অসমীয়া সাধাৰণ জ্ঞান অসমীয়া সাধাৰণ জ্ঞান

অসমীয়া সাধাৰণ জ্ঞান অসমীয়া সাধাৰণ জ্ঞান

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ অসমীয়া সাধাৰণ আপোনালোকে আজিৰ আমাৰ এই অসমীয়া সাধাৰণ জ্ঞান ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে অসমীয়া সাধাৰণ সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

APSC CURRENT AFFAIRS 2023 IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথ ধামত কোনজন বিখ্যাত গুৰুৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল?

উত্তৰ:- শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথ ধামত বিখ্যাত গুৰু আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল।

প্ৰশ্ন ৩। ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক হিচাপে বিচিচিআইয়ে কাক নিযুক্তি দিছে?

উত্তৰ:- ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী প্ৰশিক্ষক হিচাপে বিচিচিআইয়ে ৰাহুল দ্ৰাবিড়ক নিযুক্তি দিছে।

প্ৰশ্ন ৩। শেহতীয়াকৈ ৭৫ বছৰৰ বয়সত মৃত্যু হোৱা পশ্চিম বংগৰ মন্ত্ৰী জনৰ নাম কি আছিল?

উত্তৰ:- শেহতীয়াকৈ ৭৫ বছৰৰ বয়সত মৃত্যু হোৱা পশ্চিম বংগৰ মন্ত্ৰী জনৰ নাম আছিল সুব্ৰত মুখাৰ্জী

প্ৰশ্ন ৪। টি-২০ বিশ্বকাপৰ পিছত ৱেষ্ট ইণ্ডিজৰ কোন জন খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিব?

উত্তৰ:- টি-২০ বিশ্বকাপৰ পিছত ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ ডোৱেন ব্ৰাভোয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিব।

প্ৰশ্ন ৫। জৰুৰীকালীন ব্যৱহাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই কোনটো ভাৰতীয় ক’ৰোনা ভেকছিন অনুমোদন কৰিছে?

উত্তৰ:- জৰুৰীকালীন ব্যৱহাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত বায়োটেক ভেকছিন নামৰ ভাৰতীয় ক’ৰোনা ভেকছিনটো অনুমোদন কৰিছে।

ASSAMESE GK 2021-2022 / অসমীয়া কুইজ ২০২১-২০২২

প্ৰশ্ন ৬। গিনিজ বুক অফ ৱৰ্ল্ডত লিপিবদ্ধ কৰা অযোধ্যাত একেলগে কিমানটা চাকি জ্বলোৱা হৈছিল?

উত্তৰ:- গিনিজ বুক অফ ৱৰ্ল্ডত লিপিবদ্ধ কৰা অযোধ্যাত একেলগে ৯,৪১,৫৫১ টা চাকি জ্বলোৱা হৈছিল।

প্ৰশ্ন ৭। চুইজাৰলেণ্ড আৰু হাংগেৰীত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- চুইজাৰলেণ্ডত সঞ্জয় ভট্টাচাৰ্যক আৰু হাংগেৰীত পাৰ্থ শতপতিক ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৮। উত্তৰ প্ৰদেশ চৰকাৰে কেতিয়ালৈ বিনামূলীয়া ৰেচন আঁচনি সম্প্ৰসাৰিত কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- উত্তৰ প্ৰদেশ চৰকাৰে ২০২২ চনৰ মাৰ্চ মাহৰ লৈকে বিনামূলীয়া ৰেচন আঁচনি সম্প্ৰসাৰিত কৰাৰ কথা ঘোষণা কৰিছে।

প্ৰশ্ন ৯। অহা তিনি বছৰত ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে ই-বাহনৰ বাবে কিমানটা চাৰ্জিং ষ্টেচন স্থাপন কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- অহা তিনি বছৰত ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে ই-বাহনৰ বাবে ১০,০০০ টা চাৰ্জিং ষ্টেচন স্থাপন কৰাৰ কথা ঘোষণা কৰিছে।

প্ৰশ্ন ১০। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO) আৰু ভাৰতীয় বায়ু সেনাই যুটীয়াভাৱে কোনটো স্বদেশীভাৱে নিৰ্মিত অস্ত্ৰৰ সফল পৰীক্ষা কৰিছে?

উত্তৰ:- প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO) আৰু ভাৰতীয় বায়ু সেনাই যুটীয়াভাৱে নিৰ্মিত স্মাৰ্ট এয়াৰফিল্ড নামৰ অস্ত্ৰটো স্বদেশীভাৱে সফল পৰীক্ষা কৰিছে।

প্ৰশ্ন ১১। শ্ৰীনগৰৰ পৰা শাৰজাহলৈ যোৱা প্ৰথম বিমানখন নিজৰ আকাশসীমাৰ মাজেৰে পাৰ হ’বলৈ কোনে অস্বীকাৰ কৰিছে?

উত্তৰ:- শ্ৰীনগৰৰ পৰা শাৰজাহলৈ যোৱা প্ৰথম বিমানখন নিজৰ আকাশসীমাৰ মাজেৰে পাৰ হ’বলৈ পাকিস্তানে অস্বীকাৰ কৰিছে।

Leave a Comment