুকাফা৷ তেওঁ মুঠ ৪০ বছৰ ৰাজত্ব কৰিছিল৷

প্ৰশ্ন ২২। হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- গিয়াচুদ্দিন আউলিয়াই৷

ইতিহাসৰ প্ৰশ্ন অৰু উত্তৰ /ASSAM HISTORY GK IN ASSAMESE LANGUAGE

প্ৰশ্ন ২৩। কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল?
উত্তৰ:- গোমধৰ কোঁৱৰে৷

প্ৰশ্ন ২৫। ধোদৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত৷

প্ৰশ্ন ২৬। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পূৰ্বৰ নাম কি আছিল?
উত্তৰ:- লাই কোঁৱৰ৷

প্ৰশ্ন ২৭। নেঘেৰিটিঙৰ শিৱ’দল কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই৷

প্ৰশ্ন ২৮। আহোমৰ প্ৰথম ৰাজধানী ক’ত আছিল?
উত্তৰ:- চৰাইদেউত৷

প্ৰশ্ন ২৯। বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল?
উত্তৰ:- কুমাৰ ভাস্কৰ বৰ্মন৷

প্ৰশ্ন ৩০। কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল?
উত্তৰ:- ১৯৪৩ চনৰ ১৫ জুনত৷

ASSAM HISTORY GK IN ASSAMESE LANGUAGE/ বুৰঞ্জী কুইজ

প্ৰশ্ন ৩১। মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশগ্ৰহণ কৰিছিল?
উত্তৰ:- ভগদত্ত ৰজাই৷

প্ৰশ্ন ৩২। বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল?
উত্তৰ:- অনিৰুদ্ধই।

প্ৰশ্ন ৩৩। বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল?
উত্তৰ:- ভাস্কৰবৰ্মন৷

প্ৰশ্ন ৩৪। আহোমসকলে চৰাইদেউত কিমান চনত ৰাজধানী স্হাপন কৰিছিল?
উত্তৰ:- ১২৫৩ চনত।

প্ৰশ্ন ৩৫। আহোম সকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক’ত আছে?
উত্তৰ:- বশিষ্ঠাশ্ৰমত।

ইতিহাস কুইজ MCQ  /  অসম বুৰঞ্জী কুইজ

প্ৰশ্ন ৩৬। কোনজন আহোম ৰজাই পোনপ্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰ:- চুহুংমুং।

Assam Geography PDF in Assamese language / অসমৰ ভূগোল কুইজ PDF (Part-11)

প্ৰশ্ন ৩৭। হাজোৰ পোৱামক্কা কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- গিয়াচুদ্দিন আউলিয়া।

প্ৰশ্ন ৩৮। কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল?
উত্তৰ:- ভাস্কৰ বৰ্মন।

প্ৰশ্ন ৩৯। অসমত দাস প্ৰথা কেতিয়া বিলুপ্ত সাধন কৰা হয়?
উত্তৰ:- ১৮৪৩ চনত।

ASSAM HISTORY GENERAL KNOWLEGE QUESTION AND ANSWERS

প্ৰশ্ন ৪০। আহোমসকলৰ মুদ্ৰাবোৰৰ আকাৰ কেনেধৰণৰ আছিল?
উত্তৰ:- আঠচুকীয়া।

প্ৰশ্ন ৪১। অসমত জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- আহোম সকলে।

প্ৰশ্ন ৪২। আহোম সকলে চুতীয়া ৰাজ্য জয় কৰি শাসনৰ বাবে কোনজন বিষয়াক নিয়োগ কৰিছিল?
উত্তৰ:- শদিয়াখোৱা গোহাঁই।

প্ৰশ্ন ৪৩। আহোম সকল পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰবেশ কৰোতে কোন জনগোষ্ঠীয়ে আগ ভেটি যুদ্ধ কৰিছিল?
উত্তৰ:- নগা জনগোষ্ঠীয়ে।

প্ৰশ্ন ৪৪। আহোমৰ আটাইতকৈ দীঘলীয়া কাল ৰাজত্ব কৰা ৰজাজনৰ নাম?!
উত্তৰ:- চুকামফা।

প্ৰশ্ন ৪৫। কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত মুচলমান সকলে পোনপ্ৰথম অসম আক্ৰমণ কৰে?
উত্তৰ:- চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ দিনত।

প্ৰশ্ন ৪৬। কোন ৰজাৰ দিনত আহোম ৰাজ‍্যৰ ৰাজধানী গড়গাঁওত প্ৰতিষ্ঠা হৈছিল?
উত্তৰ:- চুক্লেংমুংৰ দিনত।

প্ৰশ্ন ৪৭। কোন ৰজাৰ দিনত বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি হয়?
উত্তৰ:- প্ৰতাপ সিংহ।

প্ৰশ্ন ৪৮। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ:- গদাধৰ সিংহই।

প্ৰশ্ন ৪৯। মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?
উত্তৰ:- চন্দ্ৰকান্ত সিংহ।

প্ৰশ্ন ৫০। কোন তাৰিখে চুকাফা দিৱস পালন কৰা হয়?
উত্তৰ- ২ ডিচেম্বৰত

Leave a Comment